পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্রয়োদশ অধ্যায় ১ ৭৩ ব্যাখ্যা কৰিলে। । শঙ্কৰদেৱে পুনঃ প্ৰশ্ন কৰিলে ‘পাতকীৰ বস্তু খাব পায় । নে নাপায় ? আচায্যষ্ট উরখ দিলে ‘পাপীৰ বস্থা গ্রহণ কৰিলে পাপী হব লাগে ।" এনাজৰ সকলো ব্ৰাহ্মণে এই বাক্যটি স্বীকাৰ কৰিলে । তেতিষ শঙ্কৰদেৱে বুঢ়াই ক জিজ্ঞাসা কৰিলে, ‘তুমি পাপী নে পুণ্যশীল ? তেওঁ উত্তৰ কৰিলে, “আমি সদায় মিছাকথায় লোক, কেনেকৈ পুণ্যবান তম : পাতকীকে বুলিধ। লাগে ।” তদন্ত শঙ্কৰদেৱে ব্ৰাহ্মণসকলক বধিলে , “আপোনাসকলে পাপীৰ বস্তু গ্রহণ কৰে নে নকবে ? উত্তধ,--পূৰ্বৰ চলিত কথা, বিশেষতঃ দেশীয় প্রথ। থকাৰ নিমিত্তে খাবলগীয়া েৈছ ; সময়ত

োই।ও হৈছে । ‘প্রশ্ন, —এতিয়া আপোনাসকলে বুঢ়াখাৰ বস্তু ।

খায় নে ? উত্তৰত এই কথা সকলোৱে একমুখে স্বীকাৰ কৰিলে। শঙ্কৰে সুধিলে “আচাৰ্য্যদেৱ, আৰু এটি কথা সোধ্য। ঘা ওক ;–একজন লোক অগুচী বা ছুৱ৷ গাৰে আছে, তেওঁ নাম ললে কিবদোষ বা পাপ হব পাৰে নে ? ব্রহ্মানন্দই মনুৰ ব্যৱস্থা৷ । দেখুৱাই হৰিনামত ছুৱা নাই বুলি প্ৰকাশ কৰিলে। এই কথা শুনি। ব্যাসকলাই * শৰ্মাই হাত তুলি উচ্চবৰে কলে ‘ব্রহ্মানন্দ আচার্য্য কহিলে হেন সাৰ। । ৰম নাম পৰে ধৰ্ম্ম শ্ৰে৮ নাহি আৰ । এটাহ বাপুসকলে হৰিনামৰ শ্ৰেষ্ঠতা দেখি মাথা চপাই নিৰুত্তৰ স্থল । যুক্তিযুক্ত কথাৰে দ্বিজ মণ্ডলীক জক কৰি শঙ্কৰদেৱে কলে, তোমালোক পাপীৰ দ্ৰব্য গ্ৰহণকাৰীনাম নিন্দকী, বেদ অৱহেল কাৰী, অনাচাৰীচুবৰ অযোগ্য, তোমালোকে আমাৰ মালাধাৰী। ভকতক নিন্দা কথা, মাল কাঢ়ি নি নানা লাভূনা কৰা । যদি শঙ্কৰৱেৰ শিষ্য বৈষ্ণৰ ভকত ব্ৰাহ্মণ ।