সন্ধানৰ ফলাফল

(পূৰ্বৱৰ্তী ২০টা | ) (২০ | ৫০ | ১০০ | ২৫০ | ৫০০) চাওক।
  • <noinclude><pagequality level="4" user="অনামিকা(চুমু) বড়া" />{{rh||১১|}}</noinclude>কৈয়ে পৰম সান্ত্বনা দিছে। সেই কাৰণেই যেতিয়াই নানা অপায় অমঙ্গলে গাৱঁলীয়া...
    ৩ KB (২০১টা শব্দ) - ১১:২৫, ১ নৱেম্বৰ ২০২০
  • “নাৰায়ণৰ পৰা পোৱা মোৰ সৰ্বজ্ঞান প্ৰাপ্তি বৰ এনেদৰেই নাশ হ’বনে?”  বিষ্ণুৱে সান্ত্বনা দি ক’লে—“তোমাৰ নাম আৰু গিয়ান স্বৰ্গলোক মৰ্ত্যলোক সকলোতে [ ১৩ ] চিৰদিন...
    ৯৩০ বাইট (৫,৬৯০টা শব্দ) - ১৯:৩৮, ১৭ নৱেম্বৰ ২০২২
  • মানসিক কষ্ট দিছিল। {{gap}}মই বিমোৰত পৰিছিলোঁ। {{gap}}মাক সান্ত্বনা দিম, {{gap}}নে মই নিজে সান্ত্বনা ল’ম?{{nop}}<noinclude>{{rh||৬১|}}</noinclude>...
    ৪ KB (২৫৯টা শব্দ) - ২০:২৬, ১৭ মাৰ্চ ২০২২
  • প্ৰতীক্ষা মই, আহিবা বেগাই। {{gap}}ৰঙিলীয়ে তেতিয়াই দিলে অনুচৰ; প্ৰাণত সান্ত্বনা ল’ই ওলাল বদন। ৰূপহীক পঠিয়াই অভ্যন্তৰল’ই, লিগিৰীক দিলে ভাৰ সেৱা-শুশ্ৰুষাৰ...
    ২ KB (১১২টা শব্দ) - ২৩:৫১, ১৫ নৱেম্বৰ ২০২০
  • পোহনীয়া পহু-চৰাইৰ প্ৰতি মৰমিয়াল হবা; সিহঁতক যন্ত্ৰণা নিদিবা। শোকাৰ্ত্তক সান্ত্বনা কৰিবা, নিৰাশ্ৰয়ক আশ্ৰয় দিবা, ৰোগীক শুশ্ৰুষা কৰিবা। আৰু বস্ত্ৰহীন দুখীয়াক...
    ২ KB (১২১টা শব্দ) - ০৯:১০, ২৯ মাৰ্চ ২০২০
  • উদ্ধবক। কৰাইলা আশ্বাস পাছে যশোদা নন্দক॥ গোপী সমস্তক বাক্য সন্দেশ পঠাই। সান্ত্বনা কৰিলা কৃপাময় যদুৰায়॥ ৩ ॥ কুবুজাক ক্ৰীড়ি কৃষ্ণ জগত ঈশ্বৰ। প্ৰবেশিল...
    ২ KB (১৩০টা শব্দ) - ১৭:৪২, ৩ ডিচেম্বৰ ২০২০
  • প্ৰতীক্ষা কৰি। প্ৰদীপ্ত মঞ্চত কৰিলে প্ৰবেশ যেবে শুক্ৰ-সূত্ৰধাৰ, লভিলে সান্ত্বনা দেখি প্ৰবেশ জাননী নেপথ্যত সুসজ্জিতা মোহিনী উষাৰ। ক্ষন্তেক সুস্থিৰ থাকি...
    ২ KB (১৩৪টা শব্দ) - ২৩:৫২, ১৫ নৱেম্বৰ ২০২০
  • নালাগে তোমাক।” “আপুনিও তেন্তে মোক নকৰে বিশ্বাস!”—পিজৌৱে উচুপি ক’লে। বুলাই সান্ত্বনা-হাত কলে ওৰেষাই,— “নহয়, নহয়, তুমি নুবুজিবা ভুল। বজ্ৰময় কঠোৰতা ৰাজ্য-শাসনৰ...
    ২ KB (১৩২টা শব্দ) - ১৭:০৪, ১৫ নৱেম্বৰ ২০২০
  • নৃপতি লৱৰ দিলা টানি॥৩৪৯</poem>}} {{center|{{smaller|বব্ৰুবাহনৰ মাতৃদ্বয়ক সান্ত্বনা দান}}}} {{Block center|<poem>কান্দন্ত নৃপতি গই মলচিয়া লুই। দেখন্ত ভূমিতে...
    ২ KB (১৩৯টা শব্দ) - ১৯:২৬, ৫ নৱেম্বৰ ২০২০
  • {{gap}}কান্দে শূৰ্পনখা পুনঃ। ভাসি দুকপোল জৰ জৰ অশ্ৰুজল পড়ে বক্ষঃস্থলে। সান্ত্বনা বচনে শান্ত কৰি ভগিনীক কহিলা কৰ্ব্বুৰপতি, “কহিও কনিষ্ঠে! </poem>}} ----...
    ২ KB (১৩৬টা শব্দ) - ০০:৫৪, ৩ মে' ২০২০
  • প্ৰাণে-প্ৰাণে, হিয়ায়-হিয়ায়। সংসাৰী বান্ধৱে যেবে অশান্তি প্ৰলাপ মেলেহি আগত মোৰ সান্ত্বনা প্ৰত্যাশে, বচন বুজনি মাথোঁ,—বান্ধৱ ধৰম,— নহয় সি শোক-তাপ প্ৰাণে অনুভৱ।...
    ২ KB (১৩৮টা শব্দ) - ১৪:৫৯, ২২ মে' ২০১৯
  • সংবাদ, যথাৰ্থ উত্তৰ তাৰ দিলে ৰূপহীয়ে। বুকুত আঘাত ল’ই সমবেদনাৰ পিজৌৱে সান্ত্বনা দিলে সাদৰী মাতেৰে,— “বৰ দুখ পালোঁ শুনি শোকৰ বাতৰি, কিন্তু কি কৰিম! নাই...
    ২ KB (১৪৫টা শব্দ) - ১৭:০৮, ১৫ নৱেম্বৰ ২০২০
  • মোক আশ্ৰয়ৰ বাবে মৌজাদাৰৰ ঘৰত থলা। তাত ক’ত মোক দুআষাৰ মৰমৰ মাতেৰে মনত সান্ত্বনা দিব। কিনা গোলামৰ দৰে বাবলৈতো ধৰিলেই, তাৰ উপৰি পুৱাৰে পৰা ৰাতি দুপৰলৈকে...
    ২ KB (১৬৭টা শব্দ) - ১০:৫৪, ২৭ জুন ২০১৯
  • আনন্দ-লোকত, য’ত অহৰহ শান্তিৰ মলয়া বয়। স্পনদন- বিহীন প্ৰাণত মোৰ ইমানেই মাত্ৰ সান্ত্বনা। {{gap}}এদিন মোৰ জীৱনৰ অভিজ্ঞতা, আদৰ্শকে আদি কৰি যথাসৰ্ব্বস্ব তোৰ হাতত...
    ২ KB (১৬৩টা শব্দ) - ১০:৩৩, ১৫ নৱেম্বৰ ২০২০
  • খাই ভাগি আহিল। সিহঁতে বিলাপ কৰি তেওঁবিলাকক থাকিবলৈ কলে, কিন্তু ৰামে, সান্ত্বনা-বাক্যেৰে সকলোকে বুজাই কলে, “মোক তোমালোকে যেনে মৰম আ{{বঙালী ৰু}} ভক্তি...
    ৩ KB (১৭৭টা শব্দ) - ২২:২০, ৭ আগষ্ট ২০১৯
  • সিদিনাৰপৰা কি তেন্তে সকলোৰে শেষ হ’ল? সঁচা হলেও, মানবমনে তাক নামানে, তাত সান্ত্বনা নাই। এই কাৰণে অনেকে কয়, আত্মা অবিনশ্বৰ; এই দেহৰ শেষতো আত্মাই আন দেহ লয়...
    ৩ KB (১৯৭টা শব্দ) - ১০:০৩, ২৬ নৱেম্বৰ ২০২০
  • চকু-লো মচি দিওঁ, গাল মুখত হাত ফুৰাই কিচ-কচ কৰে ক'লা চুলিটাৰ পিলিকি পিলিকি সান্ত্বনা দিবলৈ চেষ্টা কৰোঁ। মই কেতিয়াবা তেনে কৰিলে, তেৱোঁ সেই পালি ঔষধৰেই ব্যৱস্থা...
    ৩ KB (১৯০টা শব্দ) - ১৮:০২, ২৯ মাৰ্চ ২০২০
  • বিলাসপ্ৰিয়তা প্ৰভৃতি মানৱৰ অপূৰ্ণতাৰ অৱশ্যম্ভাবী ফল। এইদৰে আমি নিজকে নিজে সান্ত্বনা দিওঁ, কিন্তু ইয়াৰ দ্বাৰা আমি আত্মপ্ৰবঞ্চিত নহওঁ নে? আমি ভবা উচিত যে আমাৰ...
    ৩ KB (১৯২টা শব্দ) - ০১:৩৬, ১২ নৱেম্বৰ ২০২০
  • কৰিছিল। মৰা শৱ সৎকাৰ কৰিবলৈ নিজে কান্ধত বৈ লৈ গৈছিল। তেওঁ শোকাৰ্ত্তক সান্ত্বনা, দৰিদ্ৰক উৎসাহ আৰু নিৰাশ্ৰয়ক আশ্ৰয় দিছিল। তেওঁ সদায় প্ৰিয়বাদী আছিল।...
    ৩ KB (১৮৮টা শব্দ) - ২৩:৪৬, ১১ নৱেম্বৰ ২০২০
  • |align="right"{{ts|vtt}}|২। |শতপুত্ত্ৰ মৃত্যু শুনি ধৃতৰাষ্ট্ৰৰ ক্ৰন্দন আৰু তেওঁৰ সান্ত্বনা। |align="right"|৪ |- |align="right" {{ts|vtt}}|৩। | ধৃতৰাষ্ট্ৰক...
    ৩ KB (১৯৮টা শব্দ) - ০১:০১, ৮ নৱেম্বৰ ২০২০
(পূৰ্বৱৰ্তী ২০টা | ) (২০ | ৫০ | ১০০ | ২৫০ | ৫০০) চাওক।