সদস্য:প্ৰিয়দৰ্শিকা

ৱিকিউৎসৰ পৰা

সাদৰ নমস্কাৰ,  

মই প্ৰিয়দৰ্শিকা মেধি ।
মোৰ ঘৰ নলবাৰী জিলাৰ মুকালমুৱা গাওঁত ।
মই কটন বিশ্ববিদ্যালয়ৰ পৰা সমাজতত্বত স্নাতকোত্তৰ ।
২০১৪-১৫ বৰ্ষত কটন কলেজ(২০১১ চনত বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ) ৰ বাৰ্ষিক আলোচনী কটনিয়ানৰ সম্পাদক আছিলো ।
ৱিকিউৎসৰ সদস্য হ'বলৈ পাই নিজকে ধন্য মানিছোঁ । আইৰ মুখৰ ভাষাটো সুদূৰপ্ৰসাৰী কৰা কাৰ্যত প্ৰতিদিনে অৰিহণা যোগাবলৈ দৃঢ়প্ৰতিজ্ঞ ।