সদস্য বাৰ্তা:SlowPhoton
Jump to navigation
Jump to search
গণ্ডগোল[সম্পাদনা কৰক]
সূচী:কাইথেলী অঙ্ক.pdf চোৱা আৰু তাৰ পাছত সম্পাদনা ক্লিক কৰা। Field বোৰ খালি দেখিছানে? কিন্তু তাত কথাবোৰ আছেই। মিডিয়াৱিকি:Proofreadpage index attributes অনুবাদ কৰাৰ পাছতে গোটেই সূচীবোৰত তেনেকুৱা হৈছে। কানাড়া ৱিকিউৎসতো একে সমস্যা। Gitartha.bordoloi (talk) ১৬:৫০, ৮ জানুৱাৰী ২০১৯ (IST)
Gitartha.bordoloi: এনেকৈ অনুবাদ কৰি চাওকচোন: <ইংৰাজী>|<অসমীয়া অনুবাদ>. For example: Type|প্ৰকাৰ , Title|শিৰোনাম etc. Keep the original English text and add the Assamese text next to it after a pipe(|).--SlowPhoton (talk) ১৭:০১, ৮ জানুৱাৰী ২০১৯ (IST)
SlowPhoton: হৈ হ'ল! তুমি মেইন! Gitartha.bordoloi (talk) ০০:০২, ৯ জানুৱাৰী ২০১৯ (IST)