বাকীছোৱা জীৱন

ৱিকিউৎসৰ পৰা
[ বেটুপাত ]
 

বাকীছোৱা জীৱন


ড॰ অনিমা গুহ


 

[ বেটুপাত ]
 

বাকীছোৱা জীৱন

(স্মৃতিকথাৰ দ্বিতীয় খণ্ড)

 

[ প্ৰকাশন ]
 

বাকীছোৱা জীৱন

(স্মৃতিকথাৰ দ্বিতীয় খণ্ড)

 

ড॰ অনিমা গুহ

 

বনফুল প্ৰকাশন
হেমচন্দ্ৰ বৰুৱা পথ
পাণবজাৰ, গুৱাহাটী-১

[ প্ৰকাশন ] BAKISOWA JIBAN: An autobiography (2nd Part) of Dr. Anima Guha in Assamese and Published by Binu Deuri Baruah, on behalf of

Banphool Prakashan, Panbazar, Guwahati-1.

First Edition: May, 2012

Price : Rs. 250.00

© লেখক

বিনু দেউৰী বৰুৱা

প্ৰকাশক, বনফুল প্ৰকাশন

কাৰ্যালয় : হাতীগাঁও চাৰিআলি, গুৱাহাটী-৩৮

বিপণি : চেঞ্চেলৰ কমাৰ্চিয়েল বিল্ডিং, হেমচন্দ্ৰ বৰুৱা পথ, পাণবজাৰ, গুৱাহাটী-১

ফোন : ৯৮৬৪০-75649, ৯৮৬৪৪-২১২৪৮

প্ৰথম প্ৰকাশ : মে', ২০১২

প্ৰচ্ছদ আৰু অংগসজ্জা : বনজিৎ কলিতা

আৰ্হিপাঠ : ৰেখাশ্ৰী সন্দিকৈ

দাম: ২৫০.০০ টকা

ই-মেইল : banphool@ymail.com

ISBN : 978-93-81710-09-8


সৰ্বস্বত্ব সংৰক্ষিত : লেখকৰ লিখিত অনুমতি অবিহনে এই কিতাপৰ কোনো অংশৰেই কোনো ধৰণৰ পুনৰ মুদ্ৰণ নাইবা কোনো যান্ত্ৰিক উপায়েৰে (গ্ৰাফিক, ইলেক্ট্ৰ’নিক বা আন কোনো মাধ্যম, ফটোকপি, টেপ বা পুনৰুদ্ধাৰৰ সুযোগ সম্বলিত তথ্য সঞ্চয় কৰি ৰখাৰ কোনো পদ্ধতি) প্ৰতিলিপি কৰিব পৰা নাযাব। এই স্বত্ত্ব উলংঘিত হ’লৈ উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।


মুদ্ৰক : ভৱানী অফ্‌ছেট এণ্ড ইমেইজিং চিষ্টেমছ প্ৰাঃ লিঃ, গুৱাহাটী-৭৮১০০৭

[ উছৰ্গা ]

উচৰ্গা
সমূহ পাঠক-পাঠিকাৰ হাতত তুলি দিলো
স্মৃতিকথাৰ দ্বিতীয় খণ্ড
বাকীছোৱা জীৱন

[ লেখকৰ একাষাৰ ]

মোৰ একাষাৰ

মোৰ স্মৃতিকথাৰ প্ৰথম খণ্ড ‘জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি' ২০০৯ চনৰ নৱেম্বৰ মাহত ‘বনফুল প্রকাশনে’ প্ৰকাশ কৰিছিল। জীৱনটো দীঘলীয়া হোৱা বাবে এটা খণ্ডত লিখি শেষ কৰিব পৰা নাছিলো। ভাবিছিলো বাকীছোৱা জীৱনৰ দিনবোৰৰ স্মৃতি প্রথম খণ্ড প্রকাশ হোৱাৰ পাছতেই লিখিম। কিন্তু সদায় ঘটাৰ দৰে মোৰ জীৱনত যেতিয়াই তেতিয়াই ওলায়হি জোৱাৰ-ভাটাৰ আকৰ্ষণ-বিকর্ষণ। তাৰ লগতে কেতিয়াবা আবিৰ্ভাৱ ঘটে বা-মাৰলিৰ । তচনচ কৰি যায় সকলো পৰিকল্পনা।

 পিছে জীৱনত হাৰ মানিব নোখোজা মই আকৌ উঠি বহো। ইফালে প্রথম খণ্ডৰ পাঠক-পাঠিকাসকলে লগ পালেই সোধে দ্বিতীয় খণ্ড কেতিয়া ওলাব। ভাগিনী মিমিৰ লগত দেখা হ’লেই একেটা কথাকে কৈ থাকে — ৰসগোল্লা আধা খোৱাকৈ থাকিব নোৱাৰি। বাকী আধা কেতিয়া খাবলৈ পাম৷ অৱশেষত প্রতিকূল অৱস্থাৰ মাজেদি গৈ আধাডোখৰ ৰসগোল্লা তৈয়াৰ কৰি মিমিকে ধৰি সমূহ পাঠক-পাঠিকাৰ হাতত তুলি দিলো ‘বাকীছোৱা জীৱন' নামেৰে। এই আধা ডোখৰ ৰসগোল্লা কুইনাইনৰ বড়ি নহ'লেই ৰক্ষা।

 স্মৃতিকথাৰ দ্বিতীয় খণ্ডটো প্ৰকাশ কৰাৰ দায়িত্ব [ লেখকৰ একাষাৰ ] গ্ৰহণ কৰা বাবে মই ‘বনফুল প্ৰকাশন’ৰ প্ৰকাশক বিনু দেউৰী বৰুৱাৰ ওচৰত কৃতজ্ঞ। নানা দিশৰ পৰা মোক সহায় কৰা বাবে মই কৃতজ্ঞ বিপুল দেউৰীৰ ওচৰতো। নিৰুপমা বৰগোহাঞি, সবিতা লহকৰ আৰু মুকুল কলিতাৰ অনুপ্ৰেৰণাত স্মৃতিকথাখনৰ দুয়োটা খণ্ড লিখি উলিয়ালো। তেওঁলোকৰ ওচৰত ঋণী হৈ থাকিম। চলন্ত অভিধান তোষপ্ৰভা কলিতাৰ পৰা মই সদায় সহায় পাওঁ। তেওঁলৈ থাকিল মোৰ ধন্যবাদ। গৃহস্থ অমলেন্দু গুহই অসুস্থ হৈ থকা সময়তো মোক আগৰ দৰেই উৎসাহ যোগাই আছিল। তেওঁৰ শলাগ লৈছো। বেটুপাত আৰু অংগসজ্জাৰ বাবে বনজিৎ কলিতা আৰু নানাভাৱে সহায় আগবঢ়োৱা বাবে ৰাজীৱ গোস্বামীলৈ থাকিল আন্তৰিক ধন্যবাদ।


গুহ কমপ্লেক্স ড° অনিমা গুহ
উলুবাৰী, গুৱাহাটী-৭

[ প্ৰকাশকৰ একলম ]

প্ৰকাশকৰ একলম

বিশ্ববিশ্ৰুত চিন্তাবিদ বাৰ্ট্ৰাণ্ড ৰাছেলে তেওঁৰ আত্মজীৱনীত উল্লেখ কৰিছে—‘Three passions, simple but overwhelmingly strong have governed my life: the longing for love, the search for knowledge and unbearable pity for the suffering of mankind. These passions, like great winds, have blown me hither and thither, in a wayward course, over a deep ocean of anguish, reaching to the very verge of despair.’

Bertrand Russell

ড° অনিমা গুহৰ লিখনিসমূহ পঢ়ি গ'লেও এনে ভাবৰে উদ্ৰেক হয়। মানৱতাবাদী লেখিকা ড° গুহৰ প্ৰতিটো লেখাতেই যেন বৈ থাকে জ্ঞান অন্বেষণৰ এখন চিৰ প্ৰবহমান নৈ আৰু আৰ্তজনৰ বাবে কান্দি উঠা এখন হৃদয়। অন্তৰ্দৃষ্টি, বোধশক্তি আৰু সংবেদনশীলতাই তেওঁৰ লেখনিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

 স্মৃতি ৰোমন্থন বৰ সহজ কথা নহয় তাকো কালানুক্ৰমিক ৰূপত ইয়াক বৰ্ণনা কৰাটো অতি কঠিন কাম বুলি আমি অনুভৱ কৰো। ড° অনিমা গুহই [ প্ৰকাশকৰ একলম ] অপূৰ্ব শব্দ চয়নেৰে এক যুগৰ পৰা আন এক যুগলৈ কৰা জীৱন পৰিক্ৰমাক অতি সাৱলীল আৰু সুপৰিকল্পিত ৰূপত পাঠকৰ সন্মুখত দাঙি ধৰিছে য'ত পৰিস্ফুট হৈছে এক বিশেষ সময়ৰ দস্তাবেজ।

 ড° অনিমা গুহৰ স্মৃতিকথাৰ দ্বিতীয় খণ্ড ‘বাকীছোৱা জীৱন’ সুধী সমাজৰ হাতত তুলি দিবলৈ পাই আমি এক অনিৰ্বচনীয় সুখ লাভ কৰিছো ৷ ‘জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি'ৰ প্ৰথম খণ্ডই কম সময়তে পাঠকৰ পৰা পোৱা সঁহাৰি আৰু সমাদৰৰ দৰে ড° গুহৰ ‘বাকীছোৱা জীৱন’ কথাই পাঠকক আকৰ্ষিত কৰিব বুলি আমি আশা কৰো।

 শ্ৰদ্ধাৰে—

বিনু দেউৰী বৰুৱা

[ সূচীপত্ৰ ]

সূচীপত্ৰ

কল্লোলিনী কলকাতাত ১৩

আত্মীয়-স্বজনৰ মাজত ২১

জৰুৰীকালীন অৱস্থা ২৮

ভূপেন হাজৰিকাৰ সান্নিধ্যত ৩৩

এনথ্ৰ’প’ল’জিকেল চাৰ্ভে অব্ ইণ্ডিয়াত ৪০

প্ৰতিবন্ধকতা ৪৮

পুত্ৰহন্তা মাতৃ ৪৯

পুত্ৰ জয়ৰ স্কুল শিক্ষান্ত পৰীক্ষা ৫২

এইবাৰ নাওখন কোন ঘাটত ৫৯

পুনৰ এনথ্ৰ’প’ল’জিকেল চাৰ্ভে অব্ ইণ্ডিয়াত ৬১

ইন্দিৰা গান্ধী হত্যাকাণ্ড আৰু শিখ নিধন যজ্ঞ ৭০

জয়ৰ আমেৰিকা যাত্ৰা আৰু বিবাহ ৭১

কলকাতা বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগত ৮৪

বাংলাদেশলৈ ৮৫

দ্বিতীয় প্ৰজন্মৰ বিবাহ আৰু তৃতীয় প্ৰজন্মৰ আগমন ৯৮

বিদ্বজনৰ সান্নিধ্যত ১০১

জুইৰ ভেলাত শুই অচিন দেশলৈ যাত্ৰা ১০৮

হোম ছুইট হোম ১১৫

বাংময় হৈ উঠে ইতিহাস ১১৮

জোড়াসাঁকোৰ ঠাকুৰবাড়ীত ১২২

এতো ভংগ বংগদেশ, তবু ক’ত ৰংগ ১৩০

গয়া দৰ্শন ১৩২

[ সূচীপত্ৰ ]

কলকাতাই আগৰ গৌৰৱ হেৰুৱালে নেকি ১৩৪

কলকাতাৰ পৰা গুৱাহাটীলৈ ১৩৫

জীৱনে নতুন মোৰ ল'লে ১৩৯

হঠাতে সৌভাগ্যৰ আগমন ১৪৩

হিংসাত উন্মত্ত পৃথিৱী ১৫৬

তিমি মাছ বিচাৰি আটলাণ্টিক মহাসাগৰত ১৬৭

নানা কামত সাঙোৰ খাই পৰিলো ১৭৪

নিৰ্মল আনন্দ প্ৰদান কৰা কেইটামান চৰিত্ৰ ২০৮

মানুহে মানুহক কিনিব পাৰে, মানুহে মানুহক বেচিব পাৰে ২১৬

অস্বাভাৱিক বুলি ভবা এটা সম্পৰ্ক ২২১

খেনোৱে কয় মই হেনো প্ৰো-আমেৰিকান আৰু প্ৰো বাঙালী ২২৩

চিকিৎসা সেৱাৰ শ্ৰেষ্ঠ নিদর্শন দেখিলো : হলেণ্ডত ২৯২

অন্তৰত খুন্দা মৰা কথাৰে ২৯৬

ইটো সিটো কথাৰে ৩০০

একৈশ শতিকাতো অন্ধবিশ্বাসৰ কবলত সমাজ ৩০৬

নষ্টালজিয়া ৩০৮

মোৰ যদি দুখন পাখি থাকিলহেঁতেন ৩১৭

‘A Jewel of India’ মণিপুৰলৈ ৩১৮

মেকমোহন লাইনৰ ওচৰলৈ ৩৩০

চিংফৌ ৰজা বিছা নং চিংফৌৰ মুখামুখি ৩৪৪

মোৰ পৰিয়াল ৩৫০

শেষ অধ্যায়ৰ শেষৰ পৃষ্ঠাবোৰ ৩৬১

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।