শঙ্কৰদেৱ/চতুৰ্দ্দশ আধ্যা

ৱিকিউৎসৰ পৰা

[ ১৭৬ ] চতুৰ্দশ আধা। শঙ্কৰদেৱে প্ৰথমবাৰ তীৰ্থ কৰি ঘৰলৈ উভতি আহি নামধৰ মণিকুট সজাই সত্ৰ পাতি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি কিছু দিন থকাৰ। পিছত ভাগৱত শাস্ত্ৰ । পাই তাৰ সাৰ উদ্ধাৰ কৰি কীৰ্ত্তন। পুথি ৰচনা কৰিলে। ইয়াৰ আগেয়ে ও তেওঁ নাম প্রসঙ্গ কীৰ্ত্তন। কৰিবৰ নিমিত্তে ভটিমাগীত তা{থ ৰচনা কৰিছিল। আৰু পদ্ম পূৰণ স্বৰ্গখণ্ডৰ সহঅনাম আদিৰ পন কৰিছিল , সেইবোৰো পিছত তেওঁ কাৰ্ত্তন পুথিৰ সতর্গত কৰিলে। কীৰ্ত্তনৰ অনেক বছৰৰ পিছত হে তেওঁ শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধৰ আগছোৱা ভাঙছিল । তেওঁ পাটবাউসীত থাকোতে হে দশম ৰচনা । কৰে অ্যাক সি তেওঁ দ্বিতীযবা তাৰ্থলৈ যোৱাৰ আগতে । সেইদেখি ১৫৩১ খষ্টাবৰ পৰা ৫৩৩ খৃষ্টাব্দৰ ভিতৰত দশম বচিত হৈছিল বুলি ধৰিব পাৰি। ভাগৱত পোৱাৰ আগেবেও যে তেও কিছুমান গীত পৰ। গুটিমা ৰচনা কৰিছিল সেইটে। এই কথাৰপৰা জানিব পাৰি যে, জগদীশ মিশ্ৰই তেওঁক 'ভাগৱত পাঠ কৰি শুনোৱাৰ আগেযে তেওঁ ব্ৰাহ্মণক, নিজে ৰচনা কৰকিছুমান গীত তাল ধৰি গাই শুনাইছিল বুলি বৰদোৱাৰ গুৰু চৰিত্ৰ পুথিত আছে । বৰদোৱাব গড়া ওকচৰিত্ৰ পুথিত আছে যে শঙ্কৰদেৱে ২৩ বছৰ বযসত প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল । ২৩ বছৰত তেওঁ তীৰ্থ লৈ যোৱাটো বৰ আগ বুলি আমি ভাবিছো; আৰু ভাবিবৰ কাৰণে আছে । শঙ্কৰদেৱে তেওঁৰ ১২ বছৰ বযুসত [ ১৭৭ ] চতুৰ্দশ আধ্য । A ? লেখা পঢ অ’ৰম্ভ কৰে । । অলপ দিনৰ ভিতৰতে তেওঁ লেখা পঢ়া শেষ কৰে বুলি যদিও চৰিত্ৰ পুথিত আছে, ‘আচার্য সংহতি” পুথিত কিন্তু সেই ডোখৰ কাল দহ বছৰ বুলি লেখিছে, ‘মহেঞে; প্রশ্নতি স্বপ্নে মহাপুৰুষ নক্ষণং । ৰাসামেন সাকংহি শঙ্কৰং পাঠয়্যিপ্তি। যত্বা নাৰায়ণপ্তাংশং শ্ৰদ্ধয়দশ বৎসৰং। কলাপ কাব্য জ্যোতিষং ইতিহাসং অতি । স্তুতিন পূৰাণাদিনি শাস্বানি গুৰুধ্যাপয়িগুতি ॥ পঠিত্ব শাস্ত্ৰ । সংঘাচ্চ ৰামৰামেন । শঙ্কৰ: । গু ৰবে দক্ষিণাং দন্ত । ঘা িও নজ মন্দিৰী ॥” দহ বছৰ। শঙ্কৰৰ পচাৰ কাল বুলি কোৱা “আচার্য) সংহতি" কথ' আমি ঠিক বুলি ধৰিছো, কাৰণ ই স্বাভাবিক। সেইদে িস্কৰদেৱে । যেতিয়া ঢা সাঙ্গ কৰে তেতিয়া তেওঁৰ বয়স ১২ + ১• « ২২ বছৰ বুলি ধৰিব পাৰি। ধৰ যাওক সেষ্ট । বছৰতে তেওঁ বিয়া কৰাইছিল। "মাক তাৰ এবছৰৰ পিছতে তেওঁ কন্যমনুৰ জন্ম হৈছিল । মন্থক বিয়া দি শঙ্কৰ তী!থ লৈ গৈচিল । ধৰা, মনুক আঠ বছৰ। বয়সত গৌৰী বিয়। দিছিল। সেইদেখি মমুক বিয়া দিয়াৰ পিছতে যদি শঙ্কৰদেৱ তীৰ্থ কৰিবলৈ গৈছিল, তেন্তে তেতিয়া তেওঁৰ বয়স । ২২ - ১ - ম + ৮ ৩১ কি ৩২ ৷ বছৰ । এইবাৰ শঙ্কৰদেৱ । ২ বছৰৰ মূৰত তীৰ্থৰপৰা উভ' ত আহে । তেনেহলে তেতিয়া । তওঁৰ বয়স ৩২ + ১২ = ৪ ৪ বছৰ । ইয়াৰ পিছতে তেওঁ ভাগৱত শাস্ত্ৰ পায় । সেইদেখি আমি এইটো ধৰি লব পাৰো যে শঙ্কৰদেৱে তেওঁৰ বয়সৰ ৪ বছৰৰ পৰা ৫ a বছৰৰ ভিতৰতে কীৰ্ত্তন ৰচনা কৰিছিল। সেইদেখি ১৪৯৩ খৃষ্টাৰ আক ১৪১৮ খ্রীষ্টাব্দ এই পাঁচ বছৰৰ ভিতৰতে কীৰ্ত্তন ১২ [ ১৭৮ ] ১ > শঙ্কৰদেৱ । ৰচিত হৈছিল বুলি ধৰিব পাৰি । এতিয়া যদি আমি শেহৰটো বছৰ ১৪ ৯৮ খৃষ্টাব্দকে কীৰ্ত্তনব জন্ম বছৰ বুলি ধৰো, তেহে আমি দেখো যে তেতিয়া চৈত্য তেৰ চৈধ্য বছৰীয়া লৰাকাৰণ । চৈতন্তৰ জন্ম শক ১৪•৭ (১৪৮৫ খৃষ্টাব্দ) । যদি অামি অনিৰুদ্ধ ৰচিত পুথিৰ শককে ঠিক বলি ধৰে। অৰ্থাৎ ১৩৮৫ (খৃঃ, ১৪ ৬৩) তেন্তে শঙ্কৰদেৱে তীৰ্থৰপৰা উভতি অহ। কাল ১৪০৬ খৃষ্টাব্দ পাওঁ । তেতিয়া ২১ বছৰীয়া চৈত্য নদীয়াত টোলৰ পণ্ডিত আৰু তাৰ্কিক নিমাই, ধন্যপ্ৰচাৰক চৈতন্ত্য নহয় । বান্ধৱৰ সম্পাদকে নির্ণয় কখা তাবিধ ধৰিলে ও ১৩৮-৩ (১৪৬ খৃষ্টাব্দ । পোৱা যায় ; ১৫ • ৪ খৃষ্টাত চৈত্য ১৯ বছৰীয়া। শঙ্কৰৰ ধৰ্ম প্ৰচাৰ যে চৈতষ্ঠাৰ আগেয়ে, আৰু চৈত্য যে শঙ্কৰৰ গু ক নহয়, এইয়েই তাৰ ঘাই প্রমাণ। চৈত্যাট ২৪ বছৰ বয়সত হে সন্নাস পৈ ধৰ্ম প্ৰচাৰ আৰম্ভ কৰে ; তাৰ আগেয়ে তেওঁৰ নাম “নিমাই পণ্ডিত” আছিল আক তেওঁ টোলৰ ছাতৰক ব্যাকৰণ পটাতছিল ; ধৰ্ম্মৰ ধাৰ নাখাইছিল; বৰং অধাৰ্মিকৰ নিচিনা ৱ্যবহাৰ হে কৰি ফুৰিছিল। আৰু ১৩১৪ বছৰীয়া নিমাই তো নদীয়াত "gর্দা বালক { অথচ । অীভদ্ভাগৱত শাস্ত্ৰ পোৱাৰ আগৰেপৰ। শঙ্কৰে সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰিছিল। শঙ্কৰদেৱে কীৰ্ত্তন দশম ঘাইকৈ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম প্ৰচাৰত সহায় কৰিবলৈ ৰচিছিল ; আৰু কলিত মুক্তিৰ উপায় কৃষ্ণৰ কীৰ্ত্তন হৰিনাম ধৰ্ম্ম শ্ৰৱণ কীৰ্ত্তন কৰি যাতে সকলে তৰিব পাৰে। তাৰ নিমিত্তে ৰচিছিল। সংস্কৃত শাস্ত্ৰ পঢ়িব নজনা, পটি অর্থ নোপোৱা সৰ্বসাধাৰণ লোকে যাতে সহজে দেশীয় ভাষাত শাস্ত্ৰৰ [ ১৭৯ ] চতুৰ্দশ আধ্যা ১৭৯ মৰ্ম্ম পাই মুক্তিৰ অধিকাৰী হব পাৰে তাৰ নিমিত্তে তেওঁ ঘাইকৈ কীৰ্ত্তন পুথি ৰচনা কৰি পেষ্ট ৰচনা খোল তাল লৈ কীৰ্ত্তন। কৰি সৰ্বসাধাৰণৰ বস্তু কৰি দিচিল । সংঙ্গতজ্ঞ বাহ্মণ পণ্ডিত সকলৰ সাহায্য । ব্যতিৰেকে জানিবৰ উপায় নথক। শাস্ত্রান। সৰ্বসাধাৰ•ে সহজে যাতে লগিব পাৰে ও*fনমিত্তে তেওঁ শ্ৰীমদ্ভাগৱত শাস্ব ভাঙি পদ কৰিছিল। । এইটোৱেই তেওঁৰ মুখ্য উদেণ্ড । অৱষ্ঠ্যে তেওঁৰ নিচিনা বিদগ্ধ পণ্ডিত জ্ঞানা বিধান । প্ৰতিভাশালী লেখকে যে ৰচনা সাহিতাৰ ফালৰপৰা ও গুৱল সৰু কবিত্বৰ ফালব’ বা সৰ্ব্বক্ষুন্দৰ কৰিব তাক কোৱা বাহুল্য মাথোন "কলিত সদা নুসুমৰে হৰি, হেলাত মৰে আত্মাঘাত কবি।" হৰি ভকতক যিজনে হ'সে । নুবুজি বেদৰ অৰ্থ বিনাশে ॥ জগততে বিষ্ণু আছন্ত ব্যাপি ।। শুনি য়া তাক মুবযু পাপী ॥ ” স্বী স্বচ্ছ মাস সেরাৰ কথা { কৈ মৰে কবে জন্মক বৃথা । ॥” বুজে বেৰ অভিপ্রায় গুট । কৰ্ম্মক কৰিবে নজানে মূঢ় ॥ মৃগহুয়া বোলে মই পণ্ডিত। নষ্ট কৰি ফুৰে আনৰো চিত । নিষ্কামে কৰিয়া সকল কৰ্ম্ম } বিষ্ণুত অৰ্পিব সসব ধৰ্ম্ম ॥ শ্ৰৱণ কীৰ্ত্তন তাহাৰ ফল । মিছাত নাজানি নিনে নিস্কল । বাস্তবিকত শঙ্কৰে শাস্ত্ৰৰ মৰ্ম্ম আৰু মুক্ৰিৰ পন্থ সৰ্বসাধাৰণৰ মাজত ইমান সস্তা কৰি দি ব্রাহ্মণসকলৰ জীবিকা আৰু প্ৰতিপত্তিৰ পানি কৰিছিল দেখি হে শঙ্কৰৰ প্ৰতি তেওঁলোকৰ ইমান জাতকোধ হৈছিল ; আৰু সেইদেখিহে তেওঁলোকে শঙ্কৰৰ অক তেওঁৰ ভকত বৈষ্ণৱসকলৰ অনিষ্ট কৰিবলৈ প্ৰাণপণে লাগিছিল।