লেখক:পদ্মনাথ গোহাঞি বৰুৱা
অৱয়ব
| ←লেখকৰ তালিকা | পদ্মনাথ গোহাঞি বৰুৱা (১৮৭১–১৯৪৬) |
| পদ্মনাথ গোহাঞি বৰুৱা (১৮৭১-১৯৪৬) একেধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰৱন্ধকাৰ আৰু সাংবাদিক। তেখেত আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তি সকলৰ ভিতৰত অন্যতম। |

সাহিত্য-চৰ্চা
[সম্পাদনা কৰক]কবিতা পুথি
[সম্পাদনা কৰক]- পদ্মাপাণি (বন্ধু পানীন্দ্ৰ নাথ গগৈৰ সৈতে লগ লাগি ৰচনা কৰিছিল)
- লীলা
- জুৰণি (১৯০১)
- ফুলৰ চানেকি (১৯৪১)
নাটক
[সম্পাদনা কৰক]- জয়মতী (১৯০০)
- গদাধৰ(১৯০৭)
- সাধনী (১৯১১)
- লাচিত বৰফুকন (১৯১৫)
- গাওঁবুঢ়া (১৮৯৭, প্ৰহসনমূলক নাটক )
- টেটোন তামুলি (১৯০৯, প্ৰহসনমূলক নাটক )
- ভূত নে ভ্ৰম (১৯২৪, প্ৰহসনমূলক নাটক )
- বাণৰজা (১৯৩২, পৌৰাণিক নাটক )
উপন্যাস
[সম্পাদনা কৰক]আত্মজীৱনী
[সম্পাদনা কৰক]- মোৰ সোঁৱৰণী (১৯৭২)
ধৰ্মমূলক গ্ৰন্থ
[সম্পাদনা কৰক]- শ্ৰীকৃষ্ণ (১৯৩০)
আন গ্ৰন্থ
[সম্পাদনা কৰক]- গীতাসাৰ (১৯৩৫)
- নীতিশিক্ষা মাজছোৱা
- আদি শিক্ষা
- মহাৰাণী
- অসমৰ বুৰঞ্জী
- হিন্দু বুৰঞ্জী
- সাহিত্য সংগ্ৰহ (১৮৯০)
- জীৱনী সংগ্ৰহ (১৯১৫)
- বুৰঞ্জীবোধ
- ভূগোল দৰ্পণ
- দেশী কছৰত্
- শিক্ষাবিধি
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )