পৃষ্ঠা:আদিপাঠ - আগছোৱা.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৪ )

ভুমি খানি ধুলি লয়
মূঢ় মতি অতি শয়

 
কৃপা ময় কৃপা কৰা
কৃশ দেহ দৃঢ় কৰা

 
দুখ কৰে মুখ ভৰে
হেলা কৰে দুখত পৰে

 
আখৈ খায় মিঠৈ নাই
আমৈ সৈতে কথা কয়

 
জোনা বাই শোভা পায়
কতো বেলি লৰি যায়