একুৰি এটা গল্প

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ বেটুপাত ]

প্ৰণামিকা অধিকাৰীৰ
একুৰি এটা গল্প

[ প্ৰথম পৃষ্ঠা ]
 

একুৰি এটা গল্প

 

প্ৰণামিকা অধিকাৰী

 

[ মুদ্ৰণ ] EKURI ETA GALPA : A collection of short stories already published in various newspapers of Assam from time to time, authored and published by Pranamika Adhikary, printed at Kaustubh Printers, Dibrugarh. Price Rs. 65/-only⸻

 

প্ৰকাশ: লেখিকা
গ্ৰন্থস্বত্ত্ব: লেখিকাৰ
প্ৰথম প্ৰকাশ: এপ্ৰিল, ২০১০

 

অক্ষৰ বিন্যাস আৰু প্ৰচ্ছদ: নিটু গোস্বামী
বৰঙণি: ৬৫.০০ টকা
মুদ্ৰণ: কৌস্তুভ প্ৰকাশন, মিলন নগৰ, ডিব্ৰুগড়

 

[ উছৰ্গা ]
 

উছৰ্গা

 

পূজনীয়া মা
শ্ৰীযুতা নীৰদা দেৱী অধিকাৰী
আৰু
পূজনীয় বাবা
শ্ৰীযুত গোপীনাথ অধিকাৰী দেৱৰ
শ্ৰীচৰণ কমলত.......
⸺শ্ৰদ্ধাৰে,

 

[ পাতনি ]

বাটচ’ৰাত একাষাৰ
দৈনন্দিন জীৱনতকৈ কিছু বেলেগ কিবা এটা কৰিবলৈ
ইচ্ছা জন্মাত হাতত কলম তুলি লৈছিলো। চেষ্টা
আছিল কৈশোৰৰ পৰাই। পৈণত বয়সত অ'ত ত'ত
দুই এটা লিখনী প্ৰকাশ পাবলৈ ধৰে। তাৰেই মাজৰ
২১ টা লিখনী নিৰ্বাচিত কৰি কিতাপাকাৰে ছপাই
উলিওৱাৰ দুঃসাহস কৰিছো। নাজানো পিছলৈ ই
কিলোৰ দৰত বিক্ৰী হোৱাৰ যোগ্য হয়নে আলমাৰীৰ
চুকত ঠাই পোৱাৰ যোগ্যতা পায়। তাৰ বিচাৰ অৱশ্যে
পাঠকে কৰিব। আৰু পাঠকৰ উৎসাহ পালে
ভৱিষ্যতলৈও এনে দুঃসাহস কৰিবলৈ প্ৰেৰণা পাম।

চাৰিওফালে থকা মোৰ অগণন শুভাকাংখীৰ অহৰহ।
উৎসাহে লিখি যাবলৈ সাহস যোগাই আহিছে।
সেই সকলোলৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা।
জনালো, লগতে ‘একুৰি এটা গল্প’ৰ প্ৰকাশৰ কাৰিকৰী
দিশত বিভিন্নজনৰ অকৃপণ সহযোগিতায়ো মোক
সেইসকলৰ ওচৰত কৃতজ্ঞ কৰি ৰাখিব। সকলোকে
মোৰ ধন্যবাদ জনালো।

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।