এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শুধৰণী৷
বিদেশত বঙ্গালী মুদ্ৰাকৰৰ হাতত ছপা হোৱা বাবে আৰু গ্ৰন্থকাৰে নিজে "প্ৰুফ" চাবলৈ নোপোৱাত ঠায়ে ঠায়ে এই পুথিত অশুদ্ধ ৰৈ গল৷ যেনে,-
পিঠি | শাৰী | অশুদ্ধ | শুদ্ধ |
১৮ | ৭ | মিঠে | মিঠৈ |
১৫ | ৮ | নজন | নজনা |
১৬ | ১১ | সদায় | সদাই |
১৭ | ১১ | শিলা- | শলা- |
১৮ | ১ | -- | ৰাতিগল, পুৱা হল। |
,, | ২ | -- | পক্ষি দশোদিশি গল। |
১৯ | ৫ | পাৰাঁনে | পাৰানে |
,, | ১৬ | থকাঁ | থাকাঁ |
২০ | ৭ | -- | এলেহুৱা নহবা |
অনেক ভবিষ্যৎ অনুজ্ঞা বুজোৱা ক্ৰিয়াৰ শেষত ঁ চন্দ্ৰবিন্দু পৰিছে৷ যেনে, পঢ়িবাঁ, মাতিবা, নকবাঁ, নেখাবাঁ ইত্যাদি৷ কিন্তু সেইবিলাক ক্ৰিয়াত ঁ চন্দ্ৰবিন্দু বহুৱাতো সম্পূৰ্ণ ভুল৷ অৰ্থাৎ পঢ়িবা, মাতিবা, নকবা, নেখাবা হব লাগিছিল৷ পঢ়াশালীৰ গুৰুৱে ষেন এইবিলাক ভুল ছাতৰক শুধৰাই দিয়ে৷