সমললৈ যাওক

সদস্য বাৰ্তা:Gitartha.bordoloi

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
ৱিকিউৎসৰ পৰা

ৱিকিউৎসৰ গৌৰৱ

[সম্পাদনা কৰক]
ৱিকিউৎসৰ গৌৰৱ

 হে ৱিকিসতীৰ্থ, ২০২৩ চনৰ ৪ জানুৱাৰীত অসমীয়া ৱিকিউৎসই দহটা বছৰ গৰকিলে। ৱিকিউৎসৰ জন্মলগ্নৰে পৰা এই সুদীৰ্ঘ যাত্ৰাত আপুনি অসমীয়া ৱিকিমিডিয়া সমাজৰ এগৰাকী অতিশয় সক্ৰিয় সদস্য হিচাপে অসমীয়া ৱিকিউৎসলৈ অতুলনীয় বৰঙণি আগবঢ়ালে। আপোনাৰ সহযোগিতা আৰু কৰ্মশক্তিয়ে ৱিকিউৎসক এক নতুন গতি দিয়াত সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়োৱাৰ লগতে এই যাত্ৰা আমাৰ বাবেও আনন্দমধুৰ কৰি তুলিলে। সম্পাদনাৰ সংখ্যাৰ হিচাপত আজিৰ তাৰিখত অসমীয়া ৱিকিউৎসলৈ আপোনাৰ বৰঙণি এঘাৰ হাজাৰৰো অধিক। আপোনাৰ এই অমূল্য অৱদানৰ বাবে আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। অনাগত দিনবোৰতো আপোনাৰ এই সূৰ্যমুখী গতি অব্যাহত থাকক তাৰেই কামনা কৰিলোঁ। -অসমীয়া ৱিকিমিডিয়া সমাজ

Need your input on a policy impacting gadgets and UserJS

[সম্পাদনা কৰক]

Dear interface administrator,

This is Samuel from the Security team and I hope my message finds you well.

There is an ongoing discussion on a proposed policy governing the use of external resources in gadgets and UserJS. The proposed Third-party resources policy aims at making the UserJS and Gadgets landscape a bit safer by encouraging best practices around external resources. After an initial non-public conversation with a small number of interface admins and staff, we've launched a much larger, public consultation to get a wider pool of feedback for improving the policy proposal. Based on the ideas received so far, the proposed policy now includes some of the risks related to user scripts and gadgets loading third-party resources, best practices for gadgets and UserJS developers, and exemptions requirements such as code transparency and inspectability.

As an interface administrator, your feedback and suggestions are warmly welcome until July 17, 2023 on the policy talk page.

Have a great day!

Samuel (WMF), on behalf of the Foundation's Security team ০৪:৩২, ৮ জুলাই ২০২৩ (IST)উত্তৰ দিয়ক

গ্ৰন্থস্ৰোতৰ ভগীৰথ

[সম্পাদনা কৰক]
গ্ৰন্থস্ৰোতৰ ভগীৰথ
হে অগ্ৰজ, বিগত দিনসমূহত অসমীয়া ৱিকিউৎসলৈ অভিলেখসংখ্যক গ্ৰন্থৰ স্ৰোতধাৰা বোৱাই অনাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰপৰা কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সন্মান আগবঢ়ালোঁ। - অসমীয়া ৱিকিমিডিয়া সমাজ

-Nayan j Nath (বাৰ্তা) ২০:২৭, ১০ অক্টোবৰ ২০২৩ (IST)উত্তৰ দিয়ক

ৰজাজনৰ নাম ভগীৰথ আছিল, যি গংগাক জঁটাত বান্ধি আনিছিল। JyotiPN (বাৰ্তা) ২০:৩৮, ১৫ অক্টোবৰ ২০২৩ (IST)উত্তৰ দিয়ক
ধন্যবাদ। Gitartha.bordoloi (বাৰ্তা) ২৩:৫০, ১৮ অক্টোবৰ ২০২৩ (IST)উত্তৰ দিয়ক

Test

[সম্পাদনা কৰক]

প্ৰিয় সতীৰ্থ Gitartha.bordoloi, অসমীয়া ৱিকিউৎসলৈ আপোনাৰ মূল্যবান বৰঙণিৰ বাবে ধন্যবাদ জনাইছোঁ৷

Gitartha.bordoloi (বাৰ্তা) ১২:০৫, ২২ জুন ২০২৪ (IST)উত্তৰ দিয়ক

request

[সম্পাদনা কৰক]

please take a look at শ্ৰেণী:ক্ষিপ্ৰ_বিলোপনৰ_প্ৰাৰ্থী. Thanks! TenWhile6 (বাৰ্তা) ১৯:৩০, ২২ অক্টোবৰ ২০২৪ (IST)উত্তৰ দিয়ক

মুদ্ৰণ সংশোধন প্ৰতিযোগিতা ২০২৫-২৬ত সক্ৰিয় অংশগ্ৰহণ

[সম্পাদনা কৰক]

নমস্কাৰ ৱিকিসতীৰ্থ ! আপুনি জানি সুখী হ'ব যে ২০২৫ চনৰ ১৫ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ১৫ জানুৱাৰীলৈকে অসমীয়া ৱিকিউৎসত অনুষ্ঠিত হোৱা মুদ্ৰণ সংশোধন প্ৰতিযোগিতা সফলতাৰে সমাপ্ত হৈছে৷ ডিজিটাইজেছন আৰু উচ্চতৰ অসমীয়া ৱিকিউৎস কৰ্মশালা প্ৰকল্প ২০২৫-২৬ৰ লগত সংগতি ৰাখি অসমীয়া ৱিকিউৎসত আয়োজিত এমাহজোৰা মুদ্ৰণ সংশোধন প্ৰতিযোগিতাত সৰ্বমুঠ ৩৭ খন আপুৰুগীয়া আৰু নতুন গ্ৰন্থৰ মুদ্ৰণ সংশোধন কৰা হয়৷ গৌৰৱৰ কথা যে; অসমীয়া ৱিকিউৎসৰ ২০গৰাকী স্বেচ্ছাসেৱকে এই প্ৰতিযোগিতাত অংশ লৈ ৩,৩৯২ টা পৃষ্ঠা মুদ্ৰণ সংশোধন কৰে৷

প্ৰিয় সতীৰ্থ, মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ এই সাফল্যত আপোনাৰ সক্ৰিয় অংশগ্ৰহণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ অতএব, আপুনি আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ৷ আশা কৰোঁ, সমনিষ্ঠা আৰু উদ্যমেৰে আপুনি ভৱিষ্যতেও অসমীয়া ৱিকিউৎসলৈ নিজৰ বহুমূলীয়া বৰঙণি আগবঢ়াই যাব৷

ধন্যবাদেৰে -

Ishanjyotibora (বাৰ্তা) ১৫:১৯, ২১ জানুৱাৰী ২০২৬ (IST), সমন্বয়ক, মুদ্ৰণ সংশোধন প্ৰতিযোগিতা ২০২৫-২৬উত্তৰ দিয়ক

চেলিব্ৰেট ৱুমেন উচ্চতৰ অসমীয়া ৱিকিউৎস আৱাসিক কৰ্মশালা, ২০২৬

[সম্পাদনা কৰক]

প্ৰিয় ৱিকিসতীৰ্থ,

আন্তৰিক নমস্কাৰ গ্ৰহণ কৰিব। অহা ৮ মাৰ্চ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ'ব লগা 'চেলিব্ৰেট ৱুমেন উচ্চতৰ অসমীয়া ৱিকিউৎস আৱাসিক কৰ্মশালা, ২০২৬'ত আপোনাৰ অংশগ্ৰহণ নিশ্চিতিয়ে আমাক উৎসাহিত কৰিছে। আশাকৰোঁ আগন্তুক সময়ত আমি মিলি-জুলি অসমীয়া ৱিকিউৎসক বহুদূৰ আগুৱাই লৈ যাব পাৰিম। আপোনাৰ অংশগ্ৰহণ আৰু ভৱিষ্যত কৰ্মপন্থা সম্পৰ্কে কিছু যাৱতীয় তথ্য জনাৰ আগ্ৰহেৰে আমি এই ই-মেইলৰ জৰিয়তে আপোনালৈ এখন গুগুল ফৰ্ম পঠিয়াইছোঁ। অহা দুদিনৰ ভিতৰত ফৰ্মখন পূৰ কৰি আমালৈ পঠাবলৈ অনুৰোধ জনালোঁ।

লিংক: https://docs.google.com/forms/d/1C-Ne9k25rFIputNbz757hUnE5PH-gFvxicT3ftzVnVA/edit

বিনয়েৰে,
ঈশান জ্যোতি বৰা
প্ৰাণজ্যোতি নাথ
চাণক্য কুমাৰ দাস
আয়োজকমণ্ডলী, চেলিব্ৰেট ৱুমেন উচ্চতৰ অসমীয়া ৱিকিউৎস আৱাসিক কৰ্মশালা, ২০২৬

Last Few Days: WikiConference India 2026 Scholarship Applications

[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক

Dear Wikimedian,

We're happy to share that scholarship applications for WikiConference India 2026 are currently open and the deadline is just around the corner.

WikiConference India 2026 is the fourth edition of the national-level conference that brings together Wikimedians and stakeholders engaged in Indic-language Wikimedia projects and the broader open knowledge movement across India and South Asia. The conference will take place in Kochi, Kerala, from 4–6 September 2026.

  • Scholarship deadline: 15 April 2026, 11:59 PM IST

With only a few days left, we warmly encourage you to apply if you haven’t already and kindly request you to share this with your community and encourage others to apply.

For more information and regular updates, we encourage you to visit the conference Meta page.

Warm regards,
on behalf of the WikiConference India 2026 Organising Team

This message was sent with MediaWiki message delivery (বাৰ্তা) on ০০:০০, ১২ এপ্ৰিল ২০২৬ (IST)উত্তৰ দিয়ক