সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
ভটিমা।

ভৱ-বন্ধ ছোড়হ মেৰি।
কৰোঁ তুহি স্তুতি কৰ যোড়ি॥
কয়লি পৰি পৰণাম।
সবহি বোলহু ৰাম ৰাম॥ ১৩॥

জয় জয় যাদৱ দেৱ মুৰাৰি।
জয় জয় কংস কেশী অন্তকাৰী॥
জয় জয় গিৰি গোবৰ্দ্ধন ধাৰী।
জয় জয় ভকত ভীতি ভয় পৰী॥
জয় জয় জগত জনক তুহোঁ মাতা।
জয় জয় জীবক বিবিধ বিধাতা॥
জয় জয় ঘোৰ নৰক তুহোঁ ত্ৰাতা।
জয় জয় ভকত অভয় বৰ দাতা॥
জয় জয় মৰ্দ্দিত বিষধৰ কালী।
জয় জয় বাষন বলিক নিকালি॥
জয় জয় নিৰ্যিত কপিবৰ বালী।
জয় জয় বাসুদেৱ বনমালী॥