সদস্য বাৰ্তা:Ani ttbr

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

মাননীয় মহাশয়/মহাশয়া, অনুগ্ৰহ কৰি স্যমন্তক হৰণ আৰু উদ্ধৱ সংবাদ পৃষ্ঠা দুখনত সম্পাদনা নকৰিব, বৰ্তমান মই এই দুয়োখন পৃষ্ঠাতে সম্পাদনাৰ কাম কৰি আছো, আপুনি সাঁচ বহুৱাবলৈ যাওঁতেই মোৰ সম্পাদনা দন্দ হৈ মোৰ শ্ৰম অথলে যাৱ। সেয়ে পুনৰ কৈছো অনুগ্ৰহ কৰি মোৰ কাম সম্পূৰ্ণ নোহোৱালৈকে পৃষ্ঠা দুখনত হাত নিদিলেই ভাল পাম। ধন্যবাদ।Boranitul (talk) ০০:৫৫, ১০ ফেব্ৰুৱাৰী ২০১৩ (IST)

মই মোৰ ভুলৰ বাবে দুঃখিত। আপুনি নিশ্চিন্তে সম্পাদনা কৰি যাওক। Ani ttbr (talk) ১৮:২১, ১১ ফেব্ৰুৱাৰী ২০১৩ (IST)

বিলোপন[সম্পাদনা কৰক]

"শ্ৰেণী:ক্ষিপ্ৰ বিলোপনৰ প্ৰাৰ্থী‎"- এইটো মাজে মাজে চফা কৰি থাকিবা। Gitartha.bordoloi (talk) ১৪:১৫, ৩০ মাৰ্চ ২০১৪ (IST)

Solution[সম্পাদনা কৰক]

copying the common.js codes may be the solution to technical problems in aswikisource. You can try it. https://en.wikisource.org/wiki/MediaWiki:Common.js

css codes are next option. https://en.wikisource.org/wiki/MediaWiki:Common.css Gitartha.bordoloi (talk) ১৪:২০, ৬ এপ্ৰিল ২০১৪ (IST)

hotcat[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি "মিডিয়াৱিকি:Gadget-HotCat.js" পৃষ্ঠাটোৰ ক'ডবোৰ পুনৰ কপী কৰি সাঁচি থ'বাচোন। Gitartha.bordoloi (talk) ১৯:৫৪, ১৯ মে' ২০১৪ (IST)

Hotcat working now. Gitartha.bordoloi (talk) ১৫:০৭, ২২ মে' ২০১৪ (IST)

Proofreadpage index template[সম্পাদনা কৰক]

ঠিক হ'ল। বঢ়িয়া। সম্পূৰ্ণ ভাঙনি ইয়াত কৰি থৈছোঁ (সদস্য:Gitartha.bordoloi/Proofreadpage)। ইয়াৰ পৰা মূল পৃষ্ঠালৈ কপী কৰিব পাৰা। এবাৰ চাই ল'বা। Gitartha.bordoloi (talk) ২০:১৯, ৩ ছেপ্টেম্বৰ ২০১৪ (IST)

Indent[সম্পাদনা কৰক]

'সাৰথি' আৰু 'ভানুমতী'ৰ পৰিচ্ছেদবোৰ Indent কৰা নাই। আমনি লগা কাম। এটা পৃষ্ঠা কৰিলে গোটেইবোৰ কৰিব লাগিব! নহ'লে মূল পৃষ্ঠা দুটা বেয়া দেখা যাব। গতিকে তুমি যি কৰা আৰু :) Gitartha.bordoloi (talk) ০১:৩৪, ২৩ ছেপ্টেম্বৰ ২০১৪ (IST)

Your temporary access has expired[সম্পাদনা কৰক]

Hello, the temporary access you requested on this wiki has expired. Just to let you know that if you want it back, feel free to make a local announcement and open a new request on stewards' permission request page on Meta-Wiki later. Moreover, if you think the community is big enough to elect a permanent administrator, you can place a local request here for a permanent adminship, so stewards can grant you the permanent access. Please ask me or any other steward if you have any questions. Thank you! --MarcoAurelio (talk) ০৪:৩৭, ২ মাৰ্চ ২০১৫ (IST)

ৱিকিউৎস পদক[সম্পাদনা কৰক]

Writing barnstar as.svg সহযোগিতা পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে আপুনি যোৱা মাহত অসমীয়া ৱিকিউৎসলৈ আগবঢ়োৱা সহযোগিতামূলক বৰঙণিলৈ চাই আপোনাক "সহযোগিতা পদক" পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিমিডিয়া সমাজ

Gitartha.bordoloi (talk) ১২:০১, ৩১ May ২০১৯ (IST)

Community Insights Survey[সম্পাদনা কৰক]

RMaung (WMF) ২০:০১, ৯ ছেপ্টেম্বৰ ২০১৯ (IST)