সদস্য বাৰ্তা:SlowPhoton

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

গণ্ডগোল[সম্পাদনা কৰক]

সূচী:কাইথেলী অঙ্ক.pdf চোৱা আৰু তাৰ পাছত সম্পাদনা ক্লিক কৰা। Field বোৰ খালি দেখিছানে? কিন্তু তাত কথাবোৰ আছেই। মিডিয়াৱিকি:Proofreadpage index attributes অনুবাদ কৰাৰ পাছতে গোটেই সূচীবোৰত তেনেকুৱা হৈছে। কানাড়া ৱিকিউৎসতো একে সমস্যা। Gitartha.bordoloi (talk) ১৬:৫০, ৮ জানুৱাৰী ২০১৯ (IST)

Gnome-edit-redo.svgGitartha.bordoloi: এনেকৈ অনুবাদ কৰি চাওকচোন: <ইংৰাজী>|<অসমীয়া অনুবাদ>. For example: Type|প্ৰকাৰ , Title|শিৰোনাম etc. Keep the original English text and add the Assamese text next to it after a pipe(|).--SlowPhoton (talk) ১৭:০১, ৮ জানুৱাৰী ২০১৯ (IST)
Gnome-edit-redo.svgSlowPhoton: হৈ হ'ল! তুমি মেইন! Gitartha.bordoloi (talk) ০০:০২, ৯ জানুৱাৰী ২০১৯ (IST)

Indic Wikisource Proofreadthon[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ পদক[সম্পাদনা কৰক]

Writing barnstar as.svg ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ সহযোগিতা পদক
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ সম্পাদনা মেলাত অংশ গ্ৰহণ কৰি ৱিকিউৎসক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

অনামিকা(চুমু) বড়া (talk) ০০:১৮, ৩১ May ২০২০ (IST)

বিষয়: পঞ্চৰত্ন[সম্পাদনা কৰক]

পঞ্চৰত্নখন মই কৰিছিলোঁ। বৈধকৰণ। কি ভুল হৈছে দেখুৱাই দিলে আগলৈ সাৱধান হ'ম। মই চেপ্টাৰ ডিভাইড কৰাটো নাজানিছোঁ। লগ-লাগি গৈছে। JyotiPN (talk) ২৩:৩৭, ২৮ জুন ২০২০ (IST)JyotiPN

Gnome-edit-redo.svgJyotiPN: আপুনি একো ভুল কৰা নাই। উৎস ফাইলটো (pdf ফাইলটো)-ত কিছু সমস্যা আছিল। পৃষ্ঠবোৰ ক্ৰমিকভাৱে নাছিল। সেয়ে কমন্সত ফাইলটো ঠিক কৰি পুনৰাই আপলোড কৰিলোঁ। তাৰ ফলত ৱিকিউৎসতো পৃষ্ঠাবোৰ ঠিক কৰিব লগাত পৰিল। মানে এটা পৃষ্ঠাৰ পৰা কপি কৰি শুদ্ধ পৃষ্ঠাত পেষ্ট কৰিলোঁ। লগতে মই চেপ্টাৰ ডিভাইড কৰি দিলোঁ। নতুনকৈ কেইখনমান পৃষ্ঠা বৈধকৰণ কৰিব লাগিব। আন একো পৰিবৰ্তন হোৱা নাই। --SlowPhoton (talk) ০৭:০০, ২৯ জুন ২০২০ (IST)
Gnome-edit-redo.svgSlowPhoton: ধন্যবাদ। মই থকা পৃষ্ঠাকেইটা বৈধকৰণ কৰি দিম। JyotiPN (talk) ১১:১২, ২৯ জুন ২০২০ (IST)JyotiPN
Gnome-edit-redo.svgJyotiPN: ধন্যবাদ 🙏 --SlowPhoton (talk) ১১:৫৭, ২৯ জুন ২০২০ (IST)