ত্ৰয়োদশ আধা ।
১৭৫
আছিল। পুৰীৰ দাৰুত্ৰহ্ম জগন্নাথ বিষ্ণুৰ মূৰ্ত্তি অাৰু অগন্নাথ
পূজ? বিষ্ণুৰ পূজ এই বিশ্বাসত দৃঢ় হৈ তেওঁ জগন্নাথৰ প্ৰতি ভক্তি
মান আছিল। অচ্য বেবীদেৱ পৰিত্যাগ কৰি বিষ্ণুৰ হে যে
উপাসনা কৰিব লাগে, । কাৰণ বিষ্ণু হে মুক্তিৰ গৰাকীএই
বিশ্বাস তেওঁ প্ৰথমবাৰ তীৰ্থ কৰিবলৈ যোৱাৰ আগেই, ব্ৰহ্মপুৰাণ,
পদ্মপুৰাণ, গীত, বামায়ণ, মহাভাৰত আদি পটি, তেওঁৰ মনত
তাক্ষৰিত হয়, আক বৃন্দাবনগৈ গৈ বৈষ্ণবসকলৰ সদত সি ডাঙৰ ।
হৈ উঠে। পিছে তেওঁ ঘৰলৈ উভতি যাব কিছু দিনৰ পিছত
যেতিয়া তেওঁ শ্ৰীমদ্ভাগৱত গ্ৰন্থ প’লে সেই ভাগৱত শাস্ত্ৰ পঢ়ি
তেওঁ ভাগৱতী বৈষ্ণব ধৰ্মত বিশেষকৈ ভাস্থাবান হৈ সেই ধৰ্ম
প্ৰচাৰ কৰিলে। বিষ্ণুৰ আন অৱতাৰতকৈ কৃষ্ণাৱতাৰে তেওঁৰ
মন বিশেষকৈ মথি পেলাইছিল। হনুমন্তই যেনেকৈ কৃষ্ণক দেখি
পিঠি দিছিল, কিন্তু যেতিয়া কৃষ্ণই হনুমন্তক ৰাম। মূৰ্ত্তি
দেখুৱালে, তেতিয়াহে হসুমন্তই কৃষ্ণক নিজব প্ৰভু বুলি প্ৰণিপাত
কৰি ভক্তিত গদগদ হল। শঙ্কৰদেৱেও । সেইদৰে (যদিও ৰাম
ৱতাৰলৈ পিঠি দিয়া নাছিল তথাপি ঘাইকৈ ষ্ণাৱতাৰক নিজৰ
ঠষ্ট ওক কৰি কৃষ্ণপ্ৰেমত নিমগ্ন হৈ কৃষ্ণভক্তি প্ৰচাৰ কৰিছিল।
সেইদেখি শঙ্কৰ প্ৰচাৰিত ধৰ্ম্মক ভাগৱতী বৰ্ম, আৰু সেই
সন্মত কান্তাক “হভ্রমস্তী কাস্তা” বোলে । দৈত্যাৰি ঠাকুৰৰ
পুথিত আছে, শঙ্কৰদেৱে তেওঁৰ সঙ্গীসকলেৰে সৈতে দ্বিতীয়
ৰাৰ তীৰ্থ কৰিবলৈ যাওঁতে বাটত এদিন ৰামৰায়ে শঙ্কৰদেৱক
ৰামৰ চৰিত্ৰ কবলৈ অনুৰোধ কৰাত, শঙ্কৰদেৱে ৰামৰ চৰিত্ৰ কৈ
গৈ থাকোতে লাহে লাহে অজ্ঞাতসাৰে কৃষ্ণ-চৰিত্ৰত পৰিছিল গৈ।
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৭৭
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
