পৃষ্ঠা:আদিপাঠ - আগছোৱা.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৫ )

ভাঁটৌ বোৰে আকৌ খায়
সৌকা লৈ খেদি যায়

 
সতং জুৰি পতং হল
উদং কৰি সসাং হল

 
বয়স চৰে তপঃ কৰে
পুনঃ পাপ মনঃ তাপ

 
অমৰা চকলা জঁপৰা টকলা
নজন নকৰা ভাৱনা ফঁকৰা

 
নলনি নৰণি শলনি কৰণি
রূপতী রূপহী মালতী চুপহী