সদস্য বাৰ্তা:ঈশান জ্যোতি বৰা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

সহায় পৃষ্ঠা[সম্পাদনা কৰক]

Gitartha.bordoloi (talk) ১২:৫২, ২৪ এপ্ৰিল ২০১৯ (IST)

উদীয়মান সম্পাদক পদক[সম্পাদনা কৰক]

Original Barnstar.png উদীয়মান সম্পাদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে এগৰাকী নতুন সদস্য হিচাপে আপুনি যোৱা মাহত অসমীয়া ৱিকিউৎসলৈ আগবঢ়োৱা বৰঙণিলৈ চাই আপোনাক "উদীয়মান সম্পাদক" পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ

ৱিকিউৎস পদক[সম্পাদনা কৰক]

Writing barnstar as.svg সহযোগিতা পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে আপুনি যোৱা মাহত অসমীয়া ৱিকিউৎসলৈ আগবঢ়োৱা সহযোগিতামূলক বৰঙণিলৈ চাই আপোনাক "সহযোগিতা পদক" পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিমিডিয়া সমাজ

Gitartha.bordoloi (talk) ১২:০৩, ৩১ May ২০১৯ (IST)

ৱিকিউৎসৰ ভোটাতৰা পদক[সম্পাদনা কৰক]

Wikisource Barnstar Hires.png ৱিকিউৎসৰ ভোটাতৰা পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে, অসমীয়া ৱিকিউৎসলৈ আপুনি আগবঢ়োৱা ধাৰাবাহিক বৰঙণিৰ কৃতজ্ঞতাস্বৰূপে আপোনাক "ৱিকিউৎসৰ ভোটাতৰা পদক" প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিমিডিয়া সমাজ

দিব্য দত্ত (talk) ২২:২৮, ২৭ জুন ২০১৯ (IST)