কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য
⸺⸺⸺⸺
১৫৫ নং বহুবজাৰ ষ্ট্ৰীট, কলিকাতা
মোছলেম প্ৰেছ
শ্ৰীনজিৰুদ্দিন আহমেদৰ দ্বাৰা
ছপা কৰা হল।
⸺⸺⸺⸺
সমৰ্পণ।
“Dear Mother, let thy tender care
Be graven on my heart.’’⸻
⸻Anonymous
মৰমৰ আইতা,
তোমাৰ স্নেহৰ ইটো নহয় সুজনি;
"কমতাৰ ধ্বংশ” মাথোঁ পুৰণি কালৰ।
আভা মাত্ৰ সোঁৱৰণি। ই যে বনফুল,
তলসৰা ফুলে গথাঁ মালা পলাশৰ;
তোমাক যদিও দিওঁ হাৰ সুবৰ্ণৰ
মণি মুক্তাময় মালা গজ মুকুতাৰ।
ধম ৰত্ন হীৰকাদি, হয় কি সুজনি
বাৎসল্য স্নেহৰ মাতৃ?—স্নেহৰ তোমাৰ?
সকলো কৰিব পাৰে,—শুনা নাই ক'তো
ঋণমুক্ত হয় পুত্ৰ সুজি মাতৃ-ঋণ!
নহয় “কমতা’’ মোৰ নহয় সুজনি,
মাতৃ ভকিতৰ মাথোঁঁ আভা মাত্ৰ চিন॥
সাদৰে হাতত তুলি লোৱা মালাধাৰ,
হৰষিত হ’ব সৰুমইনা তোমাৰ।
⸻সৰুমইনা।
ইতি। ১লা জানুৱাৰী ১৮৯৯।
প্ৰস্তাবনা
পাতনি
কমতাপুৰ ধ্বংশ কাব্য/প্ৰথম সৰ্গ
কমতাপুৰ ধ্বংশ কাব্য/দ্বিতীয় সৰ্গ
কমতাপুৰ ধ্বংশ কাব্য/তৃতীয় সৰ্গ
কমতাপুৰ ধ্বংশ কাব্য/প্ৰথম সৰ্গ
কমতাপুৰ ধ্বংশ কাব্য/চতুৰ্থ সৰ্গ
কমতাপুৰ ধ্বংশ কাব্য/পঞ্চম সৰ্গ
কমতাপুৰ ধ্বংশ কাব্য/ষষ্ঠ সৰ্গ
কমতাপুৰ ধ্বংশ কাব্য/সপ্তম সৰ্গ
কমতাপুৰ ধ্বংশ কাব্য/অষ্টম সৰ্গ
কমতাপুৰ ধ্বংশ কাব্য/নৱম সৰ্গ
কমতাপুৰ ধ্বংশ কাব্য/দশম সৰ্গ
কমতাপুৰ ধ্বংশ কাব্য/একাদশ সৰ্গ
কমতাপুৰ ধ্বংশ কাব্য/দ্বাদশ সৰ্গ
কমতাপুৰ ধ্বংশ কাব্য/ত্ৰয়োদশ সৰ্গ
কমতাপুৰ ধ্বংশ কাব্য/চতুৰ্দ্দশ সৰ্গ
কমতাপুৰ ধ্বংশ কাব্য/পঞ্চদশ সৰ্গ
বিৰহিণী বিলাপ কাব্য
বিৰহিণী বিলাপ কাব্য/প্ৰথম সৰ্গ
বিৰহিণী বিলাপ কাব্য/দ্বিতীয় সৰ্গ
বিৰহিণী বিলাপ কাব্য/তৃতীয় সৰ্গ
বিৰহিণী বিলাপ কাব্য/চতুৰ্থ সৰ্গ
বিৰহিণী বিলাপ কাব্য/পঞ্চম সৰ্গ
বিৰহিণী বিলাপ কাব্য/ষষ্ঠ সৰ্গ
বিৰহিণী বিলাপ কাব্য/ওপৰঞ্চি
বিৰহিণী বিলাপ কাব্য/ভনিতী
বিৰহিণী বিলাপ কাব্য/ভাইতি
বিৰহিণী বিলাপ কাব্য/আইতা
বিৰহিণী বিলাপ কাব্য/প্ৰাণৰ জিতেন
বিৰহিণী বিলাপ কাব্য/প্ৰিয়তমা
বিৰহিণী বিলাপ কাব্য/সামৰণি

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )