পৃষ্ঠা:আদিপাঠ - আগছোৱা.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৭ )

পুথি খনি তুলি থোৱাঁঁ
আরু এটি ওলগ লোৱাঁ
সরু লৰা মন কৰাঁঁ
বহি কৰাঁ লিখা পঢ়া
শিকি বুজি জনা হবাঁ
তেনে হলে সুখ পাবাঁঁ
লিখা পঢ়া জনা হলে
সক -লোৱে ভাল বোলে
পিতৃ মাতৃ গুরু জনে
সাদৰ কৰি ঘনে ঘনে
সজ বুলি শিলা- গিব
ভাল চোলা চেলেং দিব
ওজা দেৱো সুখী হব
ভাল লৰা বুলি কব
এতে -কতে শিশু গণ
লিখা পঢ়াত দিয়াঁঁ মন