সদস্য:Gitartha Kaushik

ৱিকিউৎসৰ পৰা

মই ড° গীতাৰ্থ কৌশিক, উত্তৰ পূৱ পাৰ্বত্য বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগত প'ষ্ট ডক্টৰেল গৱেষক হিচাপে কৰ্মৰত ৷ মোৰ গৱেষণাৰ বিষয় মাছৰ জেনেটিক বিভিন্নতা ৷ সদ্যহতে মই উত্তৰ পূৱ ভাৰতৰ পাঁছটা সংৰক্ষনৰ দৰকাৰ থকা মাছৰ জেনেটিক বিভিন্নতাৰ ওপৰত অধ্যয়ন কৰি আছো ৷ ৱিকিউৎসৰ সদস্য হ'বলৈ পাই নথৈ আনন্দিত হ'লো ৷ মোক যোগাযোগ কৰিব পাৰিব ৯৪৩৫৭ ৮০৯৮৮