শঙ্কৰদেৱ/ত্ৰয়োদশ আধ্যা
ত্ৰয়োদশ আধ্যা শঙ্কৰদেৱৰ জন্মৰ সময়ত আসামত তান্ত্রিক শক্তি-পূজা প্রচ লিত আাছিল। হাহ ছাগ পাৰ ম’হ, আন কি, মা'খুছ পৰ্য্য বলি। দি দেবী গোসানীৰ পূজা কৰা হৈছিল । সত্তৱ তঃ সেই কালতে কি তাৰ কিছু আগেয়ে ৰচিত হোৱা কালিকাপুৰাণত মাহুহ বলিৰ বিষয়ে বিশেষকৈ লেখ। আছে । বলি দিবলৈ উপযুক্ৰ মানুহৰ লাহ্মণাদি কেনে ছব লাগে, আৰু কেনেকৈ সেই বলি। দিব লাগে ইত্যাদি বিষয়ে তাত বহলকৈ বৰ্ণনা কৰা হৈছে। মছলমানে ভঙকামাখ্যা মন্দিৰ নৰন'গ্ৰায়ণ ৰজাই আকৌ সজাই দি কামাখ্যাৰ প্ৰতিষ্ঠা কৰোতে ১৪ • টা মানুহ বলি দিয়া হৈছিল ।* আন কি নৰনাৰায়ণ ৰজাৰ ভতিজাক কোচহাঙ্গোৰ জা ৰঘূদেৱে, কালাপাহাৰে ভঙ। হাজোৰ হয়গ্ৰীৱ মাধৱৰ মণিকূট নকৈ সাজি প্রতিষ্ঠা কৰাওঁতেও তানেক মাসুহ বলি দিছিল, সদিও মন্দিৰৰ ভিতৰত শিলত কাটি লেখি থোৱা বিবৰণত ৰঘুদেৱ ৰজাক কৃষ্ণভক্ত বুলি উল্লেখ কৰা হৈছে। । সেই কালত কামাখ্যাত এক শ্ৰেণীৰ যানুহ আছিল সিহঁতক ভোগী নাম দিয়া হৈছিল । এই মামুহবোৰ নিজৰ ইচ্ছাতে দেবীৰ আগত বলি।। হবৰ নিমিত্তে সাজু আছিল। যি দিনাখনৰেপৰা সিহঁতে সিহঁতক দেবীয়ে বলি লবলৈ আদেশ দিছে বুলি । প্ৰকাশ কৰিছিল, সেই দিনাখনৰেপৰ। সিহঁতক লোকে মাত্য সৎকাৰ কৰিছিল, আৰু • গেছটৰ বুৰঞ্জী চোৰ ।। — ৬ শঙ্কশ্বদেৱ । সিহঁতে যি মন যায় তাকে কৰাত কোনও বাধা দিব নোৱা ৰিছিল । আন কি, সিওঁতে নিজৰ ইচ্ছামতে যেই কোনো তিক তাকে সম্ভোগ কৰিবৰ অধিকাৰ পাইছিল । বছেৰেকৰ মূৰত দেবীপূজাৰ সময়ত সেই মানুহবোৰ বলি দিয়া হৈছিল । জোতিক বিছ, ঐন্দ্ৰজাল বিস্তা, মঙ্গল চোওৱা, সুৰাপান, গৰ্ভৱতী তিৰুতাৰ । গর্ড ছিৰি হৃণপৰীক্ষা আদি * জয়কার্যাও তান্ত্ৰিকসকলৰ ভিতৰত প্ৰচলিত আছিল । উজনিত মৃ দিয়াৰ ফালে দু'টয়াবিল কৰ ভিতৰত কালীপূগা প্ৰচলিত আছিল, সেই কালীক ‘কেঁচাই, খাতী গোসানী" বুলিছিল। ৩০ পূজাৰ পুৰোহিত বা পূজাৰিক দেউৰী বোলা হৈছিল { দেউৰীবোৰ বামু" নয়ছুটিয়া। সন্ধিয়াৰ তামৰ দ’লত কেঁচাই খাতী গোসানীৰ আগত অসংখ্য নৰবলি দিয়া হৈছিল । ষোড়শ শতিকাৰ আগডোগৰত যেতিয়া আহোম বিলাকে চুটিয়া ৰাজ্য সম্পূর্ণরূপে জয় কৰি টুটিয়াবিলাকক নিজৰ তলতীয়া কৰে, তেতিয়। আৰু তাৰ অনেক কালৰ পিছতে । চুটিয়া দেউৰীযে সদিয়াৰ দ’লৰ কেঁচাই-থাতী গোসানীৰ আগত আৰু আন আন গোসানী মূৰ্ত্তিৰ আগত নৰবলি দিঘাৰ প্ৰমাণ। পোৱা যায়। বিচাৰত যিবোৰ মানুহৰ প্ৰাণ-দণ্ডৰ আদেশ, হৈছিল, আহোমসকাল সেইবোৰ ডৰিত পৰা মানুহক ধেী গোসানীৰ আগত বলি দিবলৈ দিছিল। ডৰিত-পৰা মানুহ । নাপালে কোনো এক বিশেষ খেলৰপৰা বলিৰ মাহহ বাছি লোৱা। হৈছিল। বলি দিবলৈ আগ কৰা মানুহটোক খুৱাই-বুরাই চিকুণ। কৰি থৈ বলি দিয়া হৈছিল, আৰু বঙ্গিৰ আগৰ ডোখৰ কালত
- ম ইনি আকবৰী । ত্ৰয়োদশ আধ্যা
৬৭ সেই মানুহটোৱে তাৰ যিহকে মন যার নিৰ্কিবাদে তাকে কৰিখলৈ তাক এৰি দিয়া হৈছিল । আগৰ কালত আসামৰ কছাৰ, ত্ৰিপুৰা, কোচ, আৰু জয়ন্তীয়া জাতিৰ মামুহৰ ভিতৰতো নৰবলি । প্ৰথা প্ৰচলিত আছিল । শঙ্কৰদেৱে ধৰ্মপ্ৰচাৰ কৰা কাল: তাক তাৰ আগভো- থৰতে৷ আসামত তান্ত্রিক শাক্ত ধৰ্ম্ম যে প্ৰচলিত আছিল, সেইটো ভালকৈ জানিব পাৰি। তান্ত্রিক শাক্ত হিন্দু ধৰ্মই অসত্য ও তি বোৰৰ জঘন্য ধৰ্ম প্ৰথাৰে তৈতে মিহলি হৈ আধোগতি প্রাপ হৈ কালক্ৰমত জথ্য আকাৰ ধৰিছিল। ব্ৰাহ্মণসকল লোভী অনাচাৰী হৈ বেদবিহিত ব্রাহ্মণ্য কৰ্ম্মাদিৰপৰা ভ্ৰষ্ট হৈ পৰিছিল। সে দেখি নৰনাৰায়ণ ৰজাই কামাখ্যাৰ মন্দিৰ নতুনকৈ সজাই গোদ’নী প্রতিষ্ঠ৷ কৰি গোসানী পূজাৰ নিমিত্তে বঙ্গদেশৰপৰা ভাল বামুণ অনাই কামাখ্যাত। বইৱাইছিল । । সেইদেখি ইয়াৰ আগৰ কালত । কমতেশ্বৰ ঘর ভনাৰায়ণে ধৰ্মন।ৰায়ণৰ হতুৱাই কনৌজৰপৰা কৃষ্ণ পণ্ডিত প্ৰমুখ্যে সাত ঘৰ বামুণ আৰু চণ্ডী ধকে প্ৰমুখ্য কৰি সাত ঘৰ ভাল কায়স্থ অনা তে ওঁৰ ৰাজাত পাতি ছিল। সেই কালত যে কামৰূপত বামুণ নাছিল এনে নহয়, বং অলেখ বামুণ আছিল , কিন্ধ তেওঁলোকে নিজৰ ক্ৰিয়া কলাপ ভালকৈ নাজানি আচাৰভ্ৰষ্ট হৈ পৰাৰ বাবে তলৰ শ্ৰেণীলৈ নামি হেল্প বিবেচিত হৈছিল। সেইদেখি কামৰূপীয়া বামুণ সকল কাম- ৰূপবাদী কনৌজীয়া আৰু পশ্চিমীয়া বামুণসকলৰ নামূনাচত পৰিছিল। শঙ্কৰদেৱৰ চৰিহ্মত শুনা যায় যে সেই কালত অনেক বামুণে হাল বাইছিল, স্মক হাল বাওঁতে বাহী গায়ে এহাতে এচাৰিৰে গৰু খেদাইছিল আৰু আন হাতে পিঠা লৈ মুখত দি চোবাইছিল। অৱশ্যে মিথিলা, কনৌজ আদি দেশৰপৰা অহা কন্দলি উপাধি আদিৰে বিভূষিত নিষ্ঠাবান পণ্ডিত সদ্ব্ৰাহ্মণসকল তেতিয়া আসামত নাছিল যে এনে নহয়, কিন্তু তেওঁলোকৰ লেখ তাকৰ। এই কামৰূপীয়া ব্ৰাহ্মণসকলে যে পূৰ্ব্বকালত ভাৰতবৰ্ষৰ উত্তৰ-পশ্চিম প্ৰদেশবোৰৰপৰা আহি কামৰূপত বসতি কৰা লোক তাত সংশয় নাই; কিন্তু তেওঁলোক এই দেশত দীৰ্ঘকাল থাকি, তেওঁলোকৰ আচৰ বাৱহাৰ দেশীয় আচাৰ ব্যবহাৰেৰে সৈতে কালক্ৰমত সানমিহলি হৈ পৰাৰ নিমিত্তে, হীন বিবেচিত হৈছিল। বঙ্গদেশতো এনেকুৱাই হৈছিল; আৰু এই বাবেই বঙ্গদেশৰ ৰজা আদিশূৰে কান্যকুব্জৰপৰা তেওঁৰ দেশলৈ পঞ্চব্ৰাহ্মণ কায়স্থ অনাই তেওঁলোকক দেশীয় ব্ৰাহ্মণ কায়স্থসকলতকৈ শ্ৰেষ্ঠ মৰ্য্যাদা দিছিল৷ অতীজত আৰ্য্যজাতিৰ সোঁত ভাৰতলৈ বওঁতেও এনে কথাহ হৈছিল। প্ৰথমতে ভাৰতত সোমাওঁত৷ আৰ্য্য ফৈদ পিছত সোমোওঁতা আৰ্য্য ফৈদতকৈ নীহ বিবেচিত হৈছিল, তাৰ পিছত সোমোৱ তৃতীয়ই প্ৰথম আৰু দ্বিতীয়তকৈ শ্ৰেষ্ঠ আসন পাইছিল। এইদৰে এক আৰ্য্যজাতিৰ ভিতৰতে ওখ তল প্ৰভৃতি শ্ৰেণী বিভাগৰ সৃষ্টি হৈছিল। ভাৰতত সোমোৱা মুছলমানসকলৰ ভিতৰতো এই দৰেই শ্ৰেণী বিভাগৰ সৃষ্টি হৈছিল। প্ৰথমতে ভাৰতলৈ অহা আৰব তুৰ্কী আৰু পাৰস্যৰ মুছলমানসকল তেওঁলোকৰ পিছত অহা মুছলমানসকলতকৈ অলপ নীহ বুলি পৰিগণিত হৈছিল; আৰু তাৰ পিছত অহা সকলতকৈ আগৰ সকল নীহ বিবেচিত হৈছিল।
শঙ্কৰদেৱে তেওঁৰ পাণ্ডিত্য আৰু বুদ্ধিৰে অপণ্ডিত অথচ হিংসক যাক দম্ভী ব্ৰাহ্মণসকলৰ দম্ভ অনেক বাৰ নাভাঙি নেৰিছিল। সেইদেখি ব্ৰাহ্মণসকল তেওঁৰ মহা শত্ৰু হৈ উঠিছিল। ব্ৰাহ্মণসকলৰ মতে ব্ৰাহ্মণসকলৰ হে শাস্ত্ৰ পাঠ আৰু চৰ্চ্চাত অধিকাব, শূদিৰৰ সেই অধিকাৰ নাই। শঙ্কৰ শূদিৰ, সেই দেখি শঙ্কৰৰ ভাগৱত গীতা আদি শাস্ত্ৰ পাঠ আৰু আলোচনা তেওঁলোকৰ মতে অনধিকাৰ চৰ্চ্চা। অথচ তেওঁলোকৰ নিজৰ অধিকাৰ ভিতৰুৱা শাস্ত্ৰ বিষয়ক তৰ্কতে তেওঁলোকক শঙ্কৰে পুৱাই মাতিব নোৱৰা কৰিছিল; এনেস্থলত শঙ্কৰ তেওঁলোকৰ চকুৰ কুটা আৰু দাঁতৰ শাল নহৈ কি হব? তাৰ উপৰি সৰ্ব্বসাধাৰণ লোকৰ মাজত তেওঁলোকে বিধি বিধান ধৰ্ম্ম কৰ্ম্মৰ ব্যৱস্থা দি পেটৰ ভাত মোকোলাই খাটছিল; এতিয়া শঙ্কৰে তিৰুতা শূদিৰেও সহজে বুজিব আক জানিব পৰাকৈ শাস্ত্ৰৰ শুৱলা ভাঙনি কৰি দি, আৰু সেইবোৰ নাম, গুণ, গীত, পদ ভটিমা আদিৰে গাই সকলোৰে হাতৰ মুঠিৰ ভিতৰুৱা কৰি দিলে, এনে স্থলত শঙ্কৰ তেওঁলোকৰ পৰম শত্ৰু নোহোৱাটো হে আশ্চাৰ্য্য। লৰা শঙ্কৰে পঢ়াশালিত পঢ়োঁতে, অধ্যাপক মহেন্দ্ৰ কন্দলিয়ে শঙ্কৰৰ তীক্ষ্ণ বুদ্ধি আৰু প্ৰভাৱ দেখি শ্ৰদ্ধা কৰি শঙ্কৰক আনবিলাক ছাতৰৰ দবে পঢ়াশালি মছিবলৈ নিদিছিল, আৰু শঙ্কৰ বুলি নামাতি শঙ্কৰদেৱ বুলি মাতিবলৈ ছাতৰবোৰক আজ্ঞা দিছিল। বামুণ ছাৰতবোৰে সেই কথা সহিব কেনেকৈ? সিহঁতে মহেন্দ্ৰ কন্দলি অধ্যাপকৰ নামে পঢ়াশালিৰ পৰিদৰ্শক ৰাঘৱাচাৰ্য্য পণ্ডিতক গোচৰ দিলে, যে “শূদ্ৰৰ লৰা শঙ্কৰক শঙ্কৰদেৱ বুলি মাতিবলৈ অধ্যাপকদেৱে আমাক হকুম ১৭০ শধৰদেৱ । দিছে!” সেই কালত শূদিৰব প্ৰতি বামুণৰ বিদ্বেষ পঢ়াশলীয়। কণ কণ লৰাৰ ভিতৰতো কোনে প্রবল আছিল, এই কথাৰপৰা ভালকৈ বুজিব পাৰি। শঙ্কৰদেৱে। মদন গোপাল মূৰ্ত্তি কেৰোলা বাঢ়ৈৰ হতুৱাই কৰাই ব্ৰাহ্মণসকলক সেই মূৰ্ত্তি প্রতি#া কবিবলৈ নিমন্ত্ৰণ কৰাত ব্ৰাহ্মণসকলে মুঠ বান্ধি এই বুলি কৈ নাযাওঁ বুলিলে "আমি। শুনি৷ে ‘দিৰে উৰি লগাই সেই মূৰ্ত্তি কাটছে এতেকে সেই মূৰ্ত্তি আমি ব্রাহ্মণ তৈ কেনেকৈ প্ৰদক্ষিণ কৰিম |” এই কথা শুনিবলৈ পাই শহৰদেৱে প্ৰচাৰ কৰি দিলে যে যি যি ব্ৰাহ্মণে নিমন্ত্ৰণ ৰক্ষা কৰি আহিব, গাইপতি তেওঁলোকক একোজনী গাই, একোখন কাপে:ৰ, এতোলা দোণ, আৰু ৫ পা5 টকাকৈ ৰূপ। দক্ষিণা দিয়া যাব। এই বাতৰি শুনি উৎসৱৰ দিনা ব্রাহ্মণপকলেৰে শঙ্কৰৰ ঘৰ ভৰি পৰিল। . ‘শ্রীশধৰদেৱে * ভাrৱতৰ সাৰ কাটি মনি হৰি ভক্তি প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলত লোকসকল প্রায় চলিবলৈ ধৰিলে, তকতিৰ ৰস পাই পূজাঅৰ্চনা আদি ব্রাহ্মণৰ কাৰ্য্য ক্রমে। চিলা পৰি মাহিল। গতিকে, ব্রাহ্মণসকলৰ উপন্ডীবিকাৰ পথ ক্রমে হ্রাস হোৱাত ব্ৰাহ্মণসকলে মনত বিৰক্ত পাই ৰজাত জনাই শঙ্কৰৰ মত লোপ কৰিবলৈ কাৰবাৰ লগালে। । এদিন আচাৰ্য্য, কনলি, মিশ্র, উপাধ্যায়, ভাৰতী উপাধিধাৰী ব্ৰাহ্মণসকল মিল হৈ আহোম ৰঙ্গ চুহমুং স্বৰ্গদেউৰ চাঙলৈ গৈ এই বুলি গোচৰ দিলে যে শৱৰ নামে মূদ্র এজনে শ্ৰাদ্ধবিধি বৈদিক কাৰ্য ৰহিত কৰি
- বৰদোৱাত পোৱা পকচৰিত্ৰ পুথি । ত্রয়োদশ অধ্যা ।
১৭১ ৰাজ্য নষ্টৰ উপায় কৰিছে । ৰজাই দূত পঠাই ধৰাই নি ব্রাহ্মণ । সকল আৰু শঙ্কৰদেৱক চাঙত তুলিলে । ৰজাৰ দূতে ৰাজ অজ্ঞ মতে শঙ্কৰত সুধিলে “তুমি বোলে ৰাজ্য নষ্ট কৰিলা ! গু করে। । উত্তৰ দিলে কেনেকৈ কি বেয়। কাম কৰি ৰাজ্য নষ্ট কৰিলে, মই একো নাজানো । পিছত ৰজাই যক্ষ্মণসকলত সুধিলত তেওঁলোকে জনালে যে শঙ্কৰে শুদ্ধি ন কৰে, আৰু ভকত সকলকো কৰব নিদিয়ে। । শ্ৰাদ্ধৰ কথা শুনি ৰজাই হাৰিত শু{ধলে, ‘প্রাদ্ধ কাক বোলে ? তেতিয়া হাৰিয়ে কলে “মনুষ্য মৰিলে দহা আৰু শ্ৰাদ্ধ কৰে { মৰাৰ দশ দিনত দহে৷৷ ত্রিশ দিনান্তে উদ্ধ। চাউল, কল বসন, ভূষণ ইত্যাদি দ্ৰব্য দি মৃতকক বৰায় ; পিছত ব্ৰহ্মাণসকলে সেইবোৰ নি খায় ।' ৰজাই ব্ৰাহ্মণ। সকলৰ এনে ব্যৱহাৰ ওনি খং কৰি কলে ‘মৃতকৰ বস্তু খায় ইহঁতক চাঙৰপৰা খেদাই দিয়া। স্বজাৰ আজ্ঞা মাত্ৰেই ব্ৰাহ্মণ সকল ভয় পাহ চাঙৰপৰা নামি আহিল। । শঙ্কৰক ৰজাই প্রশংসা কৰি চাউল চৰু হ দিলে ।” “সেই দিনাৰপৰা ব্ৰাহ্মণসকলৰ মনত শঙ্কৰৰ প্ৰতি আক । অধিক কক্ষ। স্থায়ী হল। পূদ্র হৈ ব্ৰহ্মণক লা হন। ধিয়ে ; প্ৰথম অৱস্থাতে যদি এনে হল ভবিষ্যতলৈ ব্ৰাহ্মণে থানকে নোপোৱা । হব । তেওঁলোকে । এই প্রকাৰে ভাবি নানা বু মন্ত্ৰণা কৰি গাও ফুৰিবলৈ যোৱা ভকতসকলক সমযুত বহু লাস্থন দিবলৈ ধৰিলে। কাৰো হাতৰ মালা কাঢ়ি নি কুকুৰৰ নেজত আৰে, কাকো দলি ফমুটি মাৰি শৰীৰত কষ্ট দিযে । কোলে কোনোজনক অকৰ্মী চণ্ডtল বুলি গালি দিয়ে। ভকতসকলে ব্রাহ্মণৰ অত্যাচাৰ সহ ১৭২ শঙ্কৰণে ৱ । কৰিব নোৱাৰি গুৰুজনত সাৱশেষ বিৱৰণ জনালে । ব্রহ্মণৰ উপদ্ৰৱত ভকত বাহিৰলৈ ওলাব নোৱাৰা হল । গুৰুজনে এই কথা বুঢ়াথাক কলে। তেওঁ গুনি কলে, -‘অলপতে আমাৰ পিতৃশ্ৰাদ্ধ হব, তালৈ ব্ৰাহ্মণসকলক নিমন্ত্ৰণ কৰ যাব ; আপোনাসকল আহি মীমাংসা কৰি লব পাৰিব । সময়মতে শ্ৰাদ্ধ পৰিলছি। বুঢ়া ধাই সকলো ব্ৰাহ্মণক নিমন্ত্ৰণ দিলে ; শঙ্কৰকা ভকতসকলৰ সহিত প্রাদ্ধোপলকে মতালে । সকলো ব্রাহ্মণ সমাজ পাতি । বহিটে ; শঙ্কৰদেৱে স মুছীয়৷ ভকত সকলক লৈ আড়ম্বৰ কৰি কমলি পাৰি বহিছে । শঙ্কৰদেৱে সেইদিনা ঘৰৰপৰা যোৱাৰ সময়ত কৈছিল, “আজি কয় মাল৷ এৰি আহিম, নহয় । ভালকৈ লৈ আহিম । সমাজ যেতিয়া সম্পূর্ণ হল তেতিয়া শঙ্কৰদেৱে ব্ৰহ্মানন্দ আচার্য্যক জিজ্ঞাসা কৰিলে,--"তৈ, পাতকীৰ কৰ্ম্মত অধিকাৰ আছে নে ? অথব শতকীয়ে প্ৰায়শ্চিত্ত্ব বা তিলকাঞ্চন দান কৰিলে উদ্ধাৰ হব পাৰে নে ? আচার্যাট কলে, *পাতকীৰ কৰ্ম্মত অধিকাৰ নাই ; প্ৰায়শ্চিত্তষ্ট ওদ্ধ কৰিব নোৱাৰে, কেৱল হৰিনামে হে পাতকীক নিস্তাৰ কৰিব পাৰে। ।“ শঙ্কৰে বাৰে বাৰে দঢাই জিজ্ঞাস কৰাত ব্রহ্মানন্দই হৰিনামৰ হে মহিম ব্যাখ্যা কৰিলে। তাৰ পিছত শঙ্কৰে পুনরায় প্রশ্ন কৰিলে "স্বদি হৰিনামৰ ইমান মাহাত্ম্য হল, সকলো শাম্বই আক বেধে ও নামকে হে প্ৰশস্ত বুলি ব্যাখ্যা কৰে, তেনেহলে যি লোকে নামক নিন্দা কৰে, তাক কি বে'লা যায় ? * ব্রহ্মানন্দই শাস্ত্ৰষ সন্মত অনুসাৰে কলে —‘নাম নিক জনক চণ্ডাল অপেক্ষাও হীন বোল যায় । তাক দেখিলেও পাপ, স্পৰ্শ কৰিলেও পাপ, তাৰ নাম পৰ্য্যন্ত লব নাপায়। এই দৰে তেওঁ নামৰ অপৰাধীৰ ত্রয়োদশ অধ্যায় ১ ৭৩ ব্যাখ্যা কৰিলে। । শঙ্কৰদেৱে পুনঃ প্ৰশ্ন কৰিলে ‘পাতকীৰ বস্তু খাব পায় । নে নাপায় ? আচায্যষ্ট উরখ দিলে ‘পাপীৰ বস্থা গ্রহণ কৰিলে পাপী হব লাগে ।" এনাজৰ সকলো ব্ৰাহ্মণে এই বাক্যটি স্বীকাৰ কৰিলে । তেতিষ শঙ্কৰদেৱে বুঢ়াই ক জিজ্ঞাসা কৰিলে, ‘তুমি পাপী নে পুণ্যশীল ? তেওঁ উত্তৰ কৰিলে, “আমি সদায় মিছাকথায় লোক, কেনেকৈ পুণ্যবান তম : পাতকীকে বুলিধ। লাগে ।” তদন্ত শঙ্কৰদেৱে ব্ৰাহ্মণসকলক বধিলে , “আপোনাসকলে পাপীৰ বস্তু গ্রহণ কৰে নে নকবে ? উত্তধ,--পূৰ্বৰ চলিত কথা, বিশেষতঃ দেশীয় প্রথ। থকাৰ নিমিত্তে খাবলগীয়া েৈছ ; সময়ত
োই।ও হৈছে । ‘প্রশ্ন, —এতিয়া আপোনাসকলে বুঢ়াখাৰ বস্তু ।
খায় নে ? উত্তৰত এই কথা সকলোৱে একমুখে স্বীকাৰ কৰিলে। শঙ্কৰে সুধিলে “আচাৰ্য্যদেৱ, আৰু এটি কথা সোধ্য। ঘা ওক ;–একজন লোক অগুচী বা ছুৱ৷ গাৰে আছে, তেওঁ নাম ললে কিবদোষ বা পাপ হব পাৰে নে ? ব্রহ্মানন্দই মনুৰ ব্যৱস্থা৷ । দেখুৱাই হৰিনামত ছুৱা নাই বুলি প্ৰকাশ কৰিলে। এই কথা শুনি। ব্যাসকলাই * শৰ্মাই হাত তুলি উচ্চবৰে কলে ‘ব্রহ্মানন্দ আচার্য্য কহিলে হেন সাৰ। । ৰম নাম পৰে ধৰ্ম্ম শ্ৰে৮ নাহি আৰ । এটাহ বাপুসকলে হৰিনামৰ শ্ৰেষ্ঠতা দেখি মাথা চপাই নিৰুত্তৰ স্থল । যুক্তিযুক্ত কথাৰে দ্বিজ মণ্ডলীক জক কৰি শঙ্কৰদেৱে কলে, তোমালোক পাপীৰ দ্ৰব্য গ্ৰহণকাৰীনাম নিন্দকী, বেদ অৱহেল কাৰী, অনাচাৰীচুবৰ অযোগ্য, তোমালোকে আমাৰ মালাধাৰী। ভকতক নিন্দা কথা, মাল কাঢ়ি নি নানা লাভূনা কৰা । যদি শঙ্কৰৱেৰ শিষ্য বৈষ্ণৰ ভকত ব্ৰাহ্মণ । ১ ৭৪ শঙ্কৰদেৱ । গীত, সহজনাম, শ্ৰীমদ্ভাগৱত শাস্ত্ৰত মালাৰ ব্যৱস্থা নাই, । তেৰে আমি নিজে মালা পৰিত্যাগ কৰিম । যদি শাস্ত্ৰত আছেসেই শান্ধৰ সাৰ মর্ম গ্রহণ কৰিব । নোৱাৰি মিছাতে লোকক নিন্দাকেহে কৰিবলৈ শিকিছা, তেনেহলে কি হব ? এই বুলি শঙ্কৰদেৱে সমূদায় মাল৷ শৰাইত সজাই ৰাক্ষণৰ মাজত স্থাপন কৰিলে ! তেওঁলোকে একো উত্তৰ কৰিব নোৱাৰি নমাতি থাকিল ” ব্ৰাহ্মণসকল শঙ্কৰদেৱৰ ওচৰত যিমান তাপদহ হৈছিল, যিমান তেওঁলোকে তেওঁৰ বিপক্ষতাচৰণ কৰিছিল । । ব্ৰাহ্মণৰ অস্থা আক “ক্ষণে ই ক্ষণে তুষ্ট” আহোম ৰজাৰ অনু্যায অত্যাচাৰত ত্যক্ষ বিৰক্ত হৈ শঙ্কৰদেৱে তেওঁৰ ভকতসকলেৰে সৈতে আহোমৰ ৰাজ্য উজনি আসাম পৰিত্যাগ কৰি কোচ ৰজা নৰনাৰায়ণৰ ৰাজ্য নামনি আধামলৈ ভটায়াই গুচি গল। কোচ ৰজাৰ ৰাজ্যতো যে তেওঁ বামুণৰ বিদ্বেষৰ ভাত মাৰিছিল এনে নহয়, কিন্তু তাতো, তেওঁ বাদত সকলো প্ৰকাৰে ব্ৰাহ্মণসকলক পৰাস্ত কৰি শেহত নৰনাৰায়ণ আক চিলাৰায়ৰ শ্ৰদ্ধা ভক্তি আকৰ্ষণ কৰি তুলনাত উজনিতকৈ শাস্তিৰে অছিল। তথাপি ব্ৰাহ্মণসকলৰ লগৰীয়া কথ্য শুনি প্ৰথমতে এবাৰ নৰনাৰায়ণে শঙ্কৰদেৱক ধৰাই নি দও কৰিবলৈ মানুহ পঠিয়াইছিল, শঙ্কৰৰ ভক্ত চিলাৰায় দেৱানৰ নিমিত্তেহে ৰজাই সেই কাৰ্য্য কৰিব নোৱাৰিলে ; আৰু তাৰ পিছত ৰজাৰ খং মাৰ গলত শঙ্কৰদেৱে ৰঙ্গক সাক্ষাৎ কৰিলত ৰজাই শঙ্কৰৰ পাণ্ডিত্যৰ প্ৰভাৱ দেখি বৰং শঙ্কৰৰ প্ৰতি ভক্তিমান হৈ পৰিছিল। শঙ্কৰদেৱ বিষ্ণুৰ উপাসক আৰু বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণৰ উপাসক আছিল। তেওঁ শক্তি পৃঙ্গা আৰু শাক্ত সম্প্রদায়ৰ বিৰোধী ত্ৰয়োদশ আধা । ১৭৫ আছিল। পুৰীৰ দাৰুত্ৰহ্ম জগন্নাথ বিষ্ণুৰ মূৰ্ত্তি অাৰু অগন্নাথ পূজ? বিষ্ণুৰ পূজ এই বিশ্বাসত দৃঢ় হৈ তেওঁ জগন্নাথৰ প্ৰতি ভক্তি মান আছিল। অচ্য বেবীদেৱ পৰিত্যাগ কৰি বিষ্ণুৰ হে যে উপাসনা কৰিব লাগে, । কাৰণ বিষ্ণু হে মুক্তিৰ গৰাকীএই বিশ্বাস তেওঁ প্ৰথমবাৰ তীৰ্থ কৰিবলৈ যোৱাৰ আগেই, ব্ৰহ্মপুৰাণ, পদ্মপুৰাণ, গীত, বামায়ণ, মহাভাৰত আদি পটি, তেওঁৰ মনত তাক্ষৰিত হয়, আক বৃন্দাবনগৈ গৈ বৈষ্ণবসকলৰ সদত সি ডাঙৰ । হৈ উঠে। পিছে তেওঁ ঘৰলৈ উভতি যাব কিছু দিনৰ পিছত যেতিয়া তেওঁ শ্ৰীমদ্ভাগৱত গ্ৰন্থ প’লে সেই ভাগৱত শাস্ত্ৰ পঢ়ি তেওঁ ভাগৱতী বৈষ্ণব ধৰ্মত বিশেষকৈ ভাস্থাবান হৈ সেই ধৰ্ম প্ৰচাৰ কৰিলে। বিষ্ণুৰ আন অৱতাৰতকৈ কৃষ্ণাৱতাৰে তেওঁৰ মন বিশেষকৈ মথি পেলাইছিল। হনুমন্তই যেনেকৈ কৃষ্ণক দেখি পিঠি দিছিল, কিন্তু যেতিয়া কৃষ্ণই হনুমন্তক ৰাম। মূৰ্ত্তি দেখুৱালে, তেতিয়াহে হসুমন্তই কৃষ্ণক নিজব প্ৰভু বুলি প্ৰণিপাত কৰি ভক্তিত গদগদ হল। শঙ্কৰদেৱেও । সেইদৰে (যদিও ৰাম ৱতাৰলৈ পিঠি দিয়া নাছিল তথাপি ঘাইকৈ ষ্ণাৱতাৰক নিজৰ ঠষ্ট ওক কৰি কৃষ্ণপ্ৰেমত নিমগ্ন হৈ কৃষ্ণভক্তি প্ৰচাৰ কৰিছিল। সেইদেখি শঙ্কৰ প্ৰচাৰিত ধৰ্ম্মক ভাগৱতী বৰ্ম, আৰু সেই সন্মত কান্তাক “হভ্রমস্তী কাস্তা” বোলে । দৈত্যাৰি ঠাকুৰৰ পুথিত আছে, শঙ্কৰদেৱে তেওঁৰ সঙ্গীসকলেৰে সৈতে দ্বিতীয় ৰাৰ তীৰ্থ কৰিবলৈ যাওঁতে বাটত এদিন ৰামৰায়ে শঙ্কৰদেৱক ৰামৰ চৰিত্ৰ কবলৈ অনুৰোধ কৰাত, শঙ্কৰদেৱে ৰামৰ চৰিত্ৰ কৈ গৈ থাকোতে লাহে লাহে অজ্ঞাতসাৰে কৃষ্ণ-চৰিত্ৰত পৰিছিল গৈ।