পৃষ্ঠা:আদিপাঠ - আগছোৱা.djvu/১০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৬ )

ৰণ জয় ধন হয়
যত লয় গত হয়

 
নগৰ জয় জগৰ হয়
মৰম কৰ ধৰম বৰ
জনম লয় পলম হয়
সৰল জন তৰল মন

 
পৰম ধন ধৰম মন
মৰণ ভয় শৰণ লয়
যতন কৰ ৰতন ধৰ
শৰণ লয় তৰণ হয়