পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৭১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ত্ৰয়োদশ আধ্য{ ১৬৯ শঙ্কৰদেৱে তেওঁৰ পাণ্ডিত্য আৰু বুদ্ধিৰে অপণ্ডিত অথচ হিংসক যাক দম্ভী ব্ৰাহ্মণসকলৰ দম্ভ অনেক বাৰ ন'ভাঙি নেৰিছিল। সেইদেখি ব্ৰাহ্মণসকল তেওঁৰ মহ।’শক হৈ উঠিছিল । ব্ৰাহ্মণসকলৰ মতে ব্ৰাহ্মণসকলৰ হে শাস্ত্ৰ পাঠ সকbষ্ঠাত অধিকাব, শূদিৰৰ সেট অধিকাৰ নাই । শঙ্কৰ শূদিৰ, সেই দে িশঙ্কৰৰ ভাগৱত গীতা তা দি শাস্ত্ৰ পাঠ আৰু আলোচন) তে ওঁলোকৰ মতে অনধিকাৰ চর্চা ৷ 'অথচ তেওঁলোকৰ নিজৰ অধিকাৰ ‘ভতৰত্ন। শাস্ত্ৰ বিষয়ক তর্কতে তেওঁলোকক শঙ্কৰে পুৱাই মাতিব নোৱৰা। কৰিছিল ; এনেস্থলত শঙ্কৰ তেওঁলোকৰ চকুৰ কুটা আৰু দাতৰ। শাল নহৈ কি হব ? তাৰ উপৰি সৰ্ব্বসাধাৰণ লোকৰ মাজত তেওঁলোকে বিধি বিধান ধৰ্ম্ম কৰ্ম্মৰ ব্যৱস্থা দি পেটৰ ভাত মোকো লাই খাটছিল ; এতিয়া শঙ্কৰে তিকতা পৃদিৰেও মহজে বুজিব আক শুনিব পৰাকৈ শাস্ত্ৰৰ ওৱলা ভাঙনি কৰি দি, আৰু সেইবোৰ নাম, গুণ, গীত, পদ ভটিমা আদিৰে গাই সকলোৰে হাতৰ মুঠিৰ। ভিতৰুৱা কৰি দিলে, এনে স্থলত শব্বৰ তেওঁলোকৰ পৰম শত্রু। নোহোৱাটো হে আশ্চাৰ্য্য। লৰা শঙ্কৰে পঢ়াশালিত পঢ়োতে, অধ্যাপক মহেন্দ্ৰ কন্দলিয়ে শঙ্কৰৰ উীক্ষ বুদ্ধি আৰু প্ৰভাৱ দেখি শ্ৰদ্ধা কৰি শৰক আনবিলাক ছাতৰৰ দবে পটাশালি মছিবলৈ। নিদিছিল, আৰু শঙ্কৰ বুলি নামাতি শঙ্কৰদেৱ বুলি মাতিবলৈ । ছাতৰবোৰক আজ্ঞা দিছিল । বামুণ ভাৰতবোৰে সেই কথা সহিব কেনেকৈ ? সিহঁতে মহেন্দ্ৰ কন্দলি অধ্যাপকৰ নামে পঢ়াশালিৰ পৰিদৰ্শক ৰাঘৱাচার্য্য পণ্ডিতক গোচৰ দিলে, যে গৃৰ লৰা শঙ্কৰক শঙ্কৰদেৱ বুলি মাতিবলৈ অধ্যাপকদেৱে আমাক হকুম। ।