সমললৈ যাওক

সদস্য বাৰ্তা:BabulB

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
ৱিকিউৎসৰ পৰা
(সদস্য বাৰ্তা:Babulbaishyaৰ পৰা পুনঃনিৰ্দেশিত)

আদৰণি

[সম্পাদনা কৰক]


--Titodutta (talk) ১৫:৫৮, ১১ মে' ২০১৯ (IST)উত্তৰ দিয়ক

ৱিকিউৎস পদক

[সম্পাদনা কৰক]
সহযোগিতা পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে আপুনি যোৱা মাহত অসমীয়া ৱিকিউৎসলৈ আগবঢ়োৱা সহযোগিতামূলক বৰঙণিলৈ চাই আপোনাক "সহযোগিতা পদক" পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিমিডিয়া সমাজ

Gitartha.bordoloi (talk) ১২:১১, ৩১ May ২০১৯ (IST)

Community Insights Survey

[সম্পাদনা কৰক]

RMaung (WMF) ২০:০১, ৯ ছেপ্টেম্বৰ ২০১৯ (IST)উত্তৰ দিয়ক

Reminder: Community Insights Survey

[সম্পাদনা কৰক]

RMaung (WMF) ০০:৪২, ২১ ছেপ্টেম্বৰ ২০১৯ (IST)উত্তৰ দিয়ক

Reminder: Community Insights Survey

[সম্পাদনা কৰক]

RMaung (WMF) ২২:৩২, ৪ অক্টোবৰ ২০১৯ (IST)উত্তৰ দিয়ক

Indic Wikisource Proofreadthon

[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ পদক

[সম্পাদনা কৰক]
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ সহযোগিতা পদক।
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ সম্পাদনা মেলাত অংশ গ্ৰহণ কৰি ৱিকিউৎসক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

অনামিকা(চুমু) বড়া (talk) ০০:১৮, ৩১ May ২০২০ (IST)

Indic Wikisource Proofreadthon II 2020

[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

Indic Wikisource Proofreadthon II 2020

[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

Indic Wikisource Proofreadthon II 2020

[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

Indic Wikisource Proofreadthon II 2020 - Collect your book

[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

Dear BabulB,

Thank you and congratulation to you for your participation and support of our 1st Proofreadthon.The CIS-A2K has conducted again 2nd Online Indic Wikisource Proofreadthon 2020 II to enrich our Indian classic literature in digital format in this festive season.

WHAT DO YOU NEED

  • Booklist: a collection of books to be proofread. Kindly help us to find some book your language. The book should not be available on any third party website with Unicode formatted text. Please collect the books and add our event page book list. You should follow the copyright guideline describes here. After finding the book, you should check the pages of the book and create Pagelist.
  • Participants: Kindly sign your name at Participants section if you wish to participate this event.
  • Reviewer: Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal here. The administrator/reviewers could participate in this Proofreadthon.
  • Some social media coverage: I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince it your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
  • Some awards: There may be some award/prize given by CIS-A2K.
  • Time : Proofreadthon will run: from 01 Nov 2020 00.01 to 15 Nov 2020 23.59
  • Rules and guidelines: The basic rules and guideline have described here
  • Scoring: The details scoring method have described here

I really hope many Indic Wikisources will be present this year at-home lockdown.

Thanks for your attention
Jayanta (CIS-A2K)
Wikisource Program officer, CIS-A2K

Thank you for your participation and support

[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

Dear BabulB,
Greetings!
It has been 15 days since Indic Wikisource Proofreadthon 2020 online proofreading contest has started and all 12 communities have been performing extremely well.
However, the 15 days contest comes to end on today, 15 November 2020 at 11.59 PM IST. We thank you for your contribution tirelessly for the last 15 days and we wish you continue the same in future events!

Apart from this contest end date, we will declare the final result on 20th November 2020. We are requesting you, please re-check your contribution once again. This extra-time will be for re-checking the whole contest for admin/reviewer. The contest admin/reviewer has a right revert any proofread/validation as per your language community standard. We accept and respect different language community and their different community proofreading standards. Each Indic Wikisource language community user (including admins or sysops) have the responsibility to maintain their quality of proofreading what they have set.

Thanks for your attention
Jayanta (CIS-A2K)
Wikisource Program officer, CIS-A2K

ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ পদক (নৱেম্বৰ)

[সম্পাদনা কৰক]
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ উদ্যোগী পদক
ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২০ (নৱেম্বৰ) সম্পাদনা মেলাত অংশ গ্ৰহণ কৰি ৱিকিউৎসক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

মন্তব্যৰ বাবে অনুৰোধ-মুদ্ৰণ সংশোধন প্ৰতিযোগিতা

[সম্পাদনা কৰক]

প্ৰিয় বন্ধু, মই ইয়াত আলোচনা আৰু মতামত আৰম্ভ কৰিছোঁ। যোৱা বছৰ আমি দুটা মুদ্ৰণ সংশোধন প্ৰতিযোগিতা পৰিচালনা কৰিছিলোঁ। ভাৰতীয় ভাষাৰ ৱিকিউৎসসমূহৰ ভৱিষ্যতৰ কাৰ্যকলাপ আৰু আমাৰ সম্প্ৰদায় কেনেদৰে চলাব লাগে সেই সম্পৰ্কে আপোনাৰ মতামতৰ অতি প্ৰয়োজন। মই আশা কৰোঁ আপুনি আপোনাৰ মাতৃভাষাত আপোনাৰ মন্তব্য দিব।

ভাৰতীয় ৱিকিউৎস সম্প্ৰদায়ৰ হৈ

জয়ন্ত নাথ ১৬:০২, ১৪ জানুৱাৰী ২০২১ (IST)

Requests for comments : Indic wikisource community 2021

[সম্পাদনা কৰক]

(Sorry for writing this message in English - feel free to help us translating it)

Dear Wiki-librarian,

Coming two years CIS-A2K will focus on the Indic languages Wikisource project. To design the programs based on the needs of the community and volunteers, we invite your valuable suggestions/opinion and thoughts to Requests for comments. We would like to improve our working continuously taking into consideration the responses/feedback about the events conducted previously. We request you to go through the various sections in the RfC and respond. Your response will help us to decide to plan accordingly your needs.

Please write in detail, and avoid brief comments without explanations.

Jayanta Nath
On behalf
Centre for Internet & Society's Access to Knowledge Programme (CIS-A2K)

ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতা আগষ্ট ২০২১

[সম্পাদনা কৰক]

প্রিয় BabulB,


সৰ্বপ্ৰথমে আপোনাক বিগত বৰ্ষত আগবঢ়োৱা প্ৰতিনিধিত্ব আৰু অৱদানৰ বাবে ধন্যবাদ তথা অভিনন্দন জনালোঁ৷ যোৱাটো বৰ্ষৰ দৰে এইবাৰো CIS-A2Kয়ে ৱিকিউৎস অনলাইন মুদ্ৰণ সংশোধন প্ৰতিযোগিতা আগষ্ট ২০২১ আয়োজন কৰিছে৷ প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে স্বাধীনতা দিৱসৰ মুহূৰ্তত ভাৰতীয় ধ্ৰুপদী সাহিত্যৰে ডিজিটেল মঞ্চখন সমৃদ্ধ কৰা৷

আপোনাক কি লাগিব

গ্ৰন্থৰ তালিকা: মুদ্ৰণ সংশোধনৰ বাবে কিছুমান গ্ৰন্থৰ সংগ্ৰহ৷ আপোনাৰ মাতৃভাষাত লিখিত কেইখনমান গ্ৰন্থৰ তালিকা যুগুত কৰাত আপুনি আমাক সহায় কৰিব পাৰে৷ লক্ষ্য কৰিব যাতে উল্লিখিত গ্ৰন্থখন তৃতীয় পক্ষৰ ৱেবছাইটত ইউনিক'ড মাধ্যমত উপলব্ধ নহয়৷ অনুগ্ৰহ কৰি গ্ৰন্থ সংগ্ৰহ কৰি আমাৰ প্ৰতিযোগিতাৰ পৃষ্ঠাত তালিকাভুক্ত কৰক৷ কপিৰাইটৰ নিৰ্দেশনাসমূহ আপুনি ইয়াতেই বিচাৰি পাব৷ গ্ৰন্থখন আহৰণ কৰি আপুনি পৃষ্ঠাবোৰত চকু ফুৰাব আৰু এখন পৃষ্ঠা-তালিকা <pagelist/> সাজি উলিয়াব৷

অংশগ্ৰহণকাৰী: প্ৰতিযোগিতাত যদি আপুনি অংশ ল'ব বিচাৰিছে, তেন্তে অনুগ্ৰহ কৰি অংশগ্ৰহণকাৰীৰ অনুচ্ছেদত স্বাক্ষৰ কৰক৷

পৰ্যবেক্ষক: মুদ্ৰণ সংশোধনৰ প্ৰশাসক/পৰ্যবেক্ষক হিচাপে আপুনি নিজকে ইয়াত মনোনীত কৰিব পাৰে৷ প্ৰশাসক/পৰ্যবেক্ষকেও প্ৰতিযোগিতাত অংশ ল'ব পাৰিব৷

সামাজিক মাধ্যমত সামান্য প্ৰচাৰ: প্ৰতিযোগিতাৰ খবৰটো আপোনালোকে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ যথোপযুক্ত পদক্ষেপ লওক৷ ভাৰতীয় ৱিকিউৎস সমাজৰ সদস্যসকললৈ এয়া মোৰ বিনম্ৰ অনুৰোধ ৷ ৱিকিপিডিয়া/ৱিকিউৎসৰ ছাইট ন'টিচ (Sitenotice) ব্যৱহাৰ কৰিবলৈ আমি সদায়েই উদ্গনি জনাওঁ৷ আপোনালোকে অৱশ্যেই ৱিকিউৎসৰ নিজা জাননী ব্যৱহাৰ কৰিব লাগে৷

পুৰস্কাৰ: প্ৰতিযোগিতাৰ অন্তত CIS-A2Kৰ তৰফৰপৰা দুই-এটা পুৰস্কাৰ ঘোষণা হ'ব পাৰে৷

বৈধ আৰু সংশোধিত পৃষ্ঠাৰ হিচাপ ৰখাৰ এটা ব্যৱস্থা: https://indic-wscontest.toolforge.org/

সময়সূচী: ১৫ আগষ্ট ২০২১, ০০.০১ৰ পৰা ৩১ আগষ্ট ২০২১, ২৩.৫৯লৈকে (ভাৰতীয় মান সময়)

নীতি-নিৰ্দেশনা: প্ৰতিযোগিতাৰ সাধাৰণ নীতি-নিৰ্দেশনাৰ বিষয়ে ইয়াত ব্যাখ্যা কৰা হৈছে৷

মূল্যাংকন: প্ৰতিযোগিতাৰ মূল্যাংকন ব্যৱস্থাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে৷

মই আশা কৰিছোঁ যে, লকডাউনৰ সময়ছোৱাত অনুষ্ঠিত হ'বলগীয়া উক্ত প্ৰতিযোগিতাত ভাগ ল'বলৈ বহুকেইটা ভাৰতীয় ভাষা আগুৱাই আহিব৷

আপোনাৰ বহুমূলীয়া সময়ৰ বাবে ধন্যবাদ৷

Jayanta (CIS-A2K)
ৱিকিউৎস কৰ্মসূচী বিষয়া, CIS-A2K

সহযোগিতা পদক

[সম্পাদনা কৰক]
সহযোগিতা পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে, ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন ২০২১ (আগষ্ট) সম্পাদনা মেলা উপলক্ষে অসমীয়া ৱিকিউৎসলৈ আগবঢ়োৱা সহযোগিতামূলক বৰঙণিলৈ চাই আপোনাক এই পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিমিডিয়া সমাজ

ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতা মার্চ ২০২২

[সম্পাদনা কৰক]

প্রিয় BabulB,


সৰ্বপ্ৰথমে আপোনাক বিগত বৰ্ষত আগবঢ়োৱা প্ৰতিনিধিত্ব আৰু অৱদানৰ বাবে ধন্যবাদ তথা অভিনন্দন জনালোঁ৷ যোৱাটো বৰ্ষৰ দৰে এইবাৰো CIS-A2Kয়ে ৱিকিউৎস অনলাইন মুদ্ৰণ সংশোধন প্ৰতিযোগিতা আগষ্ট ২০২১ আয়োজন কৰিছে৷ প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে স্বাধীনতা দিৱসৰ মুহূৰ্তত ভাৰতীয় ধ্ৰুপদী সাহিত্যৰে ডিজিটেল মঞ্চখন সমৃদ্ধ কৰা৷

আপোনাক কি লাগিব

গ্ৰন্থৰ তালিকা: মুদ্ৰণ সংশোধনৰ বাবে কিছুমান গ্ৰন্থৰ সংগ্ৰহ৷ আপোনাৰ মাতৃভাষাত লিখিত কেইখনমান গ্ৰন্থৰ তালিকা যুগুত কৰাত আপুনি আমাক সহায় কৰিব পাৰে৷ লক্ষ্য কৰিব যাতে উল্লিখিত গ্ৰন্থখন তৃতীয় পক্ষৰ ৱেবছাইটত ইউনিক'ড মাধ্যমত উপলব্ধ নহয়৷ অনুগ্ৰহ কৰি গ্ৰন্থ সংগ্ৰহ কৰি আমাৰ প্ৰতিযোগিতাৰ পৃষ্ঠাত তালিকাভুক্ত কৰক৷ কপিৰাইটৰ নিৰ্দেশনাসমূহ আপুনি ইয়াতেই বিচাৰি পাব৷ গ্ৰন্থখন আহৰণ কৰি আপুনি পৃষ্ঠাবোৰত চকু ফুৰাব আৰু এখন পৃষ্ঠা-তালিকা <pagelist/> সাজি উলিয়াব৷

অংশগ্ৰহণকাৰী: প্ৰতিযোগিতাত যদি আপুনি অংশ ল'ব বিচাৰিছে, তেন্তে অনুগ্ৰহ কৰি অংশগ্ৰহণকাৰীৰ অনুচ্ছেদত স্বাক্ষৰ কৰক৷

পৰ্যবেক্ষক: মুদ্ৰণ সংশোধনৰ প্ৰশাসক/পৰ্যবেক্ষক হিচাপে আপুনি নিজকে ইয়াত মনোনীত কৰিব পাৰে৷ প্ৰশাসক/পৰ্যবেক্ষকেও প্ৰতিযোগিতাত অংশ ল'ব পাৰিব৷

সামাজিক মাধ্যমত সামান্য প্ৰচাৰ: প্ৰতিযোগিতাৰ খবৰটো আপোনালোকে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ যথোপযুক্ত পদক্ষেপ লওক৷ ভাৰতীয় ৱিকিউৎস সমাজৰ সদস্যসকললৈ এয়া মোৰ বিনম্ৰ অনুৰোধ ৷ ৱিকিপিডিয়া/ৱিকিউৎসৰ ছাইট ন'টিচ (Sitenotice) ব্যৱহাৰ কৰিবলৈ আমি সদায়েই উদ্গনি জনাওঁ৷ আপোনালোকে অৱশ্যেই ৱিকিউৎসৰ নিজা জাননী ব্যৱহাৰ কৰিব লাগে৷

পুৰস্কাৰ: প্ৰতিযোগিতাৰ অন্তত CIS-A2Kৰ তৰফৰপৰা দুই-এটা পুৰস্কাৰ ঘোষণা হ'ব পাৰে৷

বৈধ আৰু সংশোধিত পৃষ্ঠাৰ হিচাপ ৰখাৰ এটা ব্যৱস্থা: https://indic-wscontest.toolforge.org/

সময়সূচী: ১লা মার্চ ২০২২-১৬ মার্চ ২০২২(ভাৰতীয় মান সময়)

নীতি-নিৰ্দেশনা: প্ৰতিযোগিতাৰ সাধাৰণ নীতি-নিৰ্দেশনাৰ বিষয়ে ইয়াত ব্যাখ্যা কৰা হৈছে৷

মূল্যাংকন: প্ৰতিযোগিতাৰ মূল্যাংকন ব্যৱস্থাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে৷

মই আশা কৰিছোঁ যে, লকডাউনৰ সময়ছোৱাত অনুষ্ঠিত হ'বলগীয়া উক্ত প্ৰতিযোগিতাত ভাগ ল'বলৈ বহুকেইটা ভাৰতীয় ভাষা আগুৱাই আহিব৷

আপোনাৰ বহুমূলীয়া সময়ৰ বাবে ধন্যবাদ৷

Jayanta (CIS-A2K)
ৱিকিউৎস কৰ্মসূচী বিষয়া, CIS-A2K

Indic Wikisource proofread-a-thon November 2022

[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translate it

Dear BabulB,
Thank you and congratulation to you for your participation and support last year. The CIS-A2K has been conducted again this year Online Indic Wikisource proofread-a-thon November 2022 to enrich our Indian classic literature in digital format.

WHAT DO YOU NEED

  • Booklist: a collection of books to be proofread. Kindly help us to find some books in your language. The book should not be available on any third-party website with Unicode formatted text. Please collect the books and add our event page book list. You should follow the copyright guideline described here. After finding the book, you should check the pages of the book and create <pagelist/>.
  • Participants: Kindly sign your name at Participants section if you wish to participate in this event.
  • Reviewer: Kindly promote yourself as administrator/reviewer of this proofreadthon and add your proposal here. The administrator/reviewers could participate in this Proofreadthon.
  • Some social media coverage: I would request to all Indic Wikisource community members, please spread the news to all social media channels, we always try to convince your Wikipedia/Wikisource to use their SiteNotice. Of course, you must also use your own Wikisource site notice.
  • Some awards: There may be some award/prize given by CIS-A2K.
  • A way to count validated and proofread pages:Indic Wikisource Contest Tools
  • Time : Proofreadthon will run: from 14 November 2022 00.01 to 30 Novemeber 2022 23.59 (IST)
  • Rules and guidelines: The basic rules and guideline have described here
  • Scoring: The details scoring method have described here

I really hope many Indic Wikisources will be present this time.

Thanks for your attention
Jayanta (CIS-A2K)- 9 November 2022 (UTC)
Wikisource Program officer, CIS-A2K

কিতাপৰ ৱিকিডাটা অন্তৰ্ভুক্তি সম্পৰ্কে

[সম্পাদনা কৰক]

প্ৰিয় ৱিকিসতীৰ্থ,

নমস্কাৰ গ্ৰহণ কৰিব। ৱিকিউৎসৰ কিছু কিতাপ শেহতীয়াকৈ ৱিকিতথ্যত অন্তৰ্ভুক্তি কৰাৰ বাবে আপোনাক ধন্যবাদ যাচিলোঁ। কিন্তু, ডাটাভুক্ত কৰা কিতাপসমূহৰ ডাটা অন্তৰ্ভুক্তিত কিছু আসোঁৱাহ ৰৈ যোৱালৈ লক্ষ্য কৰি আপোনাক কামৰূপীয় সংগীত বা বাকীছোৱা জীৱন অথবা বঙালী ৱিকিউৎসৰ গীতাঞ্জলি কিতাপখনৰ ৱিকি অন্তৰ্ভুক্তি মন কৰিবলৈ অনুৰোধ জনালোঁ।JyotiPN (বাৰ্তা) ২২:০৮, ২৭ জুন ২০২৫ (IST) https://docs.google.com/forms/d/e/1FAIpQLSe2QusDZawTc1QHx4scIV6GdAak1fOJ3NyIKIe0ba0lTsDvkw/viewform?usp=publish-editorউত্তৰ দিয়ক

মুদ্ৰণ সংশোধন প্ৰতিযোগিতা ২০২৫-২৬ত সক্ৰিয় অংশগ্ৰহণ

[সম্পাদনা কৰক]

নমস্কাৰ ৱিকিসতীৰ্থ ! আপুনি জানি সুখী হ'ব যে ২০২৫ চনৰ ১৫ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ১৫ জানুৱাৰীলৈকে অসমীয়া ৱিকিউৎসত অনুষ্ঠিত হোৱা মুদ্ৰণ সংশোধন প্ৰতিযোগিতা সফলতাৰে সমাপ্ত হৈছে৷ ডিজিটাইজেছন আৰু উচ্চতৰ অসমীয়া ৱিকিউৎস কৰ্মশালা প্ৰকল্প ২০২৫-২৬ৰ লগত সংগতি ৰাখি অসমীয়া ৱিকিউৎসত আয়োজিত এমাহজোৰা মুদ্ৰণ সংশোধন প্ৰতিযোগিতাত সৰ্বমুঠ ৩৭ খন আপুৰুগীয়া আৰু নতুন গ্ৰন্থৰ মুদ্ৰণ সংশোধন কৰা হয়৷ গৌৰৱৰ কথা যে; অসমীয়া ৱিকিউৎসৰ ২০গৰাকী স্বেচ্ছাসেৱকে এই প্ৰতিযোগিতাত অংশ লৈ ৩,৩৯২ টা পৃষ্ঠা মুদ্ৰণ সংশোধন কৰে৷

প্ৰিয় সতীৰ্থ, মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ এই সাফল্যত আপোনাৰ সক্ৰিয় অংশগ্ৰহণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ অতএব, আপুনি আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ৷ আশা কৰোঁ, সমনিষ্ঠা আৰু উদ্যমেৰে আপুনি ভৱিষ্যতেও অসমীয়া ৱিকিউৎসলৈ নিজৰ বহুমূলীয়া বৰঙণি আগবঢ়াই যাব৷

ধন্যবাদেৰে -

Ishanjyotibora (বাৰ্তা) ১৫:০৩, ২১ জানুৱাৰী ২০২৬ (IST), সমন্বয়ক, মুদ্ৰণ সংশোধন প্ৰতিযোগিতা ২০২৫-২৬উত্তৰ দিয়ক

চেলিব্ৰেট ৱুমেন উচ্চতৰ অসমীয়া ৱিকিউৎস আৱাসিক কৰ্মশালা, ২০২৬

[সম্পাদনা কৰক]

প্ৰিয় ৱিকিসতীৰ্থ,

আন্তৰিক নমস্কাৰ গ্ৰহণ কৰিব। অহা ৮ মাৰ্চ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ'ব লগা 'চেলিব্ৰেট ৱুমেন উচ্চতৰ অসমীয়া ৱিকিউৎস আৱাসিক কৰ্মশালা, ২০২৬'ত আপোনাৰ অংশগ্ৰহণ নিশ্চিতিয়ে আমাক উৎসাহিত কৰিছে। আশাকৰোঁ আগন্তুক সময়ত আমি মিলি-জুলি অসমীয়া ৱিকিউৎসক বহুদূৰ আগুৱাই লৈ যাব পাৰিম। আপোনাৰ অংশগ্ৰহণ আৰু ভৱিষ্যত কৰ্মপন্থা সম্পৰ্কে কিছু যাৱতীয় তথ্য জনাৰ আগ্ৰহেৰে আমি এই ই-মেইলৰ জৰিয়তে আপোনালৈ এখন গুগুল ফৰ্ম পঠিয়াইছোঁ। অহা দুদিনৰ ভিতৰত ফৰ্মখন পূৰ কৰি আমালৈ পঠাবলৈ অনুৰোধ জনালোঁ।

লিংক: https://docs.google.com/forms/d/1C-Ne9k25rFIputNbz757hUnE5PH-gFvxicT3ftzVnVA/edit

বিনয়েৰে,
ঈশান জ্যোতি বৰা
প্ৰাণজ্যোতি নাথ
চাণক্য কুমাৰ দাস
আয়োজকমণ্ডলী, চেলিব্ৰেট ৱুমেন উচ্চতৰ অসমীয়া ৱিকিউৎস আৱাসিক কৰ্মশালা, ২০২৬

DJVU লৈ সলনি

[সম্পাদনা কৰক]

মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ তিনিখন কিতাপে কাম কৰা নাই। ফাইলকেইটা djvu লৈ সলনি কৰি নতুনকৈ আপল'ড কৰিলে ভাল হ'ব। মই কৰিব পৰা নাই। সেয়ে আপুনিয়ে কৰিলে ভাল হ'ব। লিংককেইটা দিছোঁ। https://w.wiki/Hx2W, https://w.wiki/HcJp, https://w.wiki/Hkit

JyotiPN (বাৰ্তা) ০০:১১, ১৫ মাৰ্চ ২০২৬ (IST)উত্তৰ দিয়ক

কৰি দিম। Babulbaishya (বাৰ্তা) ১০:০৮, ১৫ মাৰ্চ ২০২৬ (IST)উত্তৰ দিয়ক
আৰু তিনিটা দিছোঁ। https://w.wiki/HfS7, https://w.wiki/Hue$, https://w.wiki/Hz$F
JyotiPN (বাৰ্তা) ১১:২৭, ১৫ মাৰ্চ ২০২৬ (IST)উত্তৰ দিয়ক

Last Few Days: WikiConference India 2026 Scholarship Applications

[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক

Dear Wikimedian,

We're happy to share that scholarship applications for WikiConference India 2026 are currently open and the deadline is just around the corner.

WikiConference India 2026 is the fourth edition of the national-level conference that brings together Wikimedians and stakeholders engaged in Indic-language Wikimedia projects and the broader open knowledge movement across India and South Asia. The conference will take place in Kochi, Kerala, from 4–6 September 2026.

  • Scholarship deadline: 15 April 2026, 11:59 PM IST

With only a few days left, we warmly encourage you to apply if you haven’t already and kindly request you to share this with your community and encourage others to apply.

For more information and regular updates, we encourage you to visit the conference Meta page.

Warm regards,
on behalf of the WikiConference India 2026 Organising Team

This message was sent with MediaWiki message delivery (বাৰ্তা) on ০০:০০, ১২ এপ্ৰিল ২০২৬ (IST)উত্তৰ দিয়ক

You may be an eligible candidate for the U4C election

[সম্পাদনা কৰক]

Greetings,

The Universal Code of Conduct Coordinating Committee (U4C) seeks candidates for the 2026 election. The U4C is the global committee responsible for overseeing enforcement of the Universal Code of Conduct. Elections are held annually, if elected a committee member serves for two years.

This year the U4C requires candidates to hold administrator rights on at least one wiki, which is why you are being contacted as you appear to hold this right. There are other requirements, such as candidates must be at least 18 years old and may not be employed by the Wikimedia Foundation or other related chapters and affiliates. You can find more information in the call for candidates on Meta-wiki. Additionally, the committee's working language is English; some ability to communicate in English is required.

The election opens on 18 May, if you are eligible and interested you have until 10 May to submit your candidacy. There will week between for candidates to answer questions from the community. Voting takes place privately in SecurePoll, successful candidates must receive at least 60% support. More information is available on the 2026 Elections page, including timelines and other candidacy information. If you read over the material and consider yourself qualified, please consider submitting your name to run for the committee. If you think someone else in your community might be interested and qualified, please encourage them to run.

In partnership with the U4C -- Keegan (WMF) (talk) ০০:০০, ২৯ এপ্ৰিল ২০২৬ (IST)উত্তৰ দিয়ক

(This message was sent to সদস্য বাৰ্তা:Babulbaishya and is being posted here due to a redirect.)

ৱিকিউৎস মুদ্ৰণ সংশোধন মেলা, মাৰ্চ; ২০২৬

[সম্পাদনা কৰক]

প্ৰিয় ৱিকিসতীৰ্থ,

ৱিকিউৎস মুদ্ৰণ সংশোধন মেলা, মাৰ্চ; ২০২৬ ত ভাগ লৈ অসমীয়া ৱিকিউৎসৰ জৰিয়তে যোৰহাট নৰ্মাল স্কুল গ্ৰন্থ প্ৰকল্পলৈ আপুনি যি অৱদান আগবঢ়ালে সেয়া কেৱল শলাগযোগ্যই নহয়, অনুকৰণীয়। আপোনাৰ এই জাতি তথা ভাষা সেৱাক আমি প্ৰণিপাত জনাইছোঁ আৰু আশা কৰিছোঁ অহা বছৰবোৰত দেশ-জাতি আৰু ভাষাৰ বাবে এইদৰে নিৰন্তৰে সেৱা আগবঢ়াই যাবলৈ আপুনি মানসিক আৰু শাৰিৰীক ভাৱে সুদৃঢ় হৈ থাকক। আন্তৰিক শুভকামনা।

নৰ্মাল স্কুল গ্ৰন্থ প্ৰকল্পৰ হৈ,

প্ৰাণজ্যোতি নাথ
চাণক্য কুমাৰ দাস