সদস্য:হানিফ আলী

ৱিকিউৎসৰ পৰা

নমস্কাৰ/আচ্ছা্লামু আলাইকুম,

মোৰ সদস্য পৃষ্ঠাত আপোনাক স্বগতম জনাইছো।

ভাষা শিক্ষা জীৱনৰ এটা ডাঙৰ সমাধান, পৃথিৱীত বাহু ভাষা-ভাষি মানুহ আছে। তাৰে আমি অসমীয়া। অসমীয়া ভাষা আমাৰা মাতৃভাষা গতিকে মই অসমীয়া ভাষাত কিবা লিখিবলৈ অসমীয়া উইকিপেডিয়াত প্ৰৱেশ কৰিছোঁ। আশা ৰাখিছো আপোনালোকে মোক সহায় আৰু উৎসাহ দিব । ধন্যবাদ।


চ’চিয়াল মিডিয়া[সম্পাদনা কৰক]

ফেচবুক

ইনষ্টাগ্ৰাম

টুইটাৰ