সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
ভটিমা।

সুশ্যাম শৰীৰ সুমঙ্গলধাম।
 উপাম বিহীন॥
 ৰতন বিভূষণ।
 অঙ্গ শুহাৱত হাৰ॥
 কিৰীটি কেয়ুৰ উজোৰ।
 কঙ্কন বিজোৰ॥
 কনক ঝনক ৰতন মঞ্জীৰ।
 ঝুৰাৱত উৰে হেম হাৰ॥
 হীৰা গজ মতি।
উন্নত ৰূপ পেখাই ভূলত চিত॥
 অনঙ্গক দেব বিমল।
 কমল চৰণ যুগল॥
 সুৰাসুৰ নাগ নিসেবিত।
 লক্ষ্মী লালিত॥
 শোক বিশেষণ দেব।
 ভকত ভয় ভঞ্জন॥
 ৰঞ্জন ভাৰক।
 চিত্ত বিনোদন॥
 মোক্ষ নিদান।
 জগ জন জীবন॥