সদস্য বাৰ্তা:দিব্য দত্ত

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

কমন.জেছ

ফৰ্মেটিং[সম্পাদনা কৰক]

প্ৰুফৰীডিং কৰোঁতে কিতাপৰ ফৰ্মেটিঙত কিবা বিশেষ সাঁচ, সজ্জাৰ প্ৰয়োজন হ'লে সূচীৰ আলোচনা পৃষ্ঠাত লিখি থ'ব। তেতিয়া আন লোকে বাকীবোৰ পৃষ্ঠা মিলাবলৈ সহজ হ'ব। Gitartha.bordoloi (talk) ১৪:০৮, ২৪ জানুৱাৰী ২০১৯ (IST)

পৰিচ্ছেদৰ ব্যৱধান[সম্পাদনা কৰক]

পাছৰ কিতাপৰ পৰা পেৰেগ্ৰাফ সলাওঁতে এণ্টাৰ টিপি ৱিকিপিডিয়াত কৰাৰ দৰে এশাৰীৰ ব্যৱধান ৰাখিম দেই। ষ্টেণ্ডাৰ্ড প্ৰেক্‌টিচ। লগতে কষ্ট কমে। গেপ সাঁচ দিয়াটোও ধৰাবন্ধা নহয়। কোনোবাই ইচ্ছা কৰিলে দিব পাৰে। কিন্তু তেতিয়া গোটেইবোৰ পৃষ্ঠাতে দিব লাগিব। Gitartha.bordoloi (talk) ১৮:৩৬, ৪ ফেব্ৰুৱাৰী ২০১৯ (IST)

গদ্য-পদ্য[সম্পাদনা কৰক]

পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/২০ৰ দৰে গদ্য অংশত Blockcenter নালাগে। পাছত মূল নামস্থান পৃষ্ঠাত লে'আউট দিওঁতে এনেও মাজলৈ আহিবই। মই সেইবোৰ আঁতৰাই গৈছোঁ। Gitartha.bordoloi (talk) ২০:৩৬, ১৮ ফেব্ৰুৱাৰী ২০১৯ (IST)

Gnome-edit-redo.svgGitartha.bordoloi: থিক আছে।

proofreading[সম্পাদনা কৰক]

আভাস কাব্যৰ পাছফালে শুধৰণি কেইপৃষ্ঠামান আছে। কৰি দিবাচোন। Gitartha.bordoloi (talk) ১৫:৫২, ১ মাৰ্চ ২০১৯ (IST)

ফৰ্মেটিং[সম্পাদনা কৰক]

"পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/১"ৰ ৰজনীকান্ত বৰদলৈ নামটো সিফাল কেনেকৈ ঘূৰাম? Gitartha.bordoloi (talk) ১৮:৪৮, ৫ মাৰ্চ ২০১৯ (IST)

Gnome-edit-redo.svgGitartha.bordoloi:, <span style="{{Transform-rotate|90}}">ৰজনীকান্ত বৰদলৈ</span> বা {{থিয়|{{থিয়|{{থিয়|{{X-larger|ৰজনীকান্ত বৰদলৈ}}}}}}}} ইয়াৰে যিকোনো এটা ব্যৱহাৰ কৰিব পাৰে। দিব্য দত্ত (talk) ১৯:০১, ৫ মাৰ্চ ২০১৯ (IST)

ফৰ্মেটিং[সম্পাদনা কৰক]

পৃষ্ঠা:অসমীয়া ল'ৰাৰ ব্যাকৰণ.pdf/৪৫ এইটো পৃষ্ঠাৰ ফৰ্মেটিং চাবচোন। Gitartha.bordoloi (talk) ১২:৪৪, ১০ মাৰ্চ ২০১৯ (IST)

মনোমতী[সম্পাদনা কৰক]

পৃষ্ঠা:Manomati.pdf/২৭৩ এই পৃষ্ঠাটো ঠিক কৰিব পাৰে নেকি চাবচোন। Gitartha.bordoloi (talk) ১১:২১, ৪ মে' ২০১৯ (IST)

আৰু এটা[সম্পাদনা কৰক]

"পৃষ্ঠা:আশীৰ্ব্বাদ.pdf/৬২"ও ঠিক কৰি দিব। Gitartha.bordoloi (talk) ০০:১৭, ৮ মে' ২০১৯ (IST)

Indic Wikisource Proofreadthon[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ পদক[সম্পাদনা কৰক]

Resilient Barnstar.png ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ উদ্যোগী পদক
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ সম্পাদনা মেলাত অংশ গ্ৰহণ কৰি ৱিকিউৎসক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

অনামিকা(চুমু) বড়া (talk) ০০:০৫, ৩১ May ২০২০ (IST)