পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মা আৰু শি ফুল বন্দি দুৱাৰ ৰলি কৰি থও। চুল ধৰিয়া সেৱা কৰাও। আমুকিৰ পৰা বিড়। উঠা বিড়া ডালুয়া বিড়া। নামতো বিড়া থামাচা বিড়া। দগন্ধা বিড়া। টুপডিয়া বিড়। ওং নাভি কুণ্ডলী দেবী ভবানীৰ সপত। মোৰ বচন শুহি দুৰ্গা দেবী। ডাক। মেলিলা আঠ বিড়া অন্তৰী থাক। দক্ষিণত বন্দি কৰো যমনাম। পশ্চিমত বন্দি কৰে। বৰুণ অনুপাম। উত্তৰত বন্দি কৰে কৈলাস সমেহৰ। পুৰে বন্দি কৰো ভানু ভাস্কৰ। উত্তৰত বন্দি কৰো ভবানী পাৰ্বতী। পতালত বন্দি কৰে৷ মাৰ বসুমতী। অৰাত্বি প্ৰমানে পাতিলে চাট। দেবী দিছে তোক নিৰ্ভয় বাট। চল বেটা চল মেৰু গিৰি পৰ্বতে চল। হিলে দলে চল গ্ৰাম নগৰে চল। যৈকে ইচ্ছা তৈকে চল। অক্সি প্ৰমানে পুতিলোঁ চাট। ব্ৰহ্মৰ নাগ পাশে বান্ধিলো বাট। দেবী আঞ্চোল মহাদেবৰ জট। এহি ঔষধে মাৰিলো চাটি। অন্ধকাৰ কৰিলোঁ৷ তোৰ দিন কি ৰাতি। দুৰ্গাৰ শপত ব্ৰহ্মৰ নাগ পাশ মহাদেবৰ জট দেবীৰ তলপ। ধনুটলি মন্ত্ৰ। উচ্চ ঘৰ ওৰ মাটি দেবী জানিলা কাটি। খচি গুলি দিলা হাতত। টলি হৈ গেল ৰেীৰ পাকত। গুন বেটা শুন। ব্ৰহ্মা দেবীৰ গুণ। মাৰ ৰাটলি যাহা চলে আঠ বিড়াৰ ঘাই মাথাত পৰে। ব্ৰহ্মা দিল। ধনু খানি ৰুত্নে দিলা গুণ বান। আঠ বিড়াৰ কলি মায়া শব্দ কৰিলোঁ নিন। গঢ় মন্ত্ৰ। কাল কিল কৈ মোৰ বাণী। কৈত আছে কোন দেৱতা লীলায়ে নজানি। মই কৰো গুণ তোক লাগি। তই থাক মোক লাগি। মই কৰে গুণ দেৰীৰ আয় গুণ। তই দক্ষিপ কৰ্ণ পাতি শুন। জয় জয় নৰসিংহ গগণ সমতা। মই কৰৰ গুণ দেউ বিড়া পলাই চতুৰ্তিতা। গৃহ খনৰ উপৰে উঠি, চাৰি কোনে চাৰিটি মাৰিলোঁ খুটি। এহি খুটিৰ ভিতৰ পশ যেৰে, হনুমন্ত লাঞ্ছত ধৰস তেৰে। শীত মাক ধৰ কৰল তেবে। বাপ হনুমন্ত কৰো হাত যোৰ। লঙ্কাৰ বিষ্ঠীষণৰ হা। লালে বান্ধিলো সাতখানি গড়। হনুমৰ লাগে কৰিলে। সম। দুৰ্গা চোৰু দেৱতা অলমে বম।, এহি বাক্য লৰে দৰী আৱক খৰ কৰে। মহাদেবী দুৰ্গাদেৰী পাতি আছে খেড়ি। সত্যৰ দোহাই লাৰস যদি তাতে পৰি মৰি।