সদস্য বাৰ্তা:হানিফ আলী

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

Indic Wikisource Proofreadthon[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

বানান[সম্পাদনা কৰক]

"নগা কোঁৱৰ" সংশোধন/বৈধ কৰোঁতে বহুত শব্দ ভুলকৈ ৰৈ গৈছে। Gitartha.bordoloi (talk) ১৮:২৬, ১০ May ২০২০ (IST)

Gnome-edit-redo.svgGitartha.bordoloi: হয়, বহু বানান ভুল থাকি গ’ল। মই ১ নং পৃষ্ঠাৰ পৰা ৯০-৯৫ পৃষ্ঠা কৰিছিলোঁ। সেইবোৰ বা কেনে হৈছে নেজানোঁ। কিন্তু পিছৰ বিলাক বেলেগে কৰিছে। মই নিজেও কিছুমান পৃষ্ঠা বৈধকৰণ কৰিব যাই বহু ভুল পাইছিলোঁ। সেই বাবে থৈ দিলোঁ। একেখন পৃষ্ঠাত কমকৈ হলেও চাৰিটা-পাঁচটাকৈ বানান ভুল আছিল। হানিফ আলী (talk) ১৮:৪২, ১০ May ২০২০ (IST)

ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ পদক[সম্পাদনা কৰক]

Resilient Barnstar.png ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ উদ্যোগী পদক
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ সম্পাদনা মেলাত অংশ গ্ৰহণ কৰি ৱিকিউৎসক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

অনামিকা(চুমু) বড়া (talk) ০০:০১, ৩১ May ২০২০ (IST)

কীৰ্তন ঘোষা[সম্পাদনা কৰক]

কীৰ্তন ঘোষাৰ ফাইলটো নতুনকৈ OCR কৰিব নালাগে। "কীৰ্তন ঘোষা"ৰ পৰা প্ৰতিলিপি কৰিলেই হ'ব। সূচী পৃষ্ঠাৰ আলোচনা চাওক। --SlowPhoton (talk) ২২:১৭, ৩০ জুলাই ২০২০ (IST)

Indic Wikisource Proofreadthon II 2020[সম্পাদনা কৰক]