সদস্য:অনামিকা(চুমু) বড়া

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

নমস্কাৰ

নিজ মাতৃভাষাক অন্তঃকৰণেৰে ভালপোৱা প্ৰতিজন অসমীয়ালৈ মই অনামিকা বড়াই জনাইছোঁ সাদৰ সম্ভাষণ।

ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাডিমৌ ৰাইচাই গাঁৱত মোৰ ঘৰ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিতশাস্ত্ৰত স্নাতকোত্তৰ।

বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগত শিক্ষা স্নাতকৰ ছাত্ৰী।

এজন ন-শিকাৰু হিচাপে অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ লগত মই ২০১৯ চনৰ জানুৱাৰী মাহৰ পৰা জড়িত হৈছোঁ।