সদস্য বাৰ্তা:নিৰঞ্জন বড়া

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

Gitartha.bordoloi (talk) ০৯:২২, ১২ মে' ২০১৯ (IST)

ৱিকিউৎস পদক[সম্পাদনা কৰক]

Original Barnstar.png উদীয়মান সম্পাদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে এগৰাকী নতুন সদস্য হিচাপে আপুনি যোৱা মাহত অসমীয়া ৱিকিউৎসলৈ আগবঢ়োৱা বৰঙণিলৈ চাই আপোনাক "উদীয়মান সম্পাদক" পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ

Gitartha.bordoloi (talk) ১২:০৫, ৩১ May ২০১৯ (IST)

Indic Wikisource Proofreadthon[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

সংকেত[সম্পাদনা কৰক]

আখৰ সৰু- ডাঙৰ কৰা সংকেত দিলে সেয়া বন্ধনী বা আন চিহ্নৰে ভালকৈ শেষ হৈছেনে নাই চাব লাগে। "কথা-গীতা.djvu/৯১" পৃষ্ঠাত smaller টেগ্‌‌ বন্ধ নকৰা বাবে ট্ৰান্সক্লুচনৰ পাছত ১৭৫ পৃষ্ঠালৈকে আখৰবোৰ সৰু হৈ গৈছিল! ঠিক কৰিলোঁ। Gitartha.bordoloi (talk) ১৬:৪১, ৯ May ২০২০ (IST)


কিন্তু টেগ্‌টোচোন বন্ধ কৰা আছিলে ছবিখনৰ আগত; হ'বটো লাগিছিলে তাতেই বন্ধ। টেগ্‌টো এটা লাইনত হে কাম কৰে নেকি বাৰু।

ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ পদক[সম্পাদনা কৰক]

Resilient Barnstar.png ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ উদ্যোগী পদক
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ সম্পাদনা মেলাত অংশ গ্ৰহণ কৰি ৱিকিউৎসক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

অনামিকা(চুমু) বড়া (talk) ০০:০৫, ৩১ May ২০২০ (IST)

Indic Wikisource Proofreadthon II 2020[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it