পৃষ্ঠা:আদিপাঠ - আগছোৱা.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৫ )

কণ কণ খন খন
গণ গণ ঘন ঘন
জন জন ধন ধন
বন বন মন মন

 
আম আন। উঠ লৰ।
ওখ ঘৰ। খৰ কৰ।

 
কল্ ঘৰ জৰ কল
বৰ বল কৰ তল

 
কণ মন ধন জন
ঘন বন ক্ষণ ৰণ