বুৰঞ্জীবোধ

ৱিকিউৎসৰ পৰা
[ বকলা ]

BURANJIBODH.
(LESSONS ON HISTORY OF ASSAM)


Rai Saheb Padmanath Gohain Barooah M R A S
Special literary Pensioner



FIFTH EDITION—1929




বুৰঞ্জীবোধ।
(অসম-বুৰঞ্জীমূলক পাঠমালা)।

সাহিত্যিক পেঞ্চনাৰ,
শ্ৰীযুত পদ্মনাথ গোহাঞিবৰুৱা, এম, আৰ, এ, এচ,
প্ৰণীত।



পঞ্চম তাঙ্গৰণ, ১৮৫০ শক।

বেচ, ৸৹ তিনি সিকি।
All rights reserved.

[ ছপাতথ্য ]

তেজপুৰ,
লীলা-এজেঞ্চিৰপৰা গ্ৰন্থকাৰ দ্বাৰা প্ৰকাশিত




 

সান্যাল এণ্ড কোং,
"ভাৰতমিহিৰ প্ৰেছ",
প্ৰিণ্টাৰ,—শ্ৰীসৰ্ব্বেশ্বৰ ভট্টাচাৰ্য্য।
২ নং বেথুন ৰো, কলিকতা।

[ উছৰ্গা ]

উছৰ্গা।

প্ৰাণপ্ৰতীম
— — —
— — —
— — —


⸺৹⸺

গ্ৰন্থকাৰ।

[ ছবি ]

সাহিত্যিক পেঞ্চনাৰ শ্ৰীযুত পদ্মনাথ গোহাঞি বৰুৱা।
(১৯ বছৰীয়া বয়সত)।

[ পাতনি ]
প্ৰথমবাৰৰ পাতনি।

 এই লিখকৰ “অসমৰ বুৰঞ্জী" অসম উপত্যকা বিভাগৰ পঢ়াশালি বিলাকত পাঠ্যৰূপে চলি আছে। পিচে, অসমৰ স্কুল-ইন্‌স্পেক্ট্ৰেচ্‌ মিচ্‌ গেৰেট্‌ মহোদয়াৰ পৰামৰ্শ আৰু অনুৰোধ অনুসৰি, এই “বুৰঞ্জীবোধ" লিখিবলৈ হাতত লোৱা হয়। ইয়াক ছোৱালীৰ পাঠ্যোপযোগীকৈ চমু কৰিবৰ উদ্দেশে, ডাঙ্গৰ খনৰ বাহুল্য কথা ইয়াত চপাই ধৰা হৈছে; কিন্তু লাগতিয়াল কথা এৰা পৰা নাই, বৰঞ্চ ছেগ বুজি ছোৱালীৰ মনত-লগা কথাৰ বৰ্ণনা বহলাই হে দিয়া গৈছে। সৰু সৰু লৰা-ছোৱালীয়ে সহজে বুজিব পৰাকৈ এই পুথিৰ বিষয় আৰু ভাষা পাৰ্যমানে পোন্‌ আৰু উজু কৰি দিয়া হৈছে। এতিয়া, ই শিক্ষাবিভাগীয় কৰ্তৃপক্ষৰপৰা সহানুভূতি টানিব পাৰে যদি, আগলৈ ইয়াৰ বহুল উন্নতি সাধিবলৈ বাঞ্ছা থাকিল। ইতি।

তেজপুৰ, অসম।
১ আহাৰ, ১৮৪০ শঁক।
লিখক,
শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা
 
২য়,—৪ৰ্থ পাতনি।

 এই তিনি তাঙ্গৰণত পুথিৰ বাজে ভিতৰে ভালেখিনি ক্ৰমোন্নতি সাধন কৰা হৈছে। ইতি

তেজপুৰ,
১৮৪৩-৪৮ শঁক।
গ্ৰন্থকাৰ।
 
পঞ্চমবাৰৰ পাতনি।

 শিশু-ছাত্ৰৰ মনোৰঞ্জনাৰ্থে এইবাৰ গদাপাণি কোঁৱৰ, মহাৰাজ ৰুদ্ৰসিংহ আৰু গ্ৰন্থকাৰৰ ছাত্ৰজীৱনৰ ছবি এই তিনটা নতুনকৈ লগাই দিয়াৰ উপৰি, কিতাপৰ আখৰ আগতকৈ ডাঙ্গৰ কৰা গৈছে। গতিকে, পুথিৰ কলেবৰো অলপ বাঢ়িল, কিন্তু বেচ আগৰ সমানেই থাকিল। ইতি।

তেজপুৰ,
১ চ'ত, ১৮৫০ শঁক।
গ্ৰন্থকাৰ।
 

[ সূচীপাত ]

সূচীপাত।
⸺৹⸺
আদিছোৱা।

 বিষয়  পিঠি
১ম, পাঠ।—অতীজৰ কথা।    •••  
২য়, পাঠ।—আৰিমত্ত ৰজাৰ কথা।    •••  
৩য়, পাঠ।—অসমত মছলমানৰ কথা।    •••  

মাজছোৱা।

১ম, পাঠ।—টাই জাতিৰ কথা। •••  ১৪
২য়, পাঠ।—আহোমৰ দিনৰ আৰম্ভণ। •••  ১৭
৩য়, পাঠ।—আহোমৰ দিনৰ উন্নতি। •••  ২০
৪ৰ্থ, পাঠ।—আহোমৰ দিনৰ গৌৰৱ। •••  ২৫
৫ম, পাঠ।—আহোমৰ দিনৰ কীৰ্ত্তি। •••  ৩৫
৬ষ্ঠ, পাঠ।—আহোমৰ দিনৰ অৱনতি। •••  ৪৯
৭ম, পাঠ।—আহোমৰ দিনৰ সামৰণি,—মানৰ দিন। •••  ৫৫
৮ম, পাঠ।—আহোমৰ শাসন-বিধি। •••  ৬৬
৯ম, পাঠ।—ছুটীয়া ৰজাৰ কথা। •••  ৭০
১০ম, পাঠ।—কছাৰি ৰজাৰ কথা। •••  ৭৫
১১শ, পাঠ।—কোচ ৰজাৰ কথা। •••  ৮৩
১২শ, পাঠ।—সৰু সৰু ৰজাৰ কথা। •••  ৮৬


শেহছোৱা।

১ম, পাঠ।—কোম্পানীৰ দিন। •••  ৯০
২য়, পাঠ।—চীফ্‌ কমিচনাৰৰ গৱৰ্ণমেণ্ট। •••  ৯৫
৩য়, পাঠ।—লেফ্‌টেনেণ্ট গৱৰ্ণৰৰ গৱৰ্ণমেণ্ট। •••  ১০০
৪ৰ্থ, পাঠ।—কাউন্সিলে সৈতে চীফ্‌ কমিচনাৰৰ গৱৰ্ণমেণ্ট। •••  ১০২
৫ম, পাঠ।—কাউন্সিলে সৈতে গৱৰ্ণৰৰ গৱৰ্ণমেণ্ট। •••  ১০৫

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )