এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৭ )
ব্যঞ্জনে সৈতে লগ লগালে স্বৰৰ রূপ৷
| আ | ই | ঈ | উ | ঊ | ঋ | এ | ঐ |
| া | ি | ী | ু | ূ | ৃ | ে | ৈ |
| ও | ঔ | |||
| ো | ৌ | ং | ঃ | ঁ |
বাৰে মতৰা৷
| কা | কি | কী | কু | কূ | কৃ | কে | কৈ | কো | কৌ |
| কং | কঃ | কঁ। |
| খা | খি | খী | খু | খূ | খৃ | খে | খৈ | খো | খৌ |
| খং | খঃ | খঁ। |
| গা | গি | গী | গু | গূ | গৃ | গে | গৈ | গো | গৌ |
| গং | গঃ | গঁ। |
| ঘা | ঘি | ঘী | ঘু | ঘূ | ঘৃ | ঘে | ঘৈ | ঘো | ঘৌ |
| ঘং | ঘঃ | ঘঁ। |