পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰয়োদশ আধ্যা ৬৭ সেই মানুহটোৱে তাৰ যিহকে মন যার নিৰ্কিবাদে তাকে কৰিখলৈ তাক এৰি দিয়া হৈছিল । আগৰ কালত আসামৰ কছাৰ, ত্ৰিপুৰা, কোচ, আৰু জয়ন্তীয়া জাতিৰ মামুহৰ ভিতৰতো নৰবলি । প্ৰথা প্ৰচলিত আছিল । শঙ্কৰদেৱে ধৰ্মপ্ৰচাৰ কৰা কাল: তাক তাৰ আগভো- থৰতে৷ আসামত তান্ত্রিক শাক্ত ধৰ্ম্ম যে প্ৰচলিত আছিল, সেইটো ভালকৈ জানিব পাৰি। তান্ত্রিক শাক্ত হিন্দু ধৰ্মই অসত্য ও তি বোৰৰ জঘন্য ধৰ্ম প্ৰথাৰে তৈতে মিহলি হৈ আধোগতি প্রাপ হৈ কালক্ৰমত জথ্য আকাৰ ধৰিছিল। ব্ৰাহ্মণসকল লোভী অনাচাৰী হৈ বেদবিহিত ব্রাহ্মণ্য কৰ্ম্মাদিৰপৰা ভ্ৰষ্ট হৈ পৰিছিল। সে দেখি নৰনাৰায়ণ ৰজাই কামাখ্যাৰ মন্দিৰ নতুনকৈ সজাই গোদ’নী প্রতিষ্ঠ৷ কৰি গোসানী পূজাৰ নিমিত্তে বঙ্গদেশৰপৰা ভাল বামুণ অনাই কামাখ্যাত। বইৱাইছিল । । সেইদেখি ইয়াৰ আগৰ কালত । কমতেশ্বৰ ঘর ভনাৰায়ণে ধৰ্মন।ৰায়ণৰ হতুৱাই কনৌজৰপৰা কৃষ্ণ পণ্ডিত প্ৰমুখ্যে সাত ঘৰ বামুণ আৰু চণ্ডী ধকে প্ৰমুখ্য কৰি সাত ঘৰ ভাল কায়স্থ অনা তে ওঁৰ ৰাজাত পাতি ছিল। সেই কালত যে কামৰূপত বামুণ নাছিল এনে নহয়, বং অলেখ বামুণ আছিল , কিন্ধ তেওঁলোকে নিজৰ ক্ৰিয়া কলাপ ভালকৈ নাজানি আচাৰভ্ৰষ্ট হৈ পৰাৰ বাবে তলৰ শ্ৰেণীলৈ নামি হেল্প বিবেচিত হৈছিল। সেইদেখি কামৰূপীয়া বামুণ সকল কাম- ৰূপবাদী কনৌজীয়া আৰু পশ্চিমীয়া বামুণসকলৰ নামূনাচত পৰিছিল। শঙ্কৰদেৱৰ চৰিহ্মত শুনা যায় যে সেই কালত অনেক বামুণে হাল বাইছিল, স্মক হাল বাওঁতে বাহী গায়ে এহাতে