পৃষ্ঠা:আদিপাঠ - আগছোৱা.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৪ )

অজ আম এই ইহ
উদ্* উট ঐত ওখ
আন্ উঠ্ ওৰ্
ওঁঠ ঔচ্ ঈশ উম্

 
কৰ কৰ খৰ খৰ
ঘৰ ঘৰ জৰ জৰ
ধৰ ধৰ বৰ বৰ
লৰ লৰ থৰ থৰ

 
কল কল খল খল
গল গল চল চল
জল জল থল থল
ধল ধল মল মল

 (  ্ ) এই চিনে স্বৰ নথকা বুজায়৷