এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৬ )
| নকহু | বহুৱা | ভিকহু | খহুৱা |
| ধনুৱা | পমুৱা | ধৰুৱা | বনুৱা |
| ভোমোৰা | গোঁজৰে | চপৰা | উজৰে |
| থোপোৰা | কোমোৰা | নহৰু | চোকোৰা |
| কপিলা | চৰিছে | পখিলা | উৰিছে |
| কঠীয়া | গজিছে | ৰখীয়া | বহিছে |
| ধেমালি | কৰিছে | হেঁতালি | খেদিছে |
| ভোজন | কৰিছে | যোজন | লৰিছে |
| গৌৰৱ | বাঢ়িছে | কৌৰৱ | হাৰিছে |
| ভাল | বাটে | তুমি | যাবা |
| সঁচা | কথা | সদায় | কবা |
| সজ | কথা | শিকি | লবা |
| ভাল | দৰে | গমি | চাবা |