ৱিকিউৎস:ভাৰতীয় ৱিকিউৎস প্ৰুফৰিডথন ২০২০

ৱিকিউৎসৰ পৰা

ৱিকিউৎস প্ৰকল্পৰ সক্ৰিয়তা বঢ়াবৰ নিমিত্তে CIS-A2K সংস্থাই ভাৰতীয় ভাষাসমূহৰ ৱিকিউৎস প্ৰকল্পসমূহৰ মাজত এখন প্ৰুফৰিডথন (মুদ্ৰণ সংশোধন প্ৰতিযোগিতা) অনুষ্ঠিত কৰে। ২০২০ চনৰ ১ মে'-ৰ পৰা ১০ মে'লৈকে অনুষ্ঠিত এই প্ৰতিযোগিতাত ১২ টা ভাৰতীয় ভাষাৰ ৱিকিউৎসই যোগ দিয়ে।

প্ৰতিযোগী[সম্পাদনা কৰক]

অসমীয়া ভাষাৰ হৈ এইসকল প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰে।

  1. অনামিকা(চুমু) বড়া (talk) 11:05, 17 April 2020 (UTC)
  2. Bhaskarjyoti Bhuyan (talk) 16:03, 17 April 2020 (UTC)
  3. ঈশান জ্যোতি বৰা (talk) 16:09, 17 April 2020 (UTC)
  4. Mridul Kumar Sharmah (talk) 01:03, 18 April 2020 (UTC)
  5. Chanakya Kumar Das (talk) 03:57, 18 April 2020 (UTC)
  6. দিব্য দত্ত (talk) 17:08, 18 April 2020 (UTC)
  7. Ani ttbr (talk) 16:42, 21 April 2020 (UTC)
  8. Gitartha.bordoloi (talk) 17:37, 22 April 2020 (UTC)
  9. Joli (talk) 03:08, 24 April 2020 (UTC)
  10. SlowPhoton (talk) 04:49, 29 April 2020 (UTC)
  11. Nayan j Nath (talk) 16:51, 30 April 2020 (UTC)
  12. Bidyut13 (talk) 16:54, 30 April 2020 (UTC)
  13. হানিফ আলী (talk) 22:30, 30 April 2020 (UTC)
  14. নিৰঞ্জন বড়া (talk) 17:11, 30 April 2020 (UTC)
  15. প্ৰদ্যুৎ প্ৰতীম দত্ত (talk) 19:48, 30 April 2020 (UTC)
  16. -বিশ্বজিৎ বৈশ্য (talk) 18:01, 3 May 2020 (UTC)
  17. --कन्हाई प्रसाद चौरसिया (talk) 09:37, 4 May 2020 (UTC)
  18. প্ৰিয়দৰ্শিকা (talk) 16:48, 4 May 2020 (UTC)
  19. -Das Mousumi (talk) 17:11, 4 May 2020 (UTC)
  20. User:Anupjyoti_1994
  21. -JyotiPN (talk) 16:56, 5 May 2020 (UTC)JyotiPN
  22. Babulbaishya (talk) 11:35, 6 May 2020 (UTC)
  23. Anamika baruah (talk) 14:20, 6 May 2020 (UTC)
  24. Nijara konch (talk) 17:14, 6 May 2020 (UTC)
  25. Gitartha Kaushik (talk) 13:55, 8 May 2020 (UTC)
  26. Nitisha.bordoloi (talk) 14:05, 10 May 2020 (UTC)

প্ৰতিযোগিতাৰ বাবে "দ্ৰুপদী" সাহিত্যকে ধৰি ২৭ খন কপিৰাইট-মুক্ত অসমীয়া গ্ৰন্থৰ তালিকা প্ৰস্তুত কৰা হয়।

  1. সীতা-হৰণ কাব্য (প্ৰকাশ: ১৮৮৮), লেখক- ভোলানাথ দাস
  2. কথা-গীতা (১৯২৩), লেখক- ভট্টদেৱ
  3. ঊষা-হৰণ (১৯৪৬), লেখক- বৃষকেতু
  4. কৰ্ণ পৰ্ব্ব (১৯১৩), লেখক- ৰাম সৰস্বতী
  5. গীতগোবিন্দ (১৮৮৪), লেখক- জয়দেৱ, অনুবাদ- ৰাম সৰস্বতী
  6. তাৰকাসুৰৰ যুদ্ধ (১৯০৮), লেখক- অজ্ঞাত
  7. ধনন্তৰী বধ (১৯৪৬), লেখক- নাৰায়ণদেৱ
  8. শিশু লীলা (১৯০৮), লেখক- অজ্ঞাত
  9. মোৰ জীৱন-সোঁৱৰণ (১৯৪৫), লেখক- লক্ষ্মীনাথ বেজবৰুৱা
  10. শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা (১৯২৫), লেখক- গোবিন্দ মিশ্ৰ
  11. অসমীয়া অদ্ভুত ৰামায়ণ (১৯১০), লেখক- ৰঘুনাথ দাস মহন্ত
  12. গুৰুচৰিত (১৯৫৫), লেখক- ৰামচৰণ ঠাকুৰ
  13. জ্ঞান-মালিনী (১৯৫৯), লেখক- মফিজুদ্দিন আহমদ হাজৰিকা
  14. সাহিত্য সংগ্ৰহ (১৯০৫), সম্পাদক- মহেশ্বৰ গোস্বামী
  15. অসমীয়া খণ্ডবাক্য-কোষ (১৯১৭), লেখক- বেণুধৰ ৰাজখোৱা
  16. অসমীয়া সাহিত্যৰ চানেকি, প্ৰথম খণ্ড (১৯২৯), সম্পাদক- হেমচন্দ্ৰ গোস্বামী
  17. অসমীয়া সাহিত্যৰ চানেকি, দ্বিতীয় খণ্ড প্ৰথম ভাগ (১৯২৪), সম্পাদক- হেমচন্দ্ৰ গোস্বামী
  18. অসমীয়া সাহিত্যৰ চানেকি, দ্বিতীয় খণ্ড প্ৰথম ভাগ (১৯২১), সম্পাদক- হেমচন্দ্ৰ গোস্বামী
  19. অসমীয়া সাহিত্যৰ চানেকি, দ্বিতীয় খণ্ড তৃতীয় ভাগ (১৯২৪), সম্পাদক- হেমচন্দ্ৰ গোস্বামী
  20. অসমীয়া সাহিত্যৰ চানেকি, তৃতীয় খণ্ড প্ৰথম ভাগ (১৯২৩), সম্পাদক- হেমচন্দ্ৰ গোস্বামী
  21. অসমীয়া সাহিত্যৰ চানেকি, তৃতীয় খণ্ড দ্বিতীয় ভাগ (১৯২৩), সম্পাদক- হেমচন্দ্ৰ গোস্বামী
  22. নগা কোঁৱৰ (১৯৩৬), লেখক- কমলানন্দ ভট্টাচাৰ্য্য
  23. অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল (১৮৮৫), লেখক- ঈশানন্দ ভঁড়ালী
  24. ৰত্নমণি (১৮৮৫), লেখক- ৰুদ্ৰ ৰাম বড়দলৈ
  25. আসাম বুৰন্‌জি পুথি (১৯০৬), লেখক- কাসিনাথ তামুলি ফুকন
  26. গদা-পৰ্ব্ব (১৯০৩), লেখক- ৰাজমিশ্ৰ
  27. বাৰাহ-চৰিত্ৰ (১৯০৭), লেখক- অজ্ঞাত

চূড়ান্ত ফলাফল প্ৰকাশ হোৱা নাই।