পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গৃহকপন মন্ত্ৰ। হতী ৰ গৃহ চাল ৰুশে গগন মণ্ডল। কতো আকাশত এনে তো যন পৰতত, যেনেকে এমৰি ফুৰে তিনিয়ো নোক। ভূত ভবিষ্যত দেৰতাৰ আয়। ক। চকুমাৰ লাতি বেতাল চণ্ডীৰ ভনয় দ্বাদশ বৎসৰ তপ কৰিলি বিহুৰ। দুই হয়া মহাদেবে দিল ইষ্ট বৰ। নাট ছন্তে জন্মিলি কৈলাস সিখৰে সত্যে সত্যে দেৰীৰ ৰিকাৰু। সত্যে সত্যে নথাকিৰি দুৰাচাৰ।। চৌমোবাট। তাতে দেৰী পাতিলা নাট। নাচত্তে নাচতে উঠিল পুলি, মেৰী লৈলা বাম হাতে কোচে তুলি। সেহি ধুলিত কাল ধুমা উভপতি বুলি। হাতত আপনি ডিজিত ৰুদ্ৰা কান্ধত বুলি। আহাৰ কনিষ্ট বিন্মখিয়া ভাই। পৰৰ খ্ৰীক ধৰিৰি জাই। কিছু ধুলি দেৰীৰ যন্ত্ৰত ৰৈলা, সড়াউ বিড়াউ দুয়ো জন্মিল। পৰৰ স্ত্ৰীক সদায়ে হৰি। ৰুত্ৰ অলঙ্কাৰ নিয়ে চুৰি কৰি। ৰজত পিত্ত আৰু তাম কাল। এল খলি দেবী তুলিলা হাস। যেৰে সুনিবি মায়েৰ দেই, হণ বন্ধক পেলাই দিবি তই। বৰ ধুলি মলয়া চাৰি পেলা। বিষ্টা সিকা পয় অস্তায় গকুলা জন্মিল। শুন হৰি চন্দ্ৰ ভাই যাকে তাকে অপু কৰিৰি তই। উপজিলা সবে নাটৰ থান। মোহোৰ বচনে চাৰিৰি দুজন। তাল ঋৰা। চিলি মিলি সাগৰে মেঘে আমোল সাগৰে কৰে বালি। ফল খৰি তাক পাৰে মেৰী গোসানী। ভুতুলী প্ৰেতনী পিশাচিনী বিড়ালি ফিল ফিল নিই বিভূক বন্দি কৰে। দেবীৰ আজ্ঞাক মানি। ওং দেৰীৰ সত। দেৰী তৰানীৰ সপত। পুষ্প ঋৰা মন্ত্ৰ। অনি হতে মালতী বাম হাতে পুষ্পচয়। আচোক মৰ্য দেৱতা কাপ। ৰূপে অগিৰি ৰুৰে টলবল। পাতালৰ পৰা আলি নিকালিল জল। লং ইতি পুণ কাৰণ। কালী পত্ৰ ৰা মন্ত্ৰ। দিল। ৰি , সুৰ্গাৰ লগে ফৰিলো পত্ৰ। মুকিলা চমৰে মাৰিলে ছি; শুকৰ গাৰৰ মায়া পেলালে কাটি। অং ইতি।