পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসৰীয়া সাহিত্যৰ চানেকি। বিড় বন্ধ মন্ত্র। বাপ দিয়া মায় অদিতি। মন্ত্রে বিড়া বাঝে নাহিকে সজি। মহাদেৱৰ গণ অধিতিৰ পাে। মন্ত্রে বন্দি কৰােক মুযাইবি পো। মহাদেৱৰ সংজ্ঞা দুৰ্গাৰ বৰ। বান্ধিলো বিড়া পশি থাক ঘৰ। মােহােৰ হুঙ্কাৰ মহাদেৱৰ বৰ। উত্তৰে বাৰে কুবেৰৰ গড়। আকাশে বান্ধে দেৱতাগণ পাতালে বাঙ্কো ধনপতিগণ। জলে বলি কৰে কল কোৱাৰ সশে বন্দি কৰো চুচিয়া পণ। শুনিকী মেনিকী দুই বহিনী পুত্র বন্দি কৈলা মনুষ্য গণে। নৰসিংহৰ স্থাৰ মহাদেৱৰ বৰ। বান্ধিলো বিড় পশি থাক ঘৰ। তোৰ উপদ্ৰৰ সহিব পাৰি বন্দি কৰিলো বাপৰ আজ্ঞা পালি। নাগপাশে হনুমন্ত কেন ভৈলা বন্দি। হাড়িৰ মুখে সমা বেটা নাহি সলি। নৰ সিংহৰ হাৰ বান্ধিলো সপ্ত দুৱাৰ। কৰতি মন্ত্র। অনন্ত শয্যাত এতিয়া আচত্ত চাৰি বেদ বাজ তৈলা নিখাসত হন্তে। ওঢ়াৰ শবদে অথর্ব বেদ ভৈলা। অথর্ব আছে কতি কহে। কতিৰ হন্তে জগত হে। কৰতি মধ্য বেদ কৰতি বেদ কৰতি ওঙ্কাৰ শবদে কৰতি অল কতি। মাৰে চৰিটা কতি কাটি কৰে পানি খাৰ । ওকাৰ শবদে গােসাই জপিৰা লৈল। ওকাৰ শবদে আছে যম যিতো বেদ কতি নাম খৈল। ও শবদে গােসাই চাৰিলেক ডাক। ওঙ্কাৰ পদে চাৰি বেদ বাঝ। ওঙ্কাৰ শবদে ব্ৰহ্মাকে স্মৰিলা। চাৰিখন বেদ ব্ৰহ্মাৰ আগত পৰিলা। ওঙ্কাৰ শবদে ব্রহ্ম দিল ডাক। অপপানাৰ বিদ্যা এৰি ৰাপৰ বিদ্যা কাট। আপনাৰ বিদ্যা এৰি পৰ বিজ্ঞা ধৰি। শৰ পেলালাে কাটি। বায়ু শৰ কাটো। বায়ু বান কাটো। ইন্দ্র বান কাটো। চন্দ্র বান কাটো সূৰ্য্য বনি কাটো। চন্দ্ৰ শৰ কৰে খণ্ড খণ্ড। মহেশ্বৰৰ আজ্ঞা কুম কাটি কৰে ৰও গুগু। কুৰু মহেশ্বৰৰ শৰ কাটো। বায়ু শৰ কাটো.। বহ্নি শব কাটো। মুষ্ঠি শৰ কাটো। উলঙ্গ শৰ কাটো। পালটা শৰ কাটো। উভতা শৰ কাটো। খল গৰ কাটো। সপা শৰ কাটো। ফুটা শৰ কাটো। সাত শৰ কাটো। খান্ত শৰ ফাটো। হয়া শৰ ফাটো। নয়া শৰ কাটো। আৰ শৰ কাটে।। অনুশৰ কাটো। খােড়া শৰ কাটো। বন্তু শৰ কাটো। দুগ্ধ শ কাটো। যত্ন শৰ কাটো। কুম কাটি কৰু নিৰ্যান। ব্রহ্ম কৰােতি ধৰিলোঁ ভাটি। চুৰচণ্ড পেলো