পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৭৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ত্রয়োদশ অধ্যা । ১৭১ ৰাজ্য নষ্টৰ উপায় কৰিছে । ৰজাই দূত পঠাই ধৰাই নি ব্রাহ্মণ । সকল আৰু শঙ্কৰদেৱক চাঙত তুলিলে । ৰজাৰ দূতে ৰাজ অজ্ঞ মতে শঙ্কৰত সুধিলে “তুমি বোলে ৰাজ্য নষ্ট কৰিলা ! গু করে। । উত্তৰ দিলে কেনেকৈ কি বেয়। কাম কৰি ৰাজ্য নষ্ট কৰিলে, মই একো নাজানো । পিছত ৰজাই যক্ষ্মণসকলত সুধিলত তেওঁলোকে জনালে যে শঙ্কৰে শুদ্ধি ন কৰে, আৰু ভকত সকলকো কৰব নিদিয়ে। । শ্ৰাদ্ধৰ কথা শুনি ৰজাই হাৰিত শু{ধলে, ‘প্রাদ্ধ কাক বোলে ? তেতিয়া হাৰিয়ে কলে “মনুষ্য মৰিলে দহা আৰু শ্ৰাদ্ধ কৰে { মৰাৰ দশ দিনত দহে৷৷ ত্রিশ দিনান্তে উদ্ধ। চাউল, কল বসন, ভূষণ ইত্যাদি দ্ৰব্য দি মৃতকক বৰায় ; পিছত ব্ৰহ্মাণসকলে সেইবোৰ নি খায় ।' ৰজাই ব্ৰাহ্মণ। সকলৰ এনে ব্যৱহাৰ ওনি খং কৰি কলে ‘মৃতকৰ বস্তু খায় ইহঁতক চাঙৰপৰা খেদাই দিয়া। স্বজাৰ আজ্ঞা মাত্ৰেই ব্ৰাহ্মণ সকল ভয় পাহ চাঙৰপৰা নামি আহিল। । শঙ্কৰক ৰজাই প্রশংসা কৰি চাউল চৰু হ দিলে ।” “সেই দিনাৰপৰা ব্ৰাহ্মণসকলৰ মনত শঙ্কৰৰ প্ৰতি আক । অধিক কক্ষ। স্থায়ী হল। পূদ্র হৈ ব্ৰহ্মণক লা হন। ধিয়ে ; প্ৰথম অৱস্থাতে যদি এনে হল ভবিষ্যতলৈ ব্ৰাহ্মণে থানকে নোপোৱা । হব । তেওঁলোকে । এই প্রকাৰে ভাবি নানা বু মন্ত্ৰণা কৰি গাও ফুৰিবলৈ যোৱা ভকতসকলক সমযুত বহু লাস্থন দিবলৈ ধৰিলে। কাৰো হাতৰ মালা কাঢ়ি নি কুকুৰৰ নেজত আৰে, কাকো দলি ফমুটি মাৰি শৰীৰত কষ্ট দিযে । কোলে কোনোজনক অকৰ্মী চণ্ডtল বুলি গালি দিয়ে। ভকতসকলে ব্রাহ্মণৰ অত্যাচাৰ সহ