লেখক:হিতেশ্বৰ বৰবৰুৱা
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
←লেখকৰ তালিকা | হিতেশ্বৰ বৰবৰুৱা | ![]() |
হিতেশ্বৰ বৰবৰুৱা এগৰাকী অসমীয়া কবি আৰু বুৰঞ্জীবিদ। 'জোনাকী' আৰু 'বিজুলী' কাকত দুখনৰ জৰিয়তে কবিতা চৰ্চাত খোজ পেলোৱা বৰবৰুৱাই ঢোপকলি, কমতাপুৰ ধ্বংস, মালচ, চকুলো আদি গ্ৰন্থৰ প্ৰকাশেৰে খ্যাতি অৰ্জন কৰে। |
গ্ৰন্থসমূহ[সম্পাদনা কৰক]
- ঢোপকলি (১৯০২)
- কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য (১৯১২)
- তিৰুতাৰ আত্মদান কাব্য (১৯১৩)
- আভাস কাব্য (১৯১৪)
- ডেচ্দিমোনা কাব্য (১৯১৭)
- যুদ্ধক্ষেত্ৰত আহোম ৰমণী (১৯১৮)
- মালচ (১৯১৮)
- চকুলো (১৯২২)
- আহোমৰ দিন (মৰণোত্তৰভাৱে ১৯৮১ চনত প্ৰকাশিত)

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৩ চনত ১ জানুৱাৰী ১৯৬৩ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )