সদস্য বাৰ্তা:Ani ttbr

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
ৱিকিউৎসৰ পৰা

মাননীয় মহাশয়/মহাশয়া, অনুগ্ৰহ কৰি স্যমন্তক হৰণ আৰু উদ্ধৱ সংবাদ পৃষ্ঠা দুখনত সম্পাদনা নকৰিব, বৰ্তমান মই এই দুয়োখন পৃষ্ঠাতে সম্পাদনাৰ কাম কৰি আছো, আপুনি সাঁচ বহুৱাবলৈ যাওঁতেই মোৰ সম্পাদনা দন্দ হৈ মোৰ শ্ৰম অথলে যাৱ। সেয়ে পুনৰ কৈছো অনুগ্ৰহ কৰি মোৰ কাম সম্পূৰ্ণ নোহোৱালৈকে পৃষ্ঠা দুখনত হাত নিদিলেই ভাল পাম। ধন্যবাদ।Boranitul (talk) ০০:৫৫, ১০ ফেব্ৰুৱাৰী ২০১৩ (IST)[উত্তৰ দিয়ক]

মই মোৰ ভুলৰ বাবে দুঃখিত। আপুনি নিশ্চিন্তে সম্পাদনা কৰি যাওক। Ani ttbr (talk) ১৮:২১, ১১ ফেব্ৰুৱাৰী ২০১৩ (IST)[উত্তৰ দিয়ক]

"শ্ৰেণী:ক্ষিপ্ৰ বিলোপনৰ প্ৰাৰ্থী‎"- এইটো মাজে মাজে চফা কৰি থাকিবা। Gitartha.bordoloi (talk) ১৪:১৫, ৩০ মাৰ্চ ২০১৪ (IST)[উত্তৰ দিয়ক]

copying the common.js codes may be the solution to technical problems in aswikisource. You can try it. https://en.wikisource.org/wiki/MediaWiki:Common.js

css codes are next option. https://en.wikisource.org/wiki/MediaWiki:Common.css Gitartha.bordoloi (talk) ১৪:২০, ৬ এপ্ৰিল ২০১৪ (IST)[উত্তৰ দিয়ক]

অনুগ্ৰহ কৰি "মিডিয়াৱিকি:Gadget-HotCat.js" পৃষ্ঠাটোৰ ক'ডবোৰ পুনৰ কপী কৰি সাঁচি থ'বাচোন। Gitartha.bordoloi (talk) ১৯:৫৪, ১৯ মে' ২০১৪ (IST)[উত্তৰ দিয়ক]

Hotcat working now. Gitartha.bordoloi (talk) ১৫:০৭, ২২ মে' ২০১৪ (IST)[উত্তৰ দিয়ক]

Proofreadpage index template[সম্পাদনা কৰক]

ঠিক হ'ল। বঢ়িয়া। সম্পূৰ্ণ ভাঙনি ইয়াত কৰি থৈছোঁ (সদস্য:Gitartha.bordoloi/Proofreadpage)। ইয়াৰ পৰা মূল পৃষ্ঠালৈ কপী কৰিব পাৰা। এবাৰ চাই ল'বা। Gitartha.bordoloi (talk) ২০:১৯, ৩ ছেপ্টেম্বৰ ২০১৪ (IST)[উত্তৰ দিয়ক]

'সাৰথি' আৰু 'ভানুমতী'ৰ পৰিচ্ছেদবোৰ Indent কৰা নাই। আমনি লগা কাম। এটা পৃষ্ঠা কৰিলে গোটেইবোৰ কৰিব লাগিব! নহ'লে মূল পৃষ্ঠা দুটা বেয়া দেখা যাব। গতিকে তুমি যি কৰা আৰু :) Gitartha.bordoloi (talk) ০১:৩৪, ২৩ ছেপ্টেম্বৰ ২০১৪ (IST)[উত্তৰ দিয়ক]

Your temporary access has expired[সম্পাদনা কৰক]

Hello, the temporary access you requested on this wiki has expired. Just to let you know that if you want it back, feel free to make a local announcement and open a new request on stewards' permission request page on Meta-Wiki later. Moreover, if you think the community is big enough to elect a permanent administrator, you can place a local request here for a permanent adminship, so stewards can grant you the permanent access. Please ask me or any other steward if you have any questions. Thank you! --MarcoAurelio (talk) ০৪:৩৭, ২ মাৰ্চ ২০১৫ (IST)[উত্তৰ দিয়ক]

ৱিকিউৎস পদক[সম্পাদনা কৰক]

সহযোগিতা পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে আপুনি যোৱা মাহত অসমীয়া ৱিকিউৎসলৈ আগবঢ়োৱা সহযোগিতামূলক বৰঙণিলৈ চাই আপোনাক "সহযোগিতা পদক" পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিমিডিয়া সমাজ

Gitartha.bordoloi (talk) ১২:০১, ৩১ May ২০১৯ (IST)

Community Insights Survey[সম্পাদনা কৰক]

RMaung (WMF) ২০:০১, ৯ ছেপ্টেম্বৰ ২০১৯ (IST)[উত্তৰ দিয়ক]

Reminder: Community Insights Survey[সম্পাদনা কৰক]

RMaung (WMF) ০০:৪২, ২১ ছেপ্টেম্বৰ ২০১৯ (IST)[উত্তৰ দিয়ক]

Reminder: Community Insights Survey[সম্পাদনা কৰক]

RMaung (WMF) ২২:৩২, ৪ অক্টোবৰ ২০১৯ (IST)[উত্তৰ দিয়ক]

Indic Wikisource Proofreadthon[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ পদক[সম্পাদনা কৰক]

ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ উদ্যোগী পদক
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ সম্পাদনা মেলাত অংশ গ্ৰহণ কৰি ৱিকিউৎসক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

অনামিকা(চুমু) বড়া (talk) ০০:১০, ৩১ May ২০২০ (IST)

Indic Wikisource Proofreadthon II 2020[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

Indic Wikisource Proofreadthon II 2020[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

Indic Wikisource Proofreadthon II 2020[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

Indic Wikisource Proofreadthon Merchandise for admin/Reviewer[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

চিত্ৰ:$1000 Amazon.com Giftcard.png Congratulations!!!
Dear Ani ttbr, the results of the Indic Wikisource Proofreadthon have been published. Thank for your support as an Admin/reviewer.

The Centre for Internet & Society (CIS-A2K) will need to fill out the required information in this Google form to send the contest prize to your address. We assure that this information will be kept completely confidential.

Thank you for your contribution to Wikisource and supporting this contest. Hopefully, Wikisource will continue to enrich your active constructive editing in the future.

Thanks for your contribution
Jayanta (CIS-A2K)
Wikisource Advisor, CIS-A2K

Indic Wikisource Proofreadthon II 2020 - Collect your book[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

Dear Ani ttbr,

Thank you and congratulation to you for your participation and support of our 1st Proofreadthon.The CIS-A2K has conducted again 2nd Online Indic Wikisource Proofreadthon 2020 II to enrich our Indian classic literature in digital format in this festive season.

WHAT DO YOU NEED

  • Booklist: a collection of books to be proofread. Kindly help us to find some book your language. The book should not be available on any third party website with Unicode formatted text. Please collect the books and add our event page book list. You should follow the copyright guideline describes here. After finding the book, you should check the pages of the book and create Pagelist.
  • Participants: Kindly sign your name at Participants section if you wish to participate this event.
  • Reviewer: Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal here. The administrator/reviewers could participate in this Proofreadthon.
  • Some social media coverage: I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
  • Some awards: There may be some award/prize given by CIS-A2K.
  • Time : Proofreadthon will run: from 01 Nov 2020 00.01 to 15 Nov 2020 23.59
  • Rules and guidelines: The basic rules and guideline have described here
  • Scoring: The details scoring method have described here

I really hope many Indic Wikisources will be present this year at-home lockdown.

Thanks for your attention
Jayanta (CIS-A2K)
Wikisource Program officer, CIS-A2K

Thank you for your participation and support[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

Dear Ani ttbr,
Greetings!
It has been 15 days since Indic Wikisource Proofreadthon 2020 online proofreading contest has started and all 12 communities have been performing extremely well.
However, the 15 days contest comes to end on today, 15 November 2020 at 11.59 PM IST. We thank you for your contribution tirelessly for the last 15 days and we wish you continue the same in future events!

Apart from this contest end date, we will declare the final result on 20th November 2020. We are requesting you, please re-check your contribution once again. This extra-time will be for re-checking the whole contest for admin/reviewer. The contest admin/reviewer has a right revert any proofread/validation as per your language community standard. We accept and respect different language community and their different community proofreading standards. Each Indic Wikisource language community user (including admins or sysops) have the responsibility to maintain their quality of proofreading what they have set.

Thanks for your attention
Jayanta (CIS-A2K)
Wikisource Program officer, CIS-A2K

ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ পদক (নৱেম্বৰ)[সম্পাদনা কৰক]

ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ উদ্যোগী পদক
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ (নৱেম্বৰ) সম্পাদনা মেলাত অংশ গ্ৰহণ কৰি ৱিকিউৎসক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

মন্তব্যৰ বাবে অনুৰোধ-মুদ্ৰণ সংশোধন প্ৰতিযোগিতা[সম্পাদনা কৰক]

প্ৰিয় বন্ধু, মই ইয়াত আলোচনা আৰু মতামত আৰম্ভ কৰিছোঁ। যোৱা বছৰ আমি দুটা মুদ্ৰণ সংশোধন প্ৰতিযোগিতা পৰিচালনা কৰিছিলোঁ। ভাৰতীয় ভাষাৰ ৱিকিউৎসসমূহৰ ভৱিষ্যতৰ কাৰ্যকলাপ আৰু আমাৰ সম্প্ৰদায় কেনেদৰে চলাব লাগে সেই সম্পৰ্কে আপোনাৰ মতামতৰ অতি প্ৰয়োজন। মই আশা কৰোঁ আপুনি আপোনাৰ মাতৃভাষাত আপোনাৰ মন্তব্য দিব।

ভাৰতীয় ৱিকিউৎস সম্প্ৰদায়ৰ হৈ

জয়ন্ত নাথ ১৬:০২, ১৪ জানুৱাৰী ২০২১ (IST)

Requests for comments : Indic wikisource community 2021[সম্পাদনা কৰক]

(Sorry for writing this message in English - feel free to help us translating it)

Dear Wiki-librarian,

Coming two years CIS-A2K will focus on the Indic languages Wikisource project. To design the programs based on the needs of the community and volunteers, we invite your valuable suggestions/opinion and thoughts to Requests for comments. We would like to improve our working continuously taking into consideration the responses/feedback about the events conducted previously. We request you to go through the various sections in the RfC and respond. Your response will help us to decide to plan accordingly your needs.

Please write in detail, and avoid brief comments without explanations.

Jayanta Nath
On behalf
Centre for Internet & Society's Access to Knowledge Programme (CIS-A2K)

ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতা আগষ্ট ২০২১[সম্পাদনা কৰক]

প্রিয় Ani ttbr,

সৰ্বপ্ৰথমে আপোনাক বিগত বৰ্ষত আগবঢ়োৱা প্ৰতিনিধিত্ব আৰু অৱদানৰ বাবে ধন্যবাদ তথা অভিনন্দন জনালোঁ৷ যোৱাটো বৰ্ষৰ দৰে এইবাৰো CIS-A2Kয়ে ৱিকিউৎস অনলাইন মুদ্ৰণ সংশোধন প্ৰতিযোগিতা আগষ্ট ২০২১ আয়োজন কৰিছে৷ প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে স্বাধীনতা দিৱসৰ মুহূৰ্তত ভাৰতীয় ধ্ৰুপদী সাহিত্যৰে ডিজিটেল মঞ্চখন সমৃদ্ধ কৰা৷

আপোনাক কি লাগিব

গ্ৰন্থৰ তালিকা: মুদ্ৰণ সংশোধনৰ বাবে কিছুমান গ্ৰন্থৰ সংগ্ৰহ৷ আপোনাৰ মাতৃভাষাত লিখিত কেইখনমান গ্ৰন্থৰ তালিকা যুগুত কৰাত আপুনি আমাক সহায় কৰিব পাৰে৷ লক্ষ্য কৰিব যাতে উল্লিখিত গ্ৰন্থখন তৃতীয় পক্ষৰ ৱেবছাইটত ইউনিক'ড মাধ্যমত উপলব্ধ নহয়৷ অনুগ্ৰহ কৰি গ্ৰন্থ সংগ্ৰহ কৰি আমাৰ প্ৰতিযোগিতাৰ পৃষ্ঠাত তালিকাভুক্ত কৰক৷ কপিৰাইটৰ নিৰ্দেশনাসমূহ আপুনি ইয়াতেই বিচাৰি পাব৷ গ্ৰন্থখন আহৰণ কৰি আপুনি পৃষ্ঠাবোৰত চকু ফুৰাব আৰু এখন পৃষ্ঠা-তালিকা <pagelist/> সাজি উলিয়াব৷

অংশগ্ৰহণকাৰী: প্ৰতিযোগিতাত যদি আপুনি অংশ ল'ব বিচাৰিছে, তেন্তে অনুগ্ৰহ কৰি অংশগ্ৰহণকাৰীৰ অনুচ্ছেদত স্বাক্ষৰ কৰক৷

পৰ্যবেক্ষক: মুদ্ৰণ সংশোধনৰ প্ৰশাসক/পৰ্যবেক্ষক হিচাপে আপুনি নিজকে ইয়াত মনোনীত কৰিব পাৰে৷ প্ৰশাসক/পৰ্যবেক্ষকেও প্ৰতিযোগিতাত অংশ ল'ব পাৰিব৷

সামাজিক মাধ্যমত সামান্য প্ৰচাৰ: প্ৰতিযোগিতাৰ খবৰটো আপোনালোকে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ যথোপযুক্ত পদক্ষেপ লওক৷ ভাৰতীয় ৱিকিউৎস সমাজৰ সদস্যসকললৈ এয়া মোৰ বিনম্ৰ অনুৰোধ ৷ ৱিকিপিডিয়া/ৱিকিউৎসৰ ছাইট ন'টিচ (Sitenotice) ব্যৱহাৰ কৰিবলৈ আমি সদায়েই উদ্গনি জনাওঁ৷ আপোনালোকে অৱশ্যেই ৱিকিউৎসৰ নিজা জাননী ব্যৱহাৰ কৰিব লাগে৷

পুৰস্কাৰ: প্ৰতিযোগিতাৰ অন্তত CIS-A2Kৰ তৰফৰপৰা দুই-এটা পুৰস্কাৰ ঘোষণা হ'ব পাৰে৷

বৈধ আৰু সংশোধিত পৃষ্ঠাৰ হিচাপ ৰখাৰ এটা ব্যৱস্থা: https://indic-wscontest.toolforge.org/

সময়সূচী: ১৫ আগষ্ট ২০২১, ০০.০১ৰ পৰা ৩১ আগষ্ট ২০২১, ২৩.৫৯লৈকে (ভাৰতীয় মান সময়)

নীতি-নিৰ্দেশনা: প্ৰতিযোগিতাৰ সাধাৰণ নীতি-নিৰ্দেশনাৰ বিষয়ে ইয়াত ব্যাখ্যা কৰা হৈছে৷

মূল্যাংকন: প্ৰতিযোগিতাৰ মূল্যাংকন ব্যৱস্থাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে৷

মই আশা কৰিছোঁ যে, লকডাউনৰ সময়ছোৱাত অনুষ্ঠিত হ'বলগীয়া উক্ত প্ৰতিযোগিতাত ভাগ ল'বলৈ বহুকেইটা ভাৰতীয় ভাষা আগুৱাই আহিব৷

আপোনাৰ বহুমূলীয়া সময়ৰ বাবে ধন্যবাদ৷

Jayanta (CIS-A2K)
ৱিকিউৎস কৰ্মসূচী বিষয়া, CIS-A2K

ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতা মার্চ ২০২২[সম্পাদনা কৰক]

সময়সূচী: ১লা মার্চ ২০২২-১৬ মার্চ ২০২২(ভাৰতীয় মান সময়)

নীতি-নিৰ্দেশনা: প্ৰতিযোগিতাৰ সাধাৰণ নীতি-নিৰ্দেশনাৰ বিষয়ে ইয়াত ব্যাখ্যা কৰা হৈছে৷

মূল্যাংকন: প্ৰতিযোগিতাৰ মূল্যাংকন ব্যৱস্থাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে৷

মই আশা কৰিছোঁ যে, লকডাউনৰ সময়ছোৱাত অনুষ্ঠিত হ'বলগীয়া উক্ত প্ৰতিযোগিতাত ভাগ ল'বলৈ বহুকেইটা ভাৰতীয় ভাষা আগুৱাই আহিব৷

আপোনাৰ বহুমূলীয়া সময়ৰ বাবে ধন্যবাদ৷

Jayanta (CIS-A2K)
ৱিকিউৎস কৰ্মসূচী বিষয়া, CIS-A2K

Indic Wikisource proofread-a-thon November 2022[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translate it

Dear Ani ttbr,
Thank you and congratulation to you for your participation and support last year. The CIS-A2K has been conducted again this year Online Indic Wikisource proofread-a-thon November 2022 to enrich our Indian classic literature in digital format.

WHAT DO YOU NEED

  • Booklist: a collection of books to be proofread. Kindly help us to find some books in your language. The book should not be available on any third-party website with Unicode formatted text. Please collect the books and add our event page book list. You should follow the copyright guideline described here. After finding the book, you should check the pages of the book and create <pagelist/>.
  • Participants: Kindly sign your name at Participants section if you wish to participate in this event.
  • Reviewer: Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal here. The administrator/reviewers could participate in this Proofreadthon.
  • Some social media coverage: I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
  • Some awards: There may be some award/prize given by CIS-A2K.
  • A way to count validated and proofread pages:Indic Wikisource Contest Tools
  • Time : Proofreadthon will run: from 14 November 2022 00.01 to 30 Novemeber 2022 23.59 (IST)
  • Rules and guidelines: The basic rules and guideline have described here
  • Scoring: The details scoring method have described here

I really hope many Indic Wikisources will be present this time.

Thanks for your attention
Jayanta (CIS-A2K)- 9 November 2022 (UTC)
Wikisource Program officer, CIS-A2K