সদস্য বাৰ্তা:JyotiPN

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

পাৰিছে![সম্পাদনা কৰক]

আনে কৰা পৃষ্ঠা চাই ক'ডবোৰ কপী-পে'ষ্ট কৰি থাকিব পাৰি। "পছন্দসমূহ">গেজেটলৈ গৈ "CharInsert" সক্ৰিয় কৰি ল'লে সম্পাদনা ক্ষেত্ৰৰ ওপৰত সংকেতৰ তালিকা দেখিব। তাৰ পৰা লগা মতে সাধাৰণ সংকেত, ৱিকিচিহ্ন, ৱিকিউৎস আদি বাছনি কৰি নিৰ্দিষ্ট সংকেতত ক্লিক কৰিলেই হ'ল।

OCR কৰাৰ পাছত বঙালী ৰ-কে ধৰি আন কেতবোৰ ভুল আহে। সেইবোৰ শুধৰাবলৈ http://lachitpad.mridulkumar.com/index.php ব্যৱহাৰ কৰিব পাৰে। দুই-এদিনতে আন এটা গেজেট তাৰ বাবে সাজু হ'ব।

সদ্যহতে প্ৰত্যেক পৃষ্ঠাৰ শিৰোনাম আৰু পৃষ্ঠা সংখ্যা দিব নালাগে। সেয়া ক'ত দিব লাগে পাছত দেখুৱাই দিম। ধন্যবাদ। Gitartha.bordoloi (talk) ০০:২১, ১৪ ফেব্ৰুৱাৰী ২০১৯ (IST)

CropImage[সম্পাদনা কৰক]

"পৃষ্ঠা:লাহৰী.pdf/৪০"ত কৰাৰ দৰে প্ৰতিটো পৃষ্ঠাৰ ওপৰত থকা বেঁকাবেঁকি ৰেখাবোৰৰ ছবি ভৰাব নালাগে। ট্ৰান্সক্লুড কৰাৰ পাছত মূল "লাহৰী" পৃষ্ঠাত বেয়া দেখি! Gitartha.bordoloi (talk) ০০:১০, ১৫ মে' ২০১৯ (IST)


লাহৰী বুলি লিখি পৃষ্ঠা সংখ্যা দিব লাগিবনে? JyotiPN (talk) ০৮:৪২, ১৬ মে' ২০১৯ (IST)JyotiPN

ৱিকিউৎস পদক[সম্পাদনা কৰক]

Writing barnstar as.svg সহযোগিতা পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে আপুনি যোৱা মাহত অসমীয়া ৱিকিউৎসলৈ আগবঢ়োৱা সহযোগিতামূলক বৰঙণিলৈ চাই আপোনাক "সহযোগিতা পদক" পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিমিডিয়া সমাজ

Gitartha.bordoloi (talk) ১২:০৪, ৩১ May ২০১৯ (IST)

ৱিকিউৎসৰ ভোটাতৰা পদক[সম্পাদনা কৰক]

Wikisource Barnstar Hires.png ৱিকিউৎসৰ ভোটাতৰা পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে, অসমীয়া ৱিকিউৎসলৈ আপুনি আগবঢ়োৱা ধাৰাবাহিক বৰঙণিৰ কৃতজ্ঞতাস্বৰূপে আপোনাক "ৱিকিউৎসৰ ভোটাতৰা পদক" প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিমিডিয়া সমাজ

দিব্য দত্ত (talk) ২২:২৯, ২৭ জুন ২০১৯ (IST)


Community Insights Survey[সম্পাদনা কৰক]

RMaung (WMF) ২০:০৪, ৯ ছেপ্টেম্বৰ ২০১৯ (IST)

Reminder: Community Insights Survey[সম্পাদনা কৰক]

RMaung (WMF) ০০:৪৩, ২১ ছেপ্টেম্বৰ ২০১৯ (IST)

Reminder: Community Insights Survey[সম্পাদনা কৰক]

RMaung (WMF) ২২:৩৪, ৪ অক্টোবৰ ২০১৯ (IST)

Indic Wikisource Proofreadthon[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ পদক[সম্পাদনা কৰক]

Resilient Barnstar.png ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ উদ্যোগী পদক
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ সম্পাদনা মেলাত অংশ গ্ৰহণ কৰি ৱিকিউৎসক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

অনামিকা(চুমু) বড়া (talk) ০০:০৯, ৩১ May ২০২০ (IST)