সন্ধানৰ ফলাফল

  • অনুষংগৰে লেখকে বন্যাজনিত পৰিস্থিতিৰ এটি বাস্তৱ, কৰুণ আৰু হৃদয়বিদাৰক ছবি অংকন কৰিছে। গল্পটোক একেবাৰে জীৱন্ত আৰু বাস্তৱ কৰি তুলিবলৈ বিভিন্ন চৰিত্ৰসমূহৰ কথোপকথনত...
    ১ KB (৭৫,৪৯৯টা শব্দ) - ১৮:১৭, ২৩ নৱেম্বৰ ২০২২
  • দেখুৱাই এহাতে তোমাৰ মানসিক নিৰ্ভীকতা দেখুৱাইছা। কিন্তু, আকৌ আনফালে সেই বাস্তৱ আৰু জীৱন্ত সত্যক উপেক্ষা কৰি নিৰ্ম্মম কঠোৰ ভাৱে ভৰিৰে মোহাৰি, সমাজৰ প্ৰাণহীন...
    ৯৫৫ বাইট (১৭,১৪৮টা শব্দ) - ২১:০২, ৬ আগষ্ট ২০২০
  • বৰ্ত্তমান জগতৰ লগত মিলাই চালে তোমাৰ উত্তৰৰ কোনো অৰ্থই নহয়। তোমাৰ কল্পনাৰ আৰু বাস্তৱ জগৎ কেতিয়াও এক হ’ব নোৱাৰে। স্বপ্ন এৰি তুমি দিঠকলৈ আহাঁ, তেতিয়াহে সংসাৰৰ...
    ৩ KB (২১৩টা শব্দ) - ১৫:৫৭, ২৫ এপ্ৰিল ২০২০
  • পুথিৰ আকাৰত প্ৰকাশ কৰিবলৈ তেওঁ উৎসাহ বোধ কৰিলে নিশ্চয়। {{gap}}{{gap}}বাস্তৱ মানেই সত্য। তাক আওকাণ কৰাৰ সাহস কাৰোৰে নাই। এই সত্যৰ ভেটিতে গঢ় লৈ উঠিছে...
    ৪ KB (২৪৭টা শব্দ) - ১৯:৪৩, ৯ জুন ২০২১
  • শিল্পীয়ে আজিৰ বাস্তৱৰ মাজত ঠিয় হৈ যি সাংস্কৃতিক দৃষ্টিষে আমাৰ ভাৰতৰ আজিৰ বাস্তৱ গঢ়িব পাৰিব বুলি উপলব্ধি কৰিছে, তাৰেই প্ৰতিচ্ছবি ৰূপান্তৰিত অসমীয়া সমল-সঁজুলিৰে...
    ২ KB (১২২টা শব্দ) - ২৩:১৭, ২৪ জুন ২০১৯
  • এৰিষ্টট্ল‌ৰ কাব্যৰ katharsis বা অনুভূতিৰ বিশুদ্ধীকৰণ। কাব্যৰ এই হাস্যৰসৰ হাঁহিত বাস্তৱ জীৱনৰ হাঁহিৰ দৰে বিদ্ৰুপ, অভিমান, আত্মগৌৰৱ, অনুকম্পাৰ স্থান নাই। কাব্যৰ...
    ৩ KB (১৬৯টা শব্দ) - ১০:৫২, ১ নৱেম্বৰ ২০২০
  • পুষ্প সব আছে ফুলি ফুলি। গাছতে পাকিয়া আছে সুবৰ্ণ কদলী॥</poem>}}<br/> {{gap}}বাস্তৱ জীৱনত যি জনে দহোটা সংখ্যা গণিব নোৱাৰে; কাব্যত তেৱেঁই ‘চৌৰাশী হাজাৰ' সংখ্যাৰ...
    ৩ KB (১৭০টা শব্দ) - ১০:৫১, ১ নৱেম্বৰ ২০২০
  • পাত্ৰ জগতত কোনোৱেই নাই, তেওঁৰ জীৱনত কেতিয়াও তেনে আশা কৰিব নোৱাৰি; কাৰণ বাস্তৱ জীৱনৰ সাধনাৰ পথত আনুমানিকতাতকৈ আনুভাৱিকতাই হে আগ আসন পায়। সাধনাৰ সুৱগা...
    ৩ KB (১৭৩টা শব্দ) - ০১:৩৩, ১২ নৱেম্বৰ ২০২০
  • সংস্কাৰকে গুৰিৰ পৰাই আৰম্ভ কৰিব লগাত পৰে আৰু তাৰ ফলত কল্পনা-ৰাজ্যৰ পৰা বাস্তৱ ৰাজ্য পোৱাৰ আগতেই বহুতৰ চেষ্টা অন্ত হয়। লেখকৰ বিশ্বাস ভবিষ্যৎ সমাজ-সংস্কাৰকসকলে...
    ২ KB (১৬৯টা শব্দ) - ০১:১২, ২৫ এপ্ৰিল ২০২০
  • লোকচিত্ত শিশুৰ দৰে সৰল আৰু সহজ-বিশ্বাসী। শিশুৰ মনত প্ৰাকৃতিক, অপ্ৰাকৃতিক, বাস্তৱ কল্পনাৰ প্ৰভেদ নাই; সকলো সমপৰ্য্যায়ৰ। সেই কাৰণেই প্ৰতিখনি কাব্যতে দেৱ-দেৱী...
    ৩ KB (২২০টা শব্দ) - ১১:১৪, ১ নৱেম্বৰ ২০২০
  • মানসিক অৱস্থাই ছবিখনৰ সিংহভাগ দখল কৰি আছে। {{gap}}‘তৃষ্ণা’ৰ চৰিত্ৰ সম্পূৰ্ণ বাস্তৱ, নৈতিকতাৰ প্ৰশ্নৰে এই বাস্তৱতাক এৰাই যাব খোজা হোৱা নাই। সামাজিক নৈতিকতাৰ...
    ৪ KB (২২৬টা শব্দ) - ০১:৩৬, ২১ জুন ২০২০
  • user="অনামিকা(চুমু) বড়া" /></noinclude> {{Dhr|1em}} {{center|{{X-larger|'''সৃষ্টিৰ আঁৰত'''}}}} {{gap}}‘মই যন্ত্ৰণাক জয় কৰাৰ পণ লৈছোঁ’ য’ত মোৰ ডুখৰীয়া বাস্তৱ জীৱনৰ...
    ৪ KB (২৫৭টা শব্দ) - ০১:৪৪, ১৯ মাৰ্চ ২০২২
  • থাকেই। মাকৰ ঘৰত আটাইকেইজনী বাই-ভনী গোট খালে এই বিষয়ে যুক্তি-নিৰ্ভৰ আৰু বাস্তৱ-সন্মত অনেক আলোচনা-বিলোচনা হয়। বিশেষকৈ, এওঁৰ মাকৰ হেনো মতা মানুহ চিনাত কাহানিও...
    ৪ KB (২৬৪টা শব্দ) - ২০:০০, ৯ জুন ২০২১
  • খৃষ্টান জগত বান্ধ খুউৱা এতিয়া মাত্ৰ শুভ-ইচ্ছা ৰূপেই থাকিব লগা হল, তাক বাস্তৱ ৰূপ দিয়া কথা সপোনৰ নিচিনা হৈ পৰিল। সম্পূৰ্ণ কৈ নহলেও ঘাইকৈ নিজ দোষ-ত্ৰুটিৰ...
    ৪ KB (২৪৫টা শব্দ) - ১৬:০৩, ২৭ আগষ্ট ২০২১
  • এয়ে মিলন। এই মিলন সাধাৰণ ডেকা-গাভৰুৰ মিলন নহয়। এক অপাৰ্থিৱ ভাৱ-জগতত দুটি বাস্তৱ প্ৰাণ এক হৈ যোৱাৰ কথা উপলব্ধি কৰাটো সাধাৰণ কথা হৈ থাকিব নোৱাৰে। নহলে বিৰহ-বেদনাত...
    ৪ KB (৩০৩টা শব্দ) - ১৬:৫৩, ৮ ছেপ্টেম্বৰ ২০২১
  • আছে। আমি পাশ্চাত্য শিক্ষাত শিক্ষিত হৈ, প্ৰত্যক্ষ আৰু বাস্তৱ জগতত নিমগন হৈ যিমানকে প্ৰত্যক্ষবাদী হৈ আমাৰ ভাৰতীয় মহাজ্ঞানী মহাচিন্তাশীল...
    ৫ KB (৩৭৯টা শব্দ) - ১৩:০৩, ৭ নৱেম্বৰ ২০১৯
  • ঘৰ পালোঁহিয়েই, তুমি মা-দেউতাক মাত এষাৰ লগাই যাবা আহা।বর্ণালীৰ কথাত মই বাস্তৱ জগতলৈ ঘূৰি আহিলোঁ। {{center|{{Xx-larger|পাঁচ}}}} {{gap}}হােষ্টেলত আজিকালি...
    ৬ KB (৪০৮টা শব্দ) - ০০:১৬, ৮ মে' ২০২১