সদস্য:অনামিকা(চুমু) বড়া

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
AnamikaBorah.jpg

নমস্কাৰ
 নিজ মাতৃভাষাক অন্তঃকৰণেৰে ভালপোৱা প্ৰতিজনলৈ মই অনামিকা বড়াই জনাইছোঁ সাদৰ সম্ভাষণ।
 ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ ডিমৌ ৰাইচাই গাঁৱত মোৰ ঘৰ।লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিতশাস্ত্ৰত স্নাতকোত্তৰ।
 এজন ন-শিকাৰু হিচাপে ৱিকিপিডিয়াৰ লগত মই ২০১৯ চনৰ জানুৱাৰী মাহৰ পৰা জড়িত হৈছো।