পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আলীয়া সাহিগুয় চলেকি। হংহংকাৰ প্ৰহাৰ কৰে। ৰৰ জাক সৰু হাজাফ। মুকৰি ইকোটি দেৱৰ মায়া কাটো হৰ চৰু প্ৰহাৰ কৰে। বৰ পানি পুনিয়াক সৰু পানি পুনিয়া। ভেৰোল দেয় পাৰ্বতিয়াৰ মায়া কাটা। ইং হংকাৰ প্ৰহাৰ কৰে। বকনা এ আউঠ কুটি। অৰণাৰ দেৱৰ মায়া কাটো। হংকাৰ মহা চঞৰ তোমাৰ হুংকাৰ। কিনি গিনি ভুত ভাহিনি। ভূত নিদানৰ পিচাস। এখিনি যিনি কৈইবৰি দৈত্যানি জালনি বিলোনি। লাগান সালি অন্তু কলিক। আদি কৰি সমস্তু দেৱৰু মায়া কাটো। ইং হুংকাৰ সুদৰ্শন চক্ৰ তুলা হুঙ্কাৰ। বৃক্ষ আবপণ। শত মণ সূত খান, বোগ মৰে কৰে বৃক্ষ গৰোপণ, আয়ত মোৰি যাক। আয়ত, আয় মেচাৰি, কাকলে ধুমা আয়, বিমুখিয়া আয়, সড়উ আয়, বিয়ে আৰ, চলে আয়, গানে আয়, বিষ্টা সিঞ্চা পয়া , অভায় আয়, গকুল আয়, এৰি চন্দ্ৰ আয়, যেমন ত কিত জায়, বিংবিং বিংবিং কটু ফ লং লং নেমনে সাধ্য তেমনে আয়, যেমনে শিব গেমনে আয়, আকাশে সৰ পৃথিবী পায়। সৰ চলিয়ে মুকিৰ গায়, অলংঘ ম ম ঘুৰি গায় আমি বিচাট মল, ৰং লং মং জং পং ওং নিং