“কলিকতা প্ৰিণ্টিং হাউচ” যন্ত্ৰত শ্ৰীনবীন চন্দ্ৰ
চৌধুৰীৰ দ্বাৰা ছপা হল।
OPINION OF THE NOWGONG TEXT-BOOK
COMMITTEE.
Extract from the proceedings of the Nowgong Anglo-vernacular Text-Book Committee held on 10th June, 1891.
“Read Addipath by Kalinath Hazarika Resolved that the book may be used as a textbook, but the author must print the first and second parts separately in different volumes.”
| স্বৰ।
|
| অ |
আ |
ই |
ঈ
|
| উ |
ঊ |
ঋ |
ৠ
|
| ঌ |
ৡ |
এ |
ঐ
|
| ও |
ঔ |
ং |
ঃ
|
| স্বৰৰ সান-মিহলি।
|
| আ |
ই |
অ |
উ
|
| ঋ |
ঔ |
ঌ |
ঐ
|
| ও |
ৠ |
এ |
ঈ
|
| ং |
ৡ |
ঊ |
ঃ
|
| ব্যঞ্জন।
|
| ক |
খ |
গ |
ঘ |
ঙ
|
| চ |
ছ |
জ |
ঝ |
ঞ
|
| ট |
ঠ |
ড |
ঢ |
ণ
|
| ত |
থ |
দ |
ধ |
ন
|
| প |
ফ |
ব |
ভ |
ম
|
| য |
ৰ |
ল |
ৱ |
শ
|
| ষ |
স |
হ |
ক্ষ |
।
|
ঢ, ড, য এই কেইটা আখৰৰ তলত ফুট দিলে উচ্চাৰণ স্বৰ হয়। ষেনে:- ঢ় ড় য়। শিক্ষক সকলে এই কথা দৃষ্টান্তৰে সৈতে বুজাই দিব। ত ৰ পাচত স্বৰ নেথাকিলে ৎ এই দৰে লিখে।
| ব্যঞ্জনৰ সান-মিহলি।
|
| ব |
ৰ |
ক |
ধ |
ফ
|
| ঝ |
ড |
ঙ |
ভ |
ত
|
| চ |
ৱ |
ছ |
ঢ |
ট
|
| ঠ |
ঘ |
থ |
গ |
ল
|
| স |
শ |
খ |
য |
ষ
|
| ম |
ণ |
ন |
হ |
দ
|
| প |
জ |
ঞ |
ক্ষ |
ঢ়
|
| য় |
ড় |
ৎ |
। |
|
| অজ |
আম |
এই |
ইহ
|
| উদ্* |
উট |
ঐত |
ওখ
|
| আন্ |
উঠ্ |
ঔ |
ওৰ্
|
| ওঁঠ |
ঔচ্ |
ঈশ |
উম্
|
| কৰ |
কৰ |
খৰ |
খৰ
|
| ঘৰ |
ঘৰ |
জৰ |
জৰ
|
| ধৰ |
ধৰ |
বৰ |
বৰ
|
| লৰ |
লৰ |
থৰ |
থৰ
|
| কল |
কল |
খল |
খল
|
| গল |
গল |
চল |
চল
|
| জল |
জল |
থল |
থল
|
| ধল |
ধল |
মল |
মল
|
( ্ ) এই চিনে স্বৰ নথকা বুজায়৷
| কণ |
কণ |
খন |
খন
|
| গণ |
গণ |
ঘন |
ঘন
|
| জন |
জন |
ধন |
ধন
|
| বন |
বন |
মন |
মন
|
| আম |
আন। |
উঠ |
লৰ।
|
| ওখ |
ঘৰ। |
খৰ |
কৰ।
|
| কণ |
মন |
ধন |
জন
|
| ঘন |
বন |
ক্ষণ |
ৰণ
|
| ৰণ |
জয় |
ধন |
হয়
|
| যত |
লয় |
গত |
হয়
|
| নগৰ |
জয় |
জগৰ |
হয়
|
| মৰম |
কৰ |
ধৰম |
বৰ
|
| জনম |
লয় |
পলম |
হয়
|
| সৰল |
জন |
তৰল |
মন
|
| পৰম |
ধন |
ধৰম |
মন
|
| মৰণ |
ভয় |
শৰণ |
লয়
|
| যতন |
কৰ |
ৰতন |
ধৰ
|
| শৰণ |
লয় |
তৰণ |
হয়
|
ব্যঞ্জনে সৈতে লগ লগালে স্বৰৰ রূপ৷
| আ |
ই |
ঈ |
উ |
ঊ |
ঋ |
এ |
ঐ
|
| া |
ি |
ী |
ু |
ূ |
ৃ |
ে |
ৈ
|
| কা |
কি |
কী |
কু |
কূ |
কৃ |
কে |
কৈ |
কো |
কৌ
|
| খা |
খি |
খী |
খু |
খূ |
খৃ |
খে |
খৈ |
খো |
খৌ
|
| গা |
গি |
গী |
গু |
গূ |
গৃ |
গে |
গৈ |
গো |
গৌ
|
| ঘা |
ঘি |
ঘী |
ঘু |
ঘূ |
ঘৃ |
ঘে |
ঘৈ |
ঘো |
ঘৌ
|
| ধা |
ধি |
ধী |
ধু |
ধূ |
ধৃ |
ধে |
ধৈ |
ধো |
ধৌ
|
| না |
নি |
নী |
নু |
নূ |
নৃ |
নে |
নৈ |
নো |
নৌ
|
| পা |
পি |
পী |
পু |
পূ |
পৃ |
পে |
পৈ |
পো |
পৌ
|
| ফা |
ফি |
ফী |
ফু |
ফূ |
ফৃ |
ফে |
ফৈ |
ফো |
ফৌ
|
| বা |
বি |
বী |
বু |
বূ |
বৃ |
বে |
বৈ |
বো |
বৌ
|
| ভা |
ভি |
ভী |
ভু |
ভূ |
ভৃ |
ভে |
ভৈ |
ভো |
ভৌ
|
| মা |
মি |
মী |
মু |
মূ |
মৃ |
মে |
মৈ |
মো |
মৌ
|
| যা |
যি |
যী |
যু |
যূ |
যৃ |
যে |
যৈ |
যো |
যৌ
|
| ৰা |
ৰি |
ৰী |
ৰু |
ৰূ |
ৰৃ |
ৰে |
ৰৈ |
ৰো |
ৰৌ
|
| লা |
লি |
লী |
লু |
লূ |
লৃ |
লে |
লৈ |
লো |
লৌ
|
| ৱা |
ৱি |
ৱী |
ৱু |
ৱূ |
ৱৃ |
ৱে |
ৱৈ |
ৱো |
ৱৌ
|
| শা |
শি |
শী |
শু |
শূ |
শৃ |
শে |
শৈ |
শো |
শৌ
|
| ষা |
ষি |
ষী |
ষু |
ষূ |
ষৃ |
ষে |
ষৈ |
ষো |
ষৌ
|
| সা |
সি |
সী |
সু |
সূ |
সৃ |
সে |
সৈ |
সো |
সৌ
|
| হা |
হি |
হী |
হু |
হূ |
হৃ |
হে |
হৈ |
হো |
হৌ
|
| ক্ষা |
ক্ষি |
ক্ষী |
ক্ষু |
ক্ষূ |
ক্ষৃ |
ক্ষে |
ক্ষৈ |
ক্ষো |
ক্ষৌ
|
ওপৰৰ বাৰেমতৰাৰ কোনো কোনো স্বৰৰ দুটা আকৃতি, যেনে;
| গু |
গু |
ৰু |
রু
|
| শু |
শু |
ৰূ |
রূ
|
| তু |
ত্ত |
হৃ |
হৃ
|
| হু |
হু |
|
|
| লৰা |
কাল |
পঢ়া |
ভাল
|
| সজ |
কাম |
ভাল |
নাম
|
| ধন |
যাৰ |
বল |
তাৰ
|
| এই |
কথা |
জানা |
সাৰ
|
| পাঠ |
শিকা |
আখৰ |
লিখা
|
| লৰা |
মতি |
সৰল |
অতি
|
| ধনী |
যি |
মানী |
সি
|
| হাতী |
জাতি |
বলী |
অতি
|
| শুনা |
শিশু |
এই |
সাৰ
|
| দুখ |
যাৰ |
সুখ |
তাৰ
|
| ভুমি |
খানি |
ধুলি |
লয়
|
| মূঢ় |
মতি |
অতি |
শয়
|
| কৃপা |
ময় |
কৃপা |
কৰা
|
| কৃশ |
দেহ |
দৃঢ় |
কৰা
|
| দুখ |
কৰে |
মুখ |
ভৰে
|
| হেলা |
কৰে |
দুখত |
পৰে
|
| আখৈ |
খায় |
মিঠৈ |
নাই
|
| আমৈ |
সৈতে |
কথা |
কয়
|
| জোনা |
বাই |
শোভা |
পায়
|
| কতো |
বেলি |
লৰি |
যায়
|
| ভাঁটৌ |
বোৰে |
আকৌ |
খায়
|
| সৌকা |
লৈ |
খেদি |
যায়
|
| সতং |
জুৰি |
পতং |
হল
|
| উদং |
কৰি |
সসাং |
হল
|
| বয়স |
চৰে |
তপঃ |
কৰে
|
| পুনঃ |
পাপ |
মনঃ |
তাপ
|
| অমৰা |
চকলা |
জঁপৰা |
টকলা
|
| নজন |
নকৰা |
ভাৱনা |
ফঁকৰা
|
| নলনি |
নৰণি |
শলনি |
কৰণি
|
| রূপতী |
রূপহী |
মালতী |
চুপহী
|
| নকহু |
বহুৱা |
ভিকহু |
খহুৱা
|
| ধনুৱা |
পমুৱা |
ধৰুৱা |
বনুৱা
|
| ভোমোৰা |
গোঁজৰে |
চপৰা |
উজৰে
|
| থোপোৰা |
কোমোৰা |
নহৰু |
চোকোৰা
|
| কপিলা |
চৰিছে |
পখিলা |
উৰিছে
|
| কঠীয়া |
গজিছে |
ৰখীয়া |
বহিছে
|
| ধেমালি |
কৰিছে |
হেঁতালি |
খেদিছে
|
| ভোজন |
কৰিছে |
যোজন |
লৰিছে
|
| গৌৰৱ |
বাঢ়িছে |
কৌৰৱ |
হাৰিছে
|
| ভাল |
বাটে |
তুমি |
যাবা
|
| সঁচা |
কথা |
সদায় |
কবা
|
| সজ |
কথা |
শিকি |
লবা
|
| ভাল |
দৰে |
গমি |
চাবা
|
| পুথি |
খনি |
তুলি |
থোৱাঁঁ
|
| আরু |
এটি |
ওলগ |
লোৱাঁ
|
| সরু |
লৰা |
মন |
কৰাঁঁ
|
| বহি |
কৰাঁ |
লিখা |
পঢ়া
|
| শিকি |
বুজি |
জনা |
হবাঁ
|
| তেনে |
হলে |
সুখ |
পাবাঁঁ
|
| লিখা |
পঢ়া |
জনা |
হলে
|
| সক |
-লোৱে |
ভাল |
বোলে
|
| পিতৃ |
মাতৃ |
গুরু |
জনে
|
| সাদৰ |
কৰি |
ঘনে |
ঘনে
|
| সজ |
বুলি |
শিলা- |
গিব
|
| ভাল |
চোলা |
চেলেং |
দিব
|
| ওজা |
দেৱো |
সুখী |
হব
|
| ভাল |
লৰা |
বুলি |
কব
|
| এতে |
-কতে |
শিশু |
গণ
|
| লিখা |
পঢ়াত |
দিয়াঁঁ |
মন
|
| ৰাতি |
পুৱা |
কিয় |
শোৱাঁ
|
| বেয়া |
এলে |
হুয়া |
হোৱা
|
| উঠি |
বহাঁ |
কাপোৰ |
লোৱাঁ
|
| মুখ |
ধোৱাঁ |
উঠি |
যোৱাঁ
|
| অলপ |
ফুৰি |
এলাহ |
এৰি
|
| পুথি |
ফলি |
লোৱাঁ |
মেলি
|
| নিজর |
পাঠত |
মন |
দিবা
|
| তেহে |
ওজাৰ |
মৰম |
পাবা
|
| নতুন |
পাঠ |
আগে |
লোৱাঁ
|
| আগৰ |
পাঠ |
এবাৰ |
চোৱাঁ
|
| লিখি |
পঢ়ি |
গা |
ধুবাঁ
|
| নিকা |
কাপোৰ |
গাত |
লবাঁ
|
| খাই |
বৈ |
পুথি |
লৈ
|
| পঢ়া |
শালি |
যাবাঁ |
গৈ
|
বেলি হল। পঢ়িবলৈ ওলোৱাঁ৷ পলম নকৰিবাঁ। কাপোৰ শলোৱাঁ৷ ফলি পুথি লোৱাঁ। পঢ়াশালিলৈ বলাঁ৷ পলম হলে ওজাদেৱে খং কৰিব৷
তুমি কি পঢ়িছা? সেইখন কি কিতাপ? আদি পাঠ৷ কিমানলৈকে পঢ়িছা? বাৰে মতৰা আরু নামফলি লৈছোঁ৷ তোমাৰ নাম কি? মোৰ নাম ভোলানাথ৷ তুমি লিখিব পাৰানে? অলপ অলপ পাৰোঁ৷ বারু, লিখা৷
আখৰ বোৰ গোট গোট কৈ লিখাঁ৷ চিঁয়াহি পৰিব চাবাঁ, সিমান খৰকৈ নেখেলিবা৷ টোপা নেপেলাবাঁ। শাৰী বোৰ পোণ আরু আখৰ বোৰ সমান হব লাগে৷ কাপটো ভালকৈ ধৰাঁ৷ নোমোহাৰিবাঁ৷ বেয়া হলে আঁচ মাৰি থবাঁ৷ আকৌ লিখিবা৷ কি লিখিলা চাঁও?
এতিয়া পঢ়া৷ হাই নকৰিবাঁ৷ লাহে লাহে ফুটাই মাতাঁ৷ চিন বোৰলৈ মন কৰি যাবাঁ, যত চিন নাই, তত নৰবাঁ এটা চিনৰ পৰা আন এটা চিনলৈকে মাতিবাঁ থিৰ হৈ বহাঁ৷ মনে মনে থকাঁ৷
সদাই মন দি পঢ়িবাঁ৷ ধেমালি নকৰিবা৷ ভাল লৰাই সদাই মন দি পঢ়ে, ধেমালি কৰি নুফুৰে৷ পিতৃ মাতৃৰ কথা শুনিবা৷ তেওঁবিলাকৰ কথা মতে চলিবাঁ। নিতৌ সিবিলাকক সেৱা কৰিবাঁ৷ শিক্ষকে কোৱা কথা সদাই মনত ৰাখিবাঁ। নিতৌ পঢ়াশালিলৈ গৈয়ে তেওঁক এটি নমঃকাৰ কৰিবাঁ। এলেহুৱা মানুহ দুখত পৰে৷ অধিক কৈ নেখাবাঁ৷ সৰহকৈ খোৱা মানুহ রুগীয়া হয়৷ দুখীয়াক পুতৌ কৰিবাঁ। মৰমৰ সমান ধৰম নাই৷
তুমি সদাই সঁচা কথা কবাঁ। মিছা কথা কেতিয়াও নকবাঁ। মিছা কোৱা বৰ দোষ৷ মিছা কথা কলে কেওঁৱে সঁজাত নকৰে৷ মিছলীয়া মানুহে সচা কলেও কোনেও নপতিয়ায়৷ মিছা কথা কোৱা লৰাক সকলোৱে ঘিণ কৰে৷ আরু সমনীয়া লৰাবোৰে লাজ দিয়ে৷ কাৰো একে চুৰ নকৰিবাঁ৷ চুৰ কৰা বৰ বেয়া কাম৷ চোৰক এটায়ে ঘিণ কৰে, আরু লাজ দিয়ে৷ সি আগত ওলালে সকলোৱে তাক হাই দিয়ে৷ এতেকে তুমি লোকৰ একোকে নুচুবাঁ৷
কাৰেও হাই উরুমি নকৰিবাঁ৷ লগৰ লগৰীয়া আরু ভাই ভনীক ম'ম কৰিবাঁ৷ সিবিলাকেৰে মিলেৰে থাকিবাঁ৷ গুরু আরু পিতৃ মাতৃক মান কৰিবাঁ৷ বৰ মানুহৰ নাম নেকাঢ়িবাঁ৷ সকলোতে সরুহৈ ফুরিবাঁ। সকলোকে মিঠা মুখেরে মাতিবা কেটেৰা মাত নেমাতিবাঁ। কালৈকো ওপৰহাত নকরিবাঁ৷ লাজ বা ঘিণ লগা, নাইবা লোকে বেয়া পোৱা কথা নকবাঁ৷ চেলেপু মানুহৰ দৰে কথায় পতি শপত নেখাবাঁ।
বিদেশত বঙ্গালী মুদ্ৰাকৰৰ হাতত ছপা হোৱা বাবে আৰু গ্ৰন্থকাৰে নিজে "প্ৰুফ" চাবলৈ নোপোৱাত ঠায়ে ঠায়ে এই পুথিত অশুদ্ধ ৰৈ গল৷ যেনে,-
| পিঠি |
শাৰী |
অশুদ্ধ |
শুদ্ধ
|
| ১৮ |
৭ |
মিঠে |
মিঠৈ
|
| ১৫ |
৮ |
নজন |
নজনা
|
| ১৬ |
১১ |
সদায় |
সদাই
|
| ১৭ |
১১ |
শিলা- |
শলা-
|
| ১৮ |
১ |
-- |
ৰাতিগল, পুৱা হল।
|
| ,, |
২ |
-- |
পক্ষি দশোদিশি গল।
|
| ১৯ |
৫ |
পাৰাঁনে |
পাৰানে
|
| ,, |
১৬ |
থকাঁ |
থাকাঁ
|
| ২০ |
৭ |
-- |
এলেহুৱা নহবা
|
অনেক ভবিষ্যৎ অনুজ্ঞা বুজোৱা ক্ৰিয়াৰ শেষত ঁ চন্দ্ৰবিন্দু পৰিছে৷ যেনে, পঢ়িবাঁ, মাতিবা, নকবাঁ, নেখাবাঁ ইত্যাদি৷ কিন্তু সেইবিলাক ক্ৰিয়াত ঁ চন্দ্ৰবিন্দু বহুৱাতো সম্পূৰ্ণ ভুল৷ অৰ্থাৎ পঢ়িবা, মাতিবা, নকবা, নেখাবা হব লাগিছিল৷ পঢ়াশালীৰ গুৰুৱে ষেন এইবিলাক ভুল ছাতৰক শুধৰাই দিয়ে৷
তলত লিখা পঢ়াশালিত চলা পুথিবিলাক মোলৈ লেখিলে পোৱা যাব।
| পুথিৰ নাম। |
মূল্য। |
ডাকমাচুল।
|
| শুভঙ্কৰী (গণিত, মৌখিক অঙ্ক আৰু পৰিমিতি) |
- |
-
|
| ধাৰাপাত |
পাঁচ পইচা |
-
|
| আদিপাঠ, আগছোৱা |
- |
-
|
| আদিপাঠ, মাজছোৱা |
- |
-
|
| হাতৰ লেখাৰ আদৰ্শপুথি |
- |
-
|
১০ টকা বা তাতকৈ সৰহ ধনৰ পুথি নগদ দি বা ভেল্যু পেয়েব্ল্ ডাকত নিলে শতকৰা ২০ টকাকৈ কমিশ্যন দিয়া যাব।
শ্ৰীকালীনাথ হাজৰিকা,
তেজপুৰ আসাম।