অসমীয়া সাহিত্যৰ চানেকি (প্ৰথম খণ্ড)/মন্ত্ৰ আৰু ভণিতা যুগ

ৱিকিউৎসৰ পৰা
[ ৭৬ ]

অসমীয়া সাহিত্যৰ চানেকি।
মন্ত্ৰ আৰু ভণিতা যুগ।
পক্ষীৰাজ মন্ত্ৰ।
শ্ৰীকৃষ্ণায় নমঃ।

নাভি পদ্মো হন্তে ব্ৰহ্মা উপজিলা।
যৈসানি ব্ৰহ্মাদেৱে গৰ্জ্জন কৰিলা॥
সৃষ্টিৰ মধ্যত এক পক্ষি উপজিলা।
দেখিয়া তাহাৰ পক্ষিৰাজ নাম থৈলা।
পক্ষিৰাজ মন্ত্ৰ পঢ়ে ডাতি।
সাতখান দেৱৰ মায়া পেলাইলেক কাতি॥
ৰাওদি পক্ষি স্বৰ্গক গৈলা।
সাতখান স্বৰ্গ মধ্যত পৰিলা॥
যেবে পক্ষি ৰাজ ইন্দ্ৰক পাইলা।
খাত সহিতে বান্ধিবাক লৈলা॥
অনাদি সহিতে হৰোৰ ঠাই।
তাক পক্ষি ৰাজে পেলাইলা খাই॥
সুনি পক্ষি ৰাজে দেৱজাক।
দেখি পক্ষি ৰাজে দিলা ডাক॥
তাক ধৰি আসিলা ধাই।
তাক পক্ষি ৰাজে পেলাইলা খাই॥
স্বৰ্গত আছে দেৱ সমাজ।
দেখি পক্ষি ৰাজে পসিলা মাজ॥
স্বৰ্গৰ দেৱতা ভৈলা নিপাত।
চন্দ্ৰ সূৰ্য্যক দেখিলা তাত॥

[ ৭৭ ]

দেখিলা চন্দ্ৰ বহি আছে।
তাক পক্ষি ৰাজে বান্ধিলা পাচে॥
সূৰ্য্যক বান্ধিবে গইলা ধাই।
চাৰি ও ঘোৰাক পেলাইলা খাই॥
ৰথত বহিবা জেবে নপাৰি।
চন্দ্ৰ সূৰ্য্য ভৈলা এক সাৰি॥
চন্দ্ৰক সূৰ্য্যক বান্ধিয়া থৈলা।
তেবে পক্ষি ৰা কৈলাস গৈলা॥
দেখি পক্ষি ৰাজে মহেশ্বৰ বিচুৰ্ত্তি ভৈলা।
কৈলাস সহিতে বান্ধিবে লৈলা॥
পাৰ্ব্বতী আছে তাহান ঠাই।।
আৰু পক্ষি ৰাজে পেলাইলা খাই॥
বান্ধ পাই মহেশ্বৰ মাতিলা কিসৰ কাৰণ।
বাপ পক্ষি বাজে বুলে সুনা মহেশ্বৰ।
কোন কোন দেৱ আনি আছে আমাৰ ওচৰ॥
পাচে মহেশ্বৰোক কোপ কৰি চাইলা।
কৌটি এক দেৱতা মাতিয়া পঠাইলা॥
তাক সুনি কুবিৰ আসিলা ধাই।
তাক পক্ষি ৰাজে পেলাইলা খাই॥
পাৰ্ব্বতী বুলে সুনা পক্ষি ৰাজ।
এতিক্ষণে পাইলা দেৱোৰ সমাজ॥
সুনি পক্ষি ৰাজে ৰঙ্গ উপজিলা।
মাথাৰ উপৰত নিয়া কাচিলা॥
আকতা বিষ্ণতা গলাই গতা আছে।
তাক পক্ষি ৰাজে বান্ধিলা পাচে॥
যেবে পক্ষি ৰাজোৰ বাঙ্কোৰ চোত পাই।
অসংখ্যাত গলাইক বান্ধিলা জাই॥
জটীয়া গলাই বান্ধো মটীয়া গলাই বান্ধো।
যতেক গলাই আছে মানে চুৰ পাচে পক্ষি ৰাজে যমপুৰে গৈলা।
যম ৰাজা আছে পাতি সমাজ॥

[ ৭৮ ]

বমে বোলে সুনা পখি বাই।
কিসক আসিলা আমাৰ ঠাই॥
বি কাৰ্য্যে আসিলা সি কাৰ্য্য কও।
তোমাৰ দুতক বান্ধিয়া থও॥
যেবে পখি ৰাজ আছে ঠিয় ভৈলা।
যমৰ দুতোক বান্ধিয়া পেলাইলা॥
যমে বোলে মই কি কাৰ্য্য কৰো।
তোমাৰ বান্ধত সমুলি মৰো॥
বান্ধো হাত বান্ধো বাত।
বান্ধিলো যমৰ দুতক কৰিলো বন্দি॥
ন পাইলা যমে পলাইবাৰ সন্ধি।
বান্ধো মঠৰ দুৱাৰ বান্ধো কৈলাসক বান্ধো॥
একে সৰি কৰি যেবে পখি কৈলাসক বান্ধিলা।
সাগাৰ মধ্যত তেখনে পৰিলা॥
সাগৰে বুলে সুনা পখি বাই।
কি কাৰ্য্যে আসিলা আমাৰ ঠাই॥
সুনি পখি ৰাজে উঠিলা দাতি।
যমোৰ মায়াক থৈলাহা বান্ধি॥
সুনিয়া সাগৰে খলক লাগিলা।
যমোৰ মায়াক বান্ধিয়া পেলাইলা।
বান্ধিলা সাগৰে নেদিলা উত্তৰ।
তেখনে গৈলা কালিকাৰ ঘৰ॥
কালিকায়ে আছে দুই শাখা পিন্ধি।
তেখনে কালিকাই পেলাইলেক বান্ধি॥
বান্ধ পাই কালিকাই আচন্ত চাই।
কিসক বান্ধিলা আমাক পাই॥
সুনিয়া পক্ষিৰ ক্ৰোধিত মন।
বসিবা তেখনে দিলা আসন॥
দুই গোট চক্ষু জলে অগনি সমান।
খোঠ্‌ গোট জলে যেন হিঙ্গুল প্ৰমান॥

[ ৭৯ ]

দুখন পাখি আকাশে সম্বল।
বজ্ৰনখৰ ঘাৱে বোসুমতী ফালে॥
কালি বোলে সুনা পখিৰাজ।
মোক কেনে কৰা এত মানে লাজ॥
যত দেৱ আছে মোহোৰ লগত।
বান্ধি আনি দিও তোমাৰ হাতোত॥
সুনি পখিৰাজে মহা ক্ৰোধ ভৈলা।
তেখনে দেৱ সবোকা বান্ধিলা॥
কালি দেবোক খেদিয়া গৈলা।
কালিকাৰ মায়া মানে সবাকো বান্ধিলা॥
ব্ৰহ্ম নখোৰ ঘাৱে বোসুমতী কম্পিলা।
কাম্পে বসুমতী তাহাত মুচিলা॥
বোসুমতী বোলে সুনা পখিৰাজ।
কিসক আসিলা আমাৰ সমাজ॥
পখিৰাজে বোলে সুনা বোসুমতী আই।
আসিয়াছো মই তোমাৰ ঠাই॥
যত দেৱ আছে তোমাৰ কাসে।
বান্ধি আনি দিবা আমাৰ কাসত॥
শুনি বোসুমতী কম্পমান ভৈলা।
একশ গোলাইক বান্ধি আনি দিলা॥
আনিবাক দেখি মনে ৰঙ্গ ভৈলা।
তেখনে গলাইক চপাই বান্ধিলা॥
বোসুমতী বোলে বান্ধিয়া থৈলা।
বোলে বোসুমতী তোমাৰ গুণ গাওঁ॥
থিই তজ গলাই আছে তোমাৰ কুল দেওঁ।
দেখিলা ব্ৰহ্মা মহেশ্বৰে ডৰে॥
নাম তাৰ জটীয়া মুণ্ডে আছে জটা।
পেত তাৰ ভৰা পেত চক্ষু কটাৰতা॥
আকত গোলাইক বান্ধো।
দন্তুআ গোলাইক বান্ধো॥

[ ৮০ ]

আৰা গেলাইক বান্ধো।
খৰা গোলাইক বান্ধো॥
জজা গোলাইক বান্ধো।
মাটিয়া গোলাইক বান্ধো॥
বেঙ্গা গোলাইক বান্ধো।
কোঙ্গা গোলাইক বান্ধো॥
সুকিলা গোলাইক বান্ধো।
ডাকু গোলাইক বান্ধো॥
ববৰা গোলাইক বান্ধো।
অতলা গোলাইক বান্ধো॥
কালা গোলাইক বান্ধো।
মমৰ গোলাইক বান্ধো॥
গাওঁৰা গোলাইক বান্ধো।
জপৰা গেলাইক বান্ধো॥
শেল গোলাইক বান্ধো।
অখলা গোলাইক বান্ধো॥
কলিয়া গোলাইক বান্ধো।
পিপৰা গোলাইক বান্ধো॥
হেজা গোলাইক বান্ধো।
ধনন্ধ বিৰোক বান্ধো॥
মায়ান্ধ বিৰোক বান্ধো।
অধিবান্ধ বিৰোক বান্ধো॥
চণ্ডন্ধ বিৰোক বান্ধো।
অঙ্গিৰান্ধ বিৰোক বান্ধো॥
বানন্ধ বিৰোক বান্ধো।
চৰ্ব্বিসন্ধ বিৰোক বান্ধো॥
একে সৰি কৰি তাক পক্ষিৰাজে বান্ধিলা চপাই

[ ৮১ ]

সৰস্বতি দেবি মাত্ৰি মোৰ কণ্ঠাগত।
বৈকণ্ঠ ভুবনে বসি আছে নাৰায়নে॥
হাতত প্ৰকাস কৰে চক্ৰ সুদৰ্শন।
জগতৰ সাক্ষি প্ৰভু তুমি চক্ৰধাৰি॥
মনত গুনিলা প্ৰভু হেঠ মাথা কৰি।
মনুস্যক মাৰি যেবে দেৱে কৰে ঠাই॥
নৰ মনুস্যক প্ৰভু ৰক্ষা কৰা জাই॥
গসাই বলে চক্ৰ মনুস্যক জায়া।
দত্য দানবক কাটিয়া পেলায়া॥
গোসাইৰ হুঙ্কাৰে চক্ৰ গৈলা ধাই।
তৃদশ দেৱে ভাঙ্গিয়া পলাই।
প্ৰিথিবি লৰিলা মেৰু গিৰি টলিলেক।
সাগৰ টলিলা মন্দাৰ লৰিলা॥
কম্পিলা স্বৰ্গ মণ্ডল॥
বৈকুণ্ঠৰ পৰা প্ৰভু কৰিলা হুঙ্কাৰ।
চল চল চল চক্ৰ গগন সঞ্চাৰ॥
গোসাইৰ হুঙ্কাৰে চক্ৰ প্ৰচণ্ড।
স্বৰ্গে চলি গৈলা কম্পে স্বৰ্গখণ্ড॥
যত দেবগনক চক্ৰে লগ পাইলা।
খণ্ড খণ্ড কৰি কাটিয়া ফেলাইলা॥
কুজ্ঞান কুমন্ত্ৰ খেদি লাগ পাইলা।
তৈৰ পৰা চক্ৰ পাতালক গৈলা॥
দেখি নাগগন পলাইবাক লৈলা॥
সুদৰ্শন চক্ৰ মহা কোপ কৰি।
নাগ নাগিনীক কাটিলা ধৰি॥
তৈৰ পৰা চক্ৰ সাগৰক গৈলা।
জলৰ জন্তুক কাটিয়া ফেলাইলা॥
তবে বিষ্ণু চক্ৰ পৰ্ব্বতক গৈলা।
সমস্ত দেবক কাটিয়া ফেলাইলা॥

[ ৮২ ]

তবে বিষ্ণু চক্ৰ পূব দিশে গৈলা।
পুবৰ দেৱক কাটিয়া ফেলাইলা॥
তবে বিষ্ণু চক্ৰ পাত যমপুৰে গৈলা।
যমৰ দুতক কাটিয়া ফেলাইলা॥
তবে বিষ্ণুচক্ৰ গৈলা বৰুনৰ ঠাই।
কাটিয়া বৰুন বান কৰিলা খণ্ড খণ্ড॥
উত্তৰে কুবিৰৰ ঠাইক চলিলা।
বান বিষ ব্যাধি কাটিয়া ফেলাইলা॥
তবে চক্ৰ খণ্ড ব্ৰহ্মলোকে গৈলা।
মহাত্ৰাসে ব্ৰহ্মা আসি পৰিলা॥
চক্ৰৰ আগত ব্ৰহ্মা দন্দবতে পৰি।
কৰিলা অনেক স্তুতি ভকতি॥
তুমি নাৰায়ণ তুমি বিষ্ণু মুৰ্ত্তি।
দৈত্য নিপাতক তুমি নিৰঞ্জন॥
কি কাৰ্য্যে আসিলা আমাৰ ঠাই।
চক্ৰে বুলে মোক পাঞ্চিলা হৰি॥
দেবতাৰ কুজ্ঞান কুমন্ত্ৰ দিয়া বাজ কোৰি।
শুনি ব্ৰহ্মা পাচে বৰ ভয় ভৈলা॥
স্বৰ্গৰ দেৱৰ কুমন্ত্ৰক হুঙ্কাৰিলা।
চক্ৰৰ আগত দিলা আনি ধৰি॥
কাটিলা চক্ৰে খণ্ড খণ্ড কৰি।
তবে বিষ্ণু চক্ৰ কৈলাসক গৈলা॥
শুনি মহেস্বৰে বৰ ভয় ভৈলা।
আঠে ব্যেঠে কৰি আসিলা লৰি॥
মহেসৰ সজে আসিলা গৌৰি।
বিষ্ণুৰ চক্ৰক কৰিলা সেৱ॥
কৃতাঞ্জলি কৰি মাতে মহাদেৱ।
দানব নাসক তুমি দেৱ নাৰায়ণ॥
কি কাৰ্য্যে আসিলা আমাৰ ঠান।
চক্ৰে বোলে সুনা তুমি সুলপানী।।

[ ৮৩ ] যত নেয় কাছে নিয়ে চিনি।

মুনি মূলপানী ৰ য় তৈলা।। যত দেব কাছে বিচাৰিৰে লৈলা। নকে আনিলা হয়নি। বি চক দিল খাগৰি। তাক বিষ্ণু চক্ৰে কাটিলা খণ্ড খণ্ড কৰি। তেৰে বিষ্ণু চঞ্জ অগ্নি কোনে গৈলা। যত দেৰ পায় কাটিয়া ফেলাইলা। ৰৈ পৰা চক্ৰ ঐসানক গৈলা। ঐশানৰ দেৱ ৰোগ কাটিয়া ফেলাইলা। ভেবে বিষ্ণু চক্ৰ যম কোনে গৈল। যত দেব কুজ্ঞান কুমন্ত্ৰ কাটিয়া ফেলাইলা। তৰে চক্ৰ গৈলা নৈৰিত কোনক। কাটিয়া ফেলাই সমস্ত দেব। মহাতেজে চক্ৰ দেৱ গেৰি। ত্ৰিশ দেবতা পলাইলা লৰি। চন্দ্ৰ সূৰ্য দুইৰৰ তেজ তৈলা খিন। পাই মায়া ব্যাধি কুজ্ঞান কুমন্ত্ৰ প্ৰিথিবি বিচাৰি। পলাই দেবগন নাহি স্থিতি স্থান। বি চক্ৰে খেদি খেদি নেয় প্ৰান। দিশ দেবে নাপাই ঠাই। কানি কা বান্ধি ভিক্ষা মাগি খাই। ত্ৰিশ দেবৰ চিন্তাৰ তৈলা। স্বৰ্গপ লোক কম্পিৰাক লৈলা। তবে মুক্ত পাত কৰিলা গমন। এখৰি কম্পে চৈধ্য ভূবন। কপিল মলৰ কম্পে হেমগিৰি। এ মৰে কম্পে হেমগিৰি। খৰি পেৰ মও। শিবিৰৰ বিলি বিনিন্ম পাতাল।

[ ৮৪ ]

সবে নষ্ট কৰিলা কাটি কুজ্ঞান কুবান্ধ
বৈকুন্ঠে যাইবে কৰিলা পয়ান॥
সেহি বেলা কৃষ্ণে বোলে বাক্য সিঘ্ৰ কৰি।
আহা মোৰ হাতক শুনি চক্ৰে পাচে নাথাকিলা ৰৈ।
বিষ্ণুৰ পাসক সিঘ্ৰে পাইলা গৈ॥
নিৰঞ্জন হৰি হাতে চক্ৰ ধৰি।
প্ৰিথিবিক লাগি আসিলা দেবহৰি॥
প্ৰিথিবিক লাগি আসিলা নাৰায়ন।
নৰকাসুৰক বধিবাক মন ,
শুনিলা নৰক আসিলা হৰি॥
উঠিয়া ধাইলা গজ কন্ধে চৰি।
গোৰুৰক লাগি প্ৰহাৰিলা সুল॥
চক্ৰে কাটি হৰি কৰিলা নিৰ্ম্মুল।
দেখি নাৰায়নে হাতে চক্ৰ ধৰি॥
প্ৰহাৰ কৰিলা হৰি হুঙ্কাৰ কোৰি।
বিষ্ণু চক্ৰে খেদি জাই কুজ্ঞান কুমন্ত্ৰ কাটি ফেলাই,
সুদৰ্শন চক্ৰে খেদি লাগ পাইলা॥
নৰকৰ সিৰ কাটিয়া ফেলাইলা।
গজ কন্ধে হস্তে পৰিলা ঢলি॥
কম্পিলা মহি খণ্ড খণ্ড কোৰি।
অসুৰৰ বধ সুনি জত বিৰ॥
আসিলেক খেদি ঝাঙ্কাৰি সিৰ।
হাতে সুলধৰি আসিলা ধাই॥
সবাক কাটিলা চক্ৰে লাগ পাই।
আৰু অৱশেষ যত বিষ আছে॥
সৱাকো।বিষ্ণুচক্ৰে কাটিলা পাছে।
কুজ্ঞান কুমন্ত্ৰ কাটিয়া ফেলাইলা॥
তেৱ চক্ৰপাট নিজ থানে গৈলা
চক্ৰৰ জন্ম সমাপতি ভৈলা।
হং হংকাৰ সুদৰ্শন চক্ৰৰ হুঙ্কাৰ॥

[ ৮৫ ] বিসখান ব্যেধি সভা।

সমন্তে মন্ত্ৰ তন্ত্ৰ কাটি খুব ইং ইং ও R বাংহ। আহ ৱাৰি সুজন চকে কাটি সিল মাৰি। ই চঞ্জ হৰ হৰ। সুশ নামে চঞ্জ তৃগতে ভয় চিত। জাক অপনে কাটে বান বিষ্ণ। পুনৰবাৰ চপাট প্ৰহন কৰি। ব পিচ কুৰিৰ গলাই ময়া কাটো। পুমুৱাৰ চক্ৰপাত প্ৰহাৰ কৰে। হৰি চন্দ্ৰক মুক্ত কৰিখে মায়া টো। পুৰ্বাৰ চক্ৰপাট প্ৰহাৰ কৰি। যাবত জৰ মায়া কাটো। পুনুৰ্বাৰ চক্ৰ প্ৰহাৰ কৰু। খুন কুষিক মুক্ত কৰি। অঠৰ কুৰিৰ মায়া কাটো। ধন কুবিক মুফ কৰি পুৰ্বাৰ চক্ৰ প্ৰহাৰ কৰে। অঠ গলা মাৰা কাটো। পুনুৰাৰ চক্ৰ প্ৰহাৰ কৰে। জগধ দুই দৈত্যক আদি কৰি। চৌৰালি দৈত্যৰ মায়া কাটো। হাৰি চক্ৰ কৰিলে এ। সলো শতি চানৰ মায়া কাটি কহি। কাজি ছিলো এবৰ। তোটা ৰাকৰ মায়া কাটি কৰিলো পানি। বিচ এ কৰে। কালো তি কাৰো নায়নিৰাৰণ কৰে। ইংচে এৰ ফৰে। - শৰে কলিয়া সৰু কলিয়া মায়া কাটো। [ ৮৬ ] আলীয়া সাহিগুয় চলেকি। হংহংকাৰ প্ৰহাৰ কৰে। ৰৰ জাক সৰু হাজাফ। মুকৰি ইকোটি দেৱৰ মায়া কাটো হৰ চৰু প্ৰহাৰ কৰে। বৰ পানি পুনিয়াক সৰু পানি পুনিয়া। ভেৰোল দেয় পাৰ্বতিয়াৰ মায়া কাটা। ইং হংকাৰ প্ৰহাৰ কৰে। বকনা এ আউঠ কুটি। অৰণাৰ দেৱৰ মায়া কাটো। হংকাৰ মহা চঞৰ তোমাৰ হুংকাৰ। কিনি গিনি ভুত ভাহিনি। ভূত নিদানৰ পিচাস। এখিনি যিনি কৈইবৰি দৈত্যানি জালনি বিলোনি। লাগান সালি অন্তু কলিক। আদি কৰি সমস্তু দেৱৰু মায়া কাটো। ইং হুংকাৰ সুদৰ্শন চক্ৰ তুলা হুঙ্কাৰ। বৃক্ষ আবপণ। শত মণ সূত খান, বোগ মৰে কৰে বৃক্ষ গৰোপণ, আয়ত মোৰি যাক। আয়ত, আয় মেচাৰি, কাকলে ধুমা আয়, বিমুখিয়া আয়, সড়উ আয়, বিয়ে আৰ, চলে আয়, গানে আয়, বিষ্টা সিঞ্চা পয়া , অভায় আয়, গকুল আয়, এৰি চন্দ্ৰ আয়, যেমন ত কিত জায়, বিংবিং বিংবিং কটু ফ লং লং নেমনে সাধ্য তেমনে আয়, যেমনে শিব গেমনে আয়, আকাশে সৰ পৃথিবী পায়। সৰ চলিয়ে মুকিৰ গায়, অলংঘ ম ম ঘুৰি গায় আমি বিচাট মল, ৰং লং মং জং পং ওং নিং

[ ৮৭ ] গৃহকপন মন্ত্ৰ।

হতী ৰ গৃহ চাল ৰুশে গগন মণ্ডল। কতো আকাশত এনে তো যন পৰতত, যেনেকে এমৰি ফুৰে তিনিয়ো নোক। ভূত ভবিষ্যত দেৰতাৰ আয়। ক। চকুমাৰ লাতি বেতাল চণ্ডীৰ ভনয় দ্বাদশ বৎসৰ তপ কৰিলি বিহুৰ। দুই হয়া মহাদেবে দিল ইষ্ট বৰ। নাট ছন্তে জন্মিলি কৈলাস সিখৰে সত্যে সত্যে দেৰীৰ ৰিকাৰু। সত্যে সত্যে নথাকিৰি দুৰাচাৰ।। চৌমোবাট। তাতে দেৰী পাতিলা নাট। নাচত্তে নাচতে উঠিল পুলি, মেৰী লৈলা বাম হাতে কোচে তুলি। সেহি ধুলিত কাল ধুমা উভপতি বুলি। হাতত আপনি ডিজিত ৰুদ্ৰা কান্ধত বুলি। আহাৰ কনিষ্ট বিন্মখিয়া ভাই। পৰৰ খ্ৰীক ধৰিৰি জাই। কিছু ধুলি দেৰীৰ যন্ত্ৰত ৰৈলা, সড়াউ বিড়াউ দুয়ো জন্মিল। পৰৰ স্ত্ৰীক সদায়ে হৰি। ৰুত্ৰ অলঙ্কাৰ নিয়ে চুৰি কৰি। ৰজত পিত্ত আৰু তাম কাল। এল খলি দেবী তুলিলা হাস। যেৰে সুনিবি মায়েৰ দেই, হণ বন্ধক পেলাই দিবি তই। বৰ ধুলি মলয়া চাৰি পেলা। বিষ্টা সিকা পয় অস্তায় গকুলা জন্মিল। শুন হৰি চন্দ্ৰ ভাই যাকে তাকে অপু কৰিৰি তই। উপজিলা সবে নাটৰ থান। মোহোৰ বচনে চাৰিৰি দুজন। তাল ঋৰা। চিলি মিলি সাগৰে মেঘে আমোল সাগৰে কৰে বালি। ফল খৰি তাক পাৰে মেৰী গোসানী। ভুতুলী প্ৰেতনী পিশাচিনী বিড়ালি ফিল ফিল নিই বিভূক বন্দি কৰে। দেবীৰ আজ্ঞাক মানি। ওং দেৰীৰ সত। দেৰী তৰানীৰ সপত। পুষ্প ঋৰা মন্ত্ৰ। অনি হতে মালতী বাম হাতে পুষ্পচয়। আচোক মৰ্য দেৱতা কাপ। ৰূপে অগিৰি ৰুৰে টলবল। পাতালৰ পৰা আলি নিকালিল জল। লং ইতি পুণ কাৰণ। কালী পত্ৰ ৰা মন্ত্ৰ। দিল। ৰি , সুৰ্গাৰ লগে ফৰিলো পত্ৰ। মুকিলা চমৰে মাৰিলে ছি; শুকৰ গাৰৰ মায়া পেলালে কাটি। অং ইতি। [ ৮৮ ] জয় শহিক চীনেকি। চিনি কম ম। | এ নি। এ কামখে দুফি শৈল। ত্ৰিশ তো সে খানে গল। এদেৱে ঋৰিল কে। ব্ৰিজ দেৱত ফেঞ্জ বিসি। ইতিকাৰ শাপ। কং ইতি দুলাৰ অল ইতি টা কি। গা। ইতি ৰৈ। এ ইতি তৰালীৰ শপত। ৰং তিনি। কং ৰং ৰুতে ফিং। ভিং ইতি কেন্দ্ৰ পালায় নমঃ। সূত্ৰ ঝাৰা। এ বিষ্ণু তিনিজন হৈ সাখি। মই অমুকীৰ গা ব্যয়ে ইখতি মিই মেৰী কাটি দিলা সুভ। মই আসুকীৰ আঠ ক্ষেত্ৰষ্ট্ৰি হিট লি ৰা ৰেীৰ পু। আকাশত দেবতাক বান্ধিলো জীম জৰি। পাজাল নাগিনী, সি এ কবি। অমুকীৰ গাৰ বান্ধিলো অনেক যতনে। ৰেীৰ চৰণ হে এক মনে। এহি গাঠি উপৰে যি কৰি যায়। খানি ব, আৰু কালিন চণ্ডী মাৰ। সবি ব্য মন্ত্ৰ এক দিন কাৰ্তি গণপতিৰ জন্ম লৈ। জন্ম হৈয়া যক্ষ ৰূপ দেখিল। প দেৰি ৰামোহিত ভৈলা মন। দুইকো যাই লংঘিলা তেতিক্ষণ। • পৰিলা . সৰি মুঠি দেবী আনি দিল সুবিসা বাটি। সেহি সৰিলাৰ জৰি তে। ত্ৰে বিজ্ঞাৰ ভাঙ্গিলা মেল। শুন সৰি তোৰ কলে জন্ম জাতি। মলয়া, গিৰি পৰতত তৈলা, উতপতি। সোনা লাল পাৰ কাল। কৈলাস গোনাই অবিল হাল। হাল বাহন্তে উঠিল মাটি। গজিল সঠিল মেদিনী ফাটি। চল সাৰি চল। দেৰকাৰ বৰ। যি ঠাই আছে নে বিষ্ণু কখেছি। আহক গৰি আনক দাম। গতীৰে কি কপি বধ। না পাও, শৰ পৰ। মহাদেৱৰ জ্বটা চিফস সুমৰ মাত। শীত আৰু ঘৰ কৰ। দেৰ ঋষিগণ ব্ৰহ্ম ঋষিগণৰ সত। এহি বাকল ৰেী আৰু বৰ ৰস। | দি বলি মন্ত্ৰ। যে নাত্ৰি এখানে পুলিশে চাট। পুৰে ধৰি প ৰে বলি, ক্ষিণে অৰি। আন ন গ নপৰেক লজি। আমু বলি [ ৮৯ ] মা আৰু শি ফুল বন্দি দুৱাৰ ৰলি কৰি থও। চুল ধৰিয়া সেৱা কৰাও। আমুকিৰ পৰা বিড়। উঠা বিড়া ডালুয়া বিড়া। নামতো বিড়া থামাচা বিড়া। দগন্ধা বিড়া। টুপডিয়া বিড়। ওং নাভি কুণ্ডলী দেবী ভবানীৰ সপত। মোৰ বচন শুহি দুৰ্গা দেবী। ডাক। মেলিলা আঠ বিড়া অন্তৰী থাক। দক্ষিণত বন্দি কৰো যমনাম। পশ্চিমত বন্দি কৰে। বৰুণ অনুপাম। উত্তৰত বন্দি কৰে কৈলাস সমেহৰ। পুৰে বন্দি কৰো ভানু ভাস্কৰ। উত্তৰত বন্দি কৰো ভবানী পাৰ্বতী। পতালত বন্দি কৰে৷ মাৰ বসুমতী। অৰাত্বি প্ৰমানে পাতিলে চাট। দেবী দিছে তোক নিৰ্ভয় বাট। চল বেটা চল মেৰু গিৰি পৰ্বতে চল। হিলে দলে চল গ্ৰাম নগৰে চল। যৈকে ইচ্ছা তৈকে চল। অক্সি প্ৰমানে পুতিলোঁ চাট। ব্ৰহ্মৰ নাগ পাশে বান্ধিলো বাট। দেবী আঞ্চোল মহাদেবৰ জট। এহি ঔষধে মাৰিলো চাটি। অন্ধকাৰ কৰিলোঁ৷ তোৰ দিন কি ৰাতি। দুৰ্গাৰ শপত ব্ৰহ্মৰ নাগ পাশ মহাদেবৰ জট দেবীৰ তলপ। ধনুটলি মন্ত্ৰ। উচ্চ ঘৰ ওৰ মাটি দেবী জানিলা কাটি। খচি গুলি দিলা হাতত। টলি হৈ গেল ৰেীৰ পাকত। গুন বেটা শুন। ব্ৰহ্মা দেবীৰ গুণ। মাৰ ৰাটলি যাহা চলে আঠ বিড়াৰ ঘাই মাথাত পৰে। ব্ৰহ্মা দিল। ধনু খানি ৰুত্নে দিলা গুণ বান। আঠ বিড়াৰ কলি মায়া শব্দ কৰিলোঁ নিন। গঢ় মন্ত্ৰ। কাল কিল কৈ মোৰ বাণী। কৈত আছে কোন দেৱতা লীলায়ে নজানি। মই কৰো গুণ তোক লাগি। তই থাক মোক লাগি। মই কৰে গুণ দেৰীৰ আয় গুণ। তই দক্ষিপ কৰ্ণ পাতি শুন। জয় জয় নৰসিংহ গগণ সমতা। মই কৰৰ গুণ দেউ বিড়া পলাই চতুৰ্তিতা। গৃহ খনৰ উপৰে উঠি, চাৰি কোনে চাৰিটি মাৰিলোঁ খুটি। এহি খুটিৰ ভিতৰ পশ যেৰে, হনুমন্ত লাঞ্ছত ধৰস তেৰে। শীত মাক ধৰ কৰল তেবে। বাপ হনুমন্ত কৰো হাত যোৰ। লঙ্কাৰ বিষ্ঠীষণৰ হা। লালে বান্ধিলো সাতখানি গড়। হনুমৰ লাগে কৰিলে। সম। দুৰ্গা চোৰু দেৱতা অলমে বম।, এহি বাক্য লৰে দৰী আৱক খৰ কৰে। মহাদেবী দুৰ্গাদেৰী পাতি আছে খেড়ি। সত্যৰ দোহাই লাৰস যদি তাতে পৰি মৰি। [ ৯০ ] আসৰীয়া সাহিত্যৰ চানেকি। বিড় বন্ধ মন্ত্র। বাপ দিয়া মায় অদিতি। মন্ত্রে বিড়া বাঝে নাহিকে সজি। মহাদেৱৰ গণ অধিতিৰ পাে। মন্ত্রে বন্দি কৰােক মুযাইবি পো। মহাদেৱৰ সংজ্ঞা দুৰ্গাৰ বৰ। বান্ধিলো বিড়া পশি থাক ঘৰ। মােহােৰ হুঙ্কাৰ মহাদেৱৰ বৰ। উত্তৰে বাৰে কুবেৰৰ গড়। আকাশে বান্ধে দেৱতাগণ পাতালে বাঙ্কো ধনপতিগণ। জলে বলি কৰে কল কোৱাৰ সশে বন্দি কৰো চুচিয়া পণ। শুনিকী মেনিকী দুই বহিনী পুত্র বন্দি কৈলা মনুষ্য গণে। নৰসিংহৰ স্থাৰ মহাদেৱৰ বৰ। বান্ধিলো বিড় পশি থাক ঘৰ। তোৰ উপদ্ৰৰ সহিব পাৰি বন্দি কৰিলো বাপৰ আজ্ঞা পালি। নাগপাশে হনুমন্ত কেন ভৈলা বন্দি। হাড়িৰ মুখে সমা বেটা নাহি সলি। নৰ সিংহৰ হাৰ বান্ধিলো সপ্ত দুৱাৰ। কৰতি মন্ত্র। অনন্ত শয্যাত এতিয়া আচত্ত চাৰি বেদ বাজ তৈলা নিখাসত হন্তে। ওঢ়াৰ শবদে অথর্ব বেদ ভৈলা। অথর্ব আছে কতি কহে। কতিৰ হন্তে জগত হে। কৰতি মধ্য বেদ কৰতি বেদ কৰতি ওঙ্কাৰ শবদে কৰতি অল কতি। মাৰে চৰিটা কতি কাটি কৰে পানি খাৰ । ওকাৰ শবদে গােসাই জপিৰা লৈল। ওকাৰ শবদে আছে যম যিতো বেদ কতি নাম খৈল। ও শবদে গােসাই চাৰিলেক ডাক। ওঙ্কাৰ পদে চাৰি বেদ বাঝ। ওঙ্কাৰ শবদে ব্ৰহ্মাকে স্মৰিলা। চাৰিখন বেদ ব্ৰহ্মাৰ আগত পৰিলা। ওঙ্কাৰ শবদে ব্রহ্ম দিল ডাক। অপপানাৰ বিদ্যা এৰি ৰাপৰ বিদ্যা কাট। আপনাৰ বিদ্যা এৰি পৰ বিজ্ঞা ধৰি। শৰ পেলালাে কাটি। বায়ু শৰ কাটো। বায়ু বান কাটো। ইন্দ্র বান কাটো। চন্দ্র বান কাটো সূৰ্য্য বনি কাটো। চন্দ্ৰ শৰ কৰে খণ্ড খণ্ড। মহেশ্বৰৰ আজ্ঞা কুম কাটি কৰে ৰও গুগু। কুৰু মহেশ্বৰৰ শৰ কাটো। বায়ু শৰ কাটো.। বহ্নি শব কাটো। মুষ্ঠি শৰ কাটো। উলঙ্গ শৰ কাটো। পালটা শৰ কাটো। উভতা শৰ কাটো। খল গৰ কাটো। সপা শৰ কাটো। ফুটা শৰ কাটো। সাত শৰ কাটো। খান্ত শৰ ফাটো। হয়া শৰ ফাটো। নয়া শৰ কাটো। আৰ শৰ কাটে।। অনুশৰ কাটো। খােড়া শৰ কাটো। বন্তু শৰ কাটো। দুগ্ধ শ কাটো। যত্ন শৰ কাটো। কুম কাটি কৰু নিৰ্যান। ব্রহ্ম কৰােতি ধৰিলোঁ ভাটি। চুৰচণ্ড পেলো [ ৯১ ] কাটি। ইন্দ্ৰৰ চুৰ কাটো। চন্দ্র চুৰ কাটো। সুৰ্য্য চুৰ কাটো। ব্ৰহ্ম চুৰ কাটো। বায়ু চুৰ কাটো। বিষ্ণুচুৰ কাটো। মাত চুৰ কাটো। আন্তচুৰ কাটো। দান্তচুৰ কাটো। ভৰিচুৰ কাটো। মুষ্টিচুৰ কাটো। মাটিচুৰ কাটো। গৰ্ভচুৰ কাটো। গৰ্ভৰ নাভিচুৰ কাটো। দেখাচুৰ কাটো। খোঁজচুৰ কাটো। সংসাৰৰ কুমন্ত্রণা সকলো কাটো। মহেশ্বৰক স্মৰি সমস্তে শৰ মাৰি থৈলোঁ জান্তি। দেব অগ্নি মনুষ্যৰ শৰ কৰিলোঁ পানি। চল চল শৰ চল গুৰুৰ আজ্ঞায়। যি হানিছে শৰ সেই শৰ সমস্তে পৰ। নাচিল থিৰ ষৈসানি উতপতি ভৈলা, কালকুট শৰ। ৰামৰ শৰ। লক্ষণৰ শৰ। নাগ শৰ। পােতা শৰ। চিঙ্গলিয়া শৰ। পিঙ্গলিয়া শৰ। দেবশৰ। মনুষ্যৰ শৰ। ইন্দ্ৰ শৰ। চন্দ্ৰশৰ। বায়ুশৰ অগ্নিশৰ। উলতা শৰ। পালতা শৰ। দৈত্য শৰ। ইন্দ্ৰশৰ। যিহানিছে আমুকাৰ গাৱৰ শৰ। সেই শৰ তাৰ শৰীৰে পৰ। গুৰুক সুমৰি কৰতি ধৰিলোঁ ভাটি। আপােনাৰ মন্ত্ৰ ৰাখি আনৰ মন্ত্র পেলাইলো কাটি। জয় জয় কৰতি উতপতি ভৈলা। গোসাই যৈসানি সৃষ্টি আৰম্ভিল তৈসানি কৰতি উতপতি ভৈলা। নাছিল জল থল নাছিল আকাশ নাছিল চন্দ্র সূৰ্য্য কাৰো প্ৰকাশ। তৈসানি কৰতি উতপতি ভৈলা, দেৱতাৰ শৰ পেলা ইলা কাটি। দেবতাৰ শৰত যি ভৈলা। কৰতি মন্ত্রে দৈত্য দানৱৰ বান। শৰ কাটি কৰিলোঁ উচ্ছন্ন। কৰতি উতপতি হুই ধাই। ব্ৰহ্মাৰ শৰ ব্ৰহ্মাৰ বান, কাটিয়া পেলাই। যুগুনীৰ শৰ কাটো। বাহিৰে ব্ৰহ্মা মেলিলা বান। কৰতি মন্ত্রে কাটি কৰো খান খান। অধে কাটো উধে কাটো। মহাদেৱৰ আজ্ঞা পালোঁ কালকুট ব্যাধি পানি কৰোঁ।। খট খট পানি বস্ত্ৰ ৰােগ সব কৰিলোঁ পানি। কৰােতি মন্ত্র পঢ়ো মহাদেৱৰ আজ্ঞা পালোঁ। নাৰানি শৰ নিচকি শৰ গর্ত্তকি শৰ মাৰ শৰ কৰিলোঁ পানি। ব্রহ্ম কৰতি পঢ়ো। গুৰুৰ আজ্ঞা পালোঁ। অধে কৰতি উধে কৰতি পঢ়িলোঁ। যেবে বজ্ৰ হাৰা পানি কৰু তেবে। মনুষ্য বত্রিশ শিৰত কৰােতি মন্ত্র পঢ়ো যেৰে কালকুট হাৰ মানে পানি কৰু। তেবে চন্দ্র বান্ধো সূৰ্য্য বান্ধো । বত্রিশ নাৰিৰ পৰাই ব্যাধিক পানি কৰু। বাহিৰক যাই। কৰতি মন্ত্র পঢ়িলে ঠায় পানি হুই। যেই যেই পালে যাই। কাটিলোঁ হাৰা সবে আছে চাই। মেলিলোঁ ৰান কাটি কৰে নব খান। প্রথমতে দেবীয়ে মনুষ্যে কালকুট পৰ কাটি কৰো নব খান। বত্রিশ শঙ্কৰ কৰােতি মন্ত্রে কাটি পানি কৰো। চুন কৰতি পঢ়িলে শৰ সহস্ৰ ৰােল সিয়ো পানি হুই। বজ্রে বজ্ৰে কাটো হাৰা শৰ। সেগশৰ। লেগশৰ। চাহনি শৰ। অমিষ্য শৰ। উৰ্দ্ধশৰ। [ ৯২ ] ভোস্যশৰ। পোৰাশৰ। চটকিশৰ। শনিশৰ। লুটিশৰ। লুটা শৰ। ঠেলাশৰ। মাটিশৰ। ভ্ৰমৰাশৰ। ভূমিশৰ। ৰাঙ্গলিশৰ। ঠকিশৰ। হেলিশৰ। ভাণ্ডশৰ। পৰুয়াশৰ। তালশৰ। সকল শৰ দিলোঁ থৈয়া। চুন কৰতি পঢ়ি পানি কৰোঁ। মহাদেৱৰ আজ্ঞা কৰোঁ ।গৰ্ত্তচণ্ড। পগলাচণ্ড। বায়ুচণ্ড বনিয়াচণ্ড। কৰতি পঢ়ো ব্ৰহ্মক ধিয়াই। মণ্ডক কৰো। পাখাৰ মাৰো চাটি, অনন্ত শষ্যাত গোসাই সূতিয়া আছন্ত। নিছাস কৰন্তে চাৰি বেদ বাজ ভৈলা। ব্ৰহ্ম কৰতি বিষ্ণু কৰতি কৰ্ম্ম কৰতি দেব কৰতি চাৰি কৰতি উতপতি ভৈলা। মুনি কৰতি কি চাওঁ স্বৰ্গৰ গাঠি মানে কাটিবাক যাওঁ। এহি শুনি কৰোতি মহ ক্ৰোধ ভৈলা। স্বৰ্গৰ গাঠি মানে কাটিবাক গৈলা। ইন্দ্ৰৰ গাঠি কাটো চন্দ্ৰৰ গাঠি কাটো সূৰ্য্য়ৰ গাঠি কাটো অনেকৰ গাঠি কাটো। মই যেবে হাতে কৰতি ধৰো ডাটি। পেলালো অমুকাৰ কুজ্ঞান মন্ত্ৰক কাটি। নিশা নাৱ পৰী সন্যাসীৰ বচন লৰস মহাদেৱৰ চক্ৰত পৰি মৰস। বায়ুৰ গাঁঠিক কাটো। থলৰ গাঁঠিক কাটো মাংসৰ গাঁঠিক কাটো। যেৰে মই কৰতি মন্ত্ৰ খান ধৰু ভাটি চৌষষ্টি কুজ্ঞান কুমন্ত্ৰ পেলালে কাটি। শুনি বিষ্ণু কৰতি মই কিবা চাউ। পাতালৰ গাঠি মানে পানি কৰি কাটিবাক যাওঁ। এহি বুলি বিষ্ণু কৰতি মহাক্ৰোধ ভৈলা। পাতালৰ গাঁঠিক কাটো। লক্ষণৰ গাঠি কাটো। ৰাক্ষসৰ গাঁঠিক কাটো। চৌষষ্টি গাঠিক কাটো। যেবে মই কৰতি মন্ত্ৰ খান হাতে ধৰু ডাৰ্টি। চৌষষ্টি কুমন্ত্ৰ কুজ্ঞান কুমৰ্ম্ম সমন্তে পেলালো কাটি। শুনি ৰুদ্ৰ কৰতি মই কিবা চাউ। স্বৰ্গৰ গঠি মানে কাটিবাক যাওঁ। এহি বুলি ৰুদ্ৰ কৰতি মহাক্ৰোধ ভৈলা স্বৰ্গৰ গাঠি মানে কাটিবাক গৈলা। ব্ৰহ্মাৰ গাঠি কাটো। বিষ্ণুৰ গাষ্ঠি কাটো। ৰুদ্ৰৰ গাঠি কাটো। খলৰ গাঁঠিক কাটো। দেৱতাৰ গাঁঠিক কাটো। সমস্ত গাঠিক কাটো। হাতে কৰতি মন্ত্ৰ খান ধৰু ডাটি। আজ মেলো জাঙ্গ মেলো মেলে! বত্ৰিশ নালা।

 চন্দ্ৰ সাখি, সূৰ্য সাখি। আমুকাৰ মুখ ৰাখি অন্তচুৰ মেলো। দান্তচুৰ মেলোঁ। চুলি চুৰ মেলোঁ। স্বৰ্গ চুৰ মেলো। ভৰি চুৰ মেলো। জল চুৰ মেলো। থল চুৰ মেলো। পাতালি চুৰ মেলো। চৌষষ্ঠি চুৰ চণ্ড মেলি পানি কৃত্য় কৰো। ব্ৰহ্মা মহাদেবৰ আজ্ঞা পালো। কুমন্ত্ৰ কজ্ঞান কুকৰ্ম্ম হাড়া মন্দ কৰা ৰোগ ব্যাধি চুন কৰতি পঢ়ি সমস্তকে পানি কৃত্য কৰো।

[ ৯৩ ]

ধৰণি কটকট ধৰণি চাল।
মোৰ ধৰণিৰ উপৰ বিষ নাই আৰ ॥
নাযা ধৰণি নাযা জল।
বিষ নামি যা পাতালপুৰ॥
যেবে ছাৰি বিষ উপৰে যাস।
আই পদ্মকুমাৰীৰ মাথা খাস॥
ধৰণি বান্ধো ইঠা ধৰণি বান্ধো সিঠা।
ধৰণি বান্ধো চাল সূৰ্য্য দুই দেৱতা॥
মোৰ ধৰণিৰ উপৰে কৰস খাৱ।
আই পদ্মকুমাৰীৰ মাথা খাৱ॥
কোথি গেলা কোথি গেলা শংখৰ মাৱ।
শংখ বোলে খাইছে ভাগা দংশেৰ ৰাৱ॥
কি দংশিলা ৰূপক পহিল ৰাত্ৰি।
কোন কোন সপেঁ কাঢ়িলে ৰাৱ॥
ডাক দিয়া বোলে শংখেৰ মাৱ।
শংখে বোলে কৰিম কি।
দুই ঠাই আৰু কালকুট বিষ।
সৰ্পৰ মেজেলি সৰ্পৰ শ্ৰেষ্ঠা॥
কোন কোন সৰ্পৰ কোন কোন জাতি।
সৰ্পত বসিছি দাৰুণ কলি ৰাজা॥
এক ডেলি ফুল ফুলে দক্ষিণ আগে।
এক পাসি ফুল লাগে সাঠি সহস্ৰ নাগে॥

[ ৯৪ ]

সেই ফুল যেবে ঔষধিক পাই।
জাৰিয়া গোম গোমুনীৰ বিষ এখনে নোমাই॥
ওৰে গোম তোৰ আৰু জাতি।
মাঘ মাহা পঞ্চমি তিথি॥
কৈক মাৰি কৈক পঠাইলা সমন্তে কছি ৰাজ।
শঙ্কৰিয়াৰ কটৰি জাৰি।
মই বিষ জাৰো জলে মন্ত্ৰে॥
আকাশত পানী নাই।
ফুঙ্ক দিলে বিষ নাই॥
বিষ বিৰ বুলি মই দিলো গেৰি।
বিষ গেল আকাশৰ ধনি॥
বিষ আছে ফন ফনন্তে ভন ভনন্তে।
ৰুধিৰ পানী খিৰ খিৰন্তে॥
চক্ষুই আখি চাইল বিষ।
ত্ৰিভুবনৰ সন্ধিৰ বিষ॥
ৰামৰ আজ্ঞাই কাক।
গুৰুৰ আজ্ঞাই কাক।
কালকুট বিষ টিপতে মাৰো॥
মেচান্দেৰি মেচান্দেৰি মেচান্দেৰি নাড়ি।
শৰীৰত বিষে কৰে অনেক ধৈমালি।
আদ বংশৰ পদ্মকুৱৰী হাতে মগাৰ খাৰু।
এক হাতে আছে খটাঙ্গ ডম্বৰু॥ .
এক হাতে আছে বিষৰ লাৰু।
বিষেৰ লাৰু লৈয়া মাৰে মনে মনে হাসে॥
অন্য ধৰ্ম্মে কি ফুল ফুলে সি ফুল গন্ধতে ভাষে।
পানী বসন্তি তৰুণি কাশে ভাঙ্গিল ঘুং॥

[ ৯৫ ]

ডাক দিয়া প্ৰচাৰে চুঙাৰে ড়ূং কানিৰ ভাঙ্গিল ঘুং।
চুৰে শঙ্কৰ চৰিল মাথে।
চুবে জাৰু অমৃত হাতে॥
ফুটিল জল কুচিল পানী।
মৈস্যেকৈস্যে কৰে ভাঠি উজানি॥
গণ্ডুষত কৰি ধৰিলে জল।
আই পদ্মকুমাৰীৰ মাথা খাও॥

[ ৯৬ ]

গু কৰতি।

গু কৰতি নিজ গুৰুৰ বচন শুনি।
আদি আজ্ঞা অনাদি আজ্ঞা।
একেশ্বৰে আছো মই আদি নিৰঞ্জন॥
সৃষ্টি নাহিকে মোৰ নকৰে শোভন।
এহি বুলি গোসাইৰ মন ভৈলা॥
প্ৰকৃতিক কটাক্ষে চাহিলা।
নাভি কমলতে ব্ৰহ্মা উলজিলা॥
হৃদয় কমলতে বিষ্ণু উপজিলা।
ললাটতে ৰুদ্ৰ উপজিলা॥
সৃষ্টি কৰিবাক আদেশিলা।
আজ্ঞা শুনি সৃষ্টি তেখনে কৰি নিৰ্য্যান॥
চৈধ্যতলা পৃথিবীৰ যাৰ যত ধৰ্ম্ম।
তেতিক্ষণে সৃষ্টি কৰিলা নিৰ্ম্মাণ॥
ব্ৰহ্মায়ে স্ৰজন্ত বিষ্ণুৱে পালন্ত ৰুদ্ৰে সংহাৰত॥
চৈধ্যতলে পৃথিবীৰ হৰেক ৰকম বিষ ব্যাধিগণ।
উপক পকে গাঠিগণ।
বেদৰ বাহিৰে খেত্ৰ একে ঠাই হুই॥
মনুষ্যক খাই হৰেৰ ভিতৰে নাভিৰা সৈন্যাসিৰ।
ভেশ ধৰি আছে মহেশ্বৰ॥
সেহি বেলা বৈদ্য ধনন্তৰি গৈলা মহেশৰ ঠাই।
তাঙ্ক দেখি ধিয়ান ভঙ্গ ভৈলা॥
বৈদ্য ধনন্তৰীক সুধিবাক লৈলা।
কি কাৰ্য্যে জাসিলি মোৰ ঠাই।

[ ৯৭ ]

বৈদ্য বোলে শুনৰে জীৱকে যে মনুষ্যক হিংসা
কৰে দেৱে দৈত্যে।
আৰু এক কথা ভৈলা না তাক কও॥
সবাহাৰ মন্দকৰ বেৰৰ বাহিৰ চুৰ চণ্ড বান
আমাক নামানে বেদক নুশুনে।
নৰ মনুষ্যক ৰক্ষা কৰো কেন মতে॥
হেন শুনি মহাদেৱ ব্ৰহ্মা পাশে গৈলা।
মহেশ্বক দেখি ব্ৰহ্মা শুধিবাক লৈলা।
বেদৰ বাহিৰে গাঠি স্ৰজিলা কোন ঠাই
ব্ৰহ্মা বোলে চাৰি বেদ জানো মই॥
ইহাৰ বাহিৰ গাঠি নাজানু নিশ্চয়।
অলোচিয়া দুয়ো নে বিষ্ণু পাশে গৈলা॥
ব্ৰহ্মাক হৰক দেখি আসন দিয়াইলা।
তাতে বসি দুয়ো জনে কহিবাক লৈলা॥
হে বিষ্ণু ভগৱন্ত জগত অধিকাৰী।
চৈধ তালে পৃথি সবে আছে জানি॥
নানা ব্যাধি ৰোগ ভূত প্ৰেত পিসাঞ্চ দৈত্য দানৱগণ।
বেদোৰ বাহিৰ গাঠ যত ইসব মনুষ্যক মাৰি ফুৰে॥
নমোস্তে বিষ্ণু বোলে হৈব ক্ষই।
ইসব কথা নাজানু মই॥
আলোচিয়া তিনি জনে উতৰ দিশে গৈলা।
লোকালোক এৰি পাছে জলখান পাইলা॥
বসিয়াছে পূৰ্ণকৃষ্ণ অনন্ত শয্যাত।
হাজাৰেক স্তম্ভ ফটিক প্ৰকাশে উসৃত বহল
ঘৰ সুবৰ্ণৰ কোটি
চন্দ্ৰতাপ উপৰত জিলি মিলি দেখিতে সুভন।
আঠভুজ বহু শ্যাম শৰীৰ যে ৰূপ॥
বেদ ভগৱন্ত বোলে হে ব্ৰহ্মা হে বিষ্ণু হে ৰুদ্ৰ
তিনি কি কাজে আসিলা আমা ঠাই।
তিনি জনে তুতি কৰি কহিবাক লৈলা॥

[ ৯৮ ]

হে পিতৃ অধিকাৰী পাতিলা আমাক।
ৰাখিবাক নপাৰো সৃষ্টি সবাকে এৰি আইলো।
আৰোতিয়া গাঠি বেদৰ বাহিৰ উপক গাঠিগণ।
নকৰে মান বেদক নুশুনে॥

স্ৰজিলা বৈদ্য ধনন্তৰী।
অৰ্থ বেদ দিলো তাৰে হাতে॥
গুৰুক মৰি সেহি মন্ত্ৰ গাই।
তথাপিতো গাঠিৰ ভুৰি ভঙ্গ নাই॥

ইশ্বৰে বোলে শুনিয়ো কাহিনি।
তিনি জনে সৃষ্টি কৰিলা যৈসানি॥
চাৰি সন্যাসি মোত মাগি নিলা চাৰি চহৰ।
খৰ্ব্বহাজাৰ ধৰণি॥

এহি বুলি ঈশ্বৰে নামেতি ৰৈলা।
নাজাও নাজাও সত্যে সত্যে সৃষ্টিত নাহি কাজ॥
বেদৰ বাহিৰ গাঠি আমাক কৰে লাজ।
হেন শুনি ঈশ্বৰৰ ক্ৰোধ জ্বলি গৈলা॥

গু, গু, গু বুলি তিনি বেলি দিলা ডাক
তন্ত্ৰ মন্ত্ৰ বেদৰ বাহিৰ গাঠি গু হুই থাক॥
বিষ্ঠা যেন গু কৰু।
গাই গণ গু কৰু॥

তিনি কো বুলিলা।
পেন্ত বিগুম॥
আমাৰ অমোঘ বাণি খানিতে পাই।
সবেয়ে কহিলো নিচয়॥

হেন বাক শুনি ৰঙ্গ ভৈল।
তিনি জনে গুৰুক প্ৰনামি মন্ত্ৰখান শিকি লৈলা।
গৰ্ভতাকাৰ ত্ৰিগুণ ভৈলা॥
সমস্তোৰ গাঠি গু হুই পৰ।
লৈলা কৃষ্ণক প্ৰণামি উঠিলা তিনি জনা॥

[ ৯৯ ]

ভগৱন্তে বোলে হৈব অজৰ অমৰ।
তিনি জনে আজ্ঞা লৈয়া উঠি গৈলা॥
আঠ দিশি অনন্ত ফেনা বিস্তাৰিবে লৈলা।
আসুৰিয়া গাঠি পাই॥
গু কৰতি কাটি পেলাইলা।
তন্ত্ৰ মন্ত্ৰ পাতলোত গুকৰি থৈলা॥
হৰ বিষ হৰ নৰ মনুষ্যৰ বেদৰ বাহিৰ।
ব্ৰহ্মা গু কৰতি জৈপ্য কৰ॥
মনুষ্যৰ গৰ্ভে দিয়া আতি।
ইসব গাঠি মুঠি চুৰ ব্যাধি কাটি থৈলা॥
এতেক গুকৰতি প্ৰখ্যাত ভৈলা।
ৰাম গৈলা বৈকুণ্ঠে কলি যুগ ভৈলা॥
অসুৰে দেৱদৈত্যে পিড়া কৰিবাক লৈলা।
এহি মন্ত্ৰ খান সত্য যুগে গুপ্ত হুই॥
ঈশ্বৰৰ গানে গৈলা।
তেতিক্ষণে মনুষ্যক অধৰ্ম্মে যুৰিলা॥
ব্ৰহ্মই পৃথিবীৰ দেৱতা স্ৰজিলা।
ব্ৰহ্মাৰ তুতিত ঈশ্বৰ তুষ্ট ভৈলা॥
পাচে আসি কৃষ্ণ অৱতাৰ ভৈলা।
অসংখ্যাত অসুৰ সংহাৰিলা॥
সবাকে নিৰ্য্যান কৰি বৈকুণ্ঠে চলিলা।
পুনৰ্ব্বাৰ আসিয়া ধৰ্ম্মে যুৰিলা॥
পাছে যোগ ধৰি সৈন্যাসি আছে তপ কৰি।
সেই বেলা সব হাড়াকৰমা গাঠি মুঠি উৰান॥
কৰণে উপকে ধনু চাক।
চুৰ গাঠি মুঠি ইসবে মনুষ্যক মাৰি ফুৰে॥
যোগ বলে ৰাম গিৰি গুকৰতি পাই।
সকলোক কাটি কৰিলা ঠাই ঠাই॥
তৈৰ পৰা তিনি জনে পৃথিবীক আইলা।
বৈদ্য ধনন্তৰিক মাতি এহি মন্ত্ৰ খানি দিলা॥

[ ১০০ ]

গুৰুক প্ৰণামি বৈদ্য মন্ত্ৰ শিৰে তুলি লৈলা।
উলটা পালটা গাঠি কাটিবাক লৈল॥
সবে তোলে পাতালৰ মাটি।
নৰহৰি কুমৰে আনিলা কৰে কাটি॥
খচি গুলি দিলা চাকত কলহ হল ব্ৰহ্মাৰ পাগত।
সেহি কলহত জাৰিলো পানী॥
চলিশ কোটি গাঠি সৰ্ব্ব কাটি ব্যাধি নিখৰ্ব্বক।
চুৰ কাটি কৰিলো পানী॥
হৰ গাঠি মুঠি মুৰ।
সমস্ত গাঠি গুহুই পৰ॥
এহি মন্ত্ৰ খানি সত্য যুগে গুপ্ত হুই ৰইলা।
দ্বাপৰ যুগে ৰাম অৱতাৰ ভৈলা॥
এহি মন্ত্ৰ খান উচ্চাৰিবে লৈলা।
ৰামৰ আজ্ঞা লক্ষ্মণৰ আজ্ঞা আদি গোসানীৰ
আজ্ঞা বিভিষনৰ আজ্ঞা হনুমন্তৰ আজ্ঞা
সৰাকে নমস্কাৰ কৰি আঠ দিশে আঠ দেশ।
জ্বৰ গাঠি কাটি গু কৰো॥

⸻⸻