পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৭০ শধৰদেৱ । দিছে!” সেই কালত শূদিৰব প্ৰতি বামুণৰ বিদ্বেষ পঢ়াশলীয়। কণ কণ লৰাৰ ভিতৰতো কোনে প্রবল আছিল, এই কথাৰপৰা ভালকৈ বুজিব পাৰি। শঙ্কৰদেৱে। মদন গোপাল মূৰ্ত্তি কেৰোলা বাঢ়ৈৰ হতুৱাই কৰাই ব্ৰাহ্মণসকলক সেই মূৰ্ত্তি প্রতি#া কবিবলৈ নিমন্ত্ৰণ কৰাত ব্ৰাহ্মণসকলে মুঠ বান্ধি এই বুলি কৈ নাযাওঁ বুলিলে "আমি। শুনি৷ে ‘দিৰে উৰি লগাই সেই মূৰ্ত্তি কাটছে এতেকে সেই মূৰ্ত্তি আমি ব্রাহ্মণ তৈ কেনেকৈ প্ৰদক্ষিণ কৰিম |” এই কথা শুনিবলৈ পাই শহৰদেৱে প্ৰচাৰ কৰি দিলে যে যি যি ব্ৰাহ্মণে নিমন্ত্ৰণ ৰক্ষা কৰি আহিব, গাইপতি তেওঁলোকক একোজনী গাই, একোখন কাপে:ৰ, এতোলা দোণ, আৰু ৫ পা5 টকাকৈ ৰূপ। দক্ষিণা দিয়া যাব। এই বাতৰি শুনি উৎসৱৰ দিনা ব্রাহ্মণপকলেৰে শঙ্কৰৰ ঘৰ ভৰি পৰিল। . ‘শ্রীশধৰদেৱে * ভাrৱতৰ সাৰ কাটি মনি হৰি ভক্তি প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলত লোকসকল প্রায় চলিবলৈ ধৰিলে, তকতিৰ ৰস পাই পূজাঅৰ্চনা আদি ব্রাহ্মণৰ কাৰ্য্য ক্রমে। চিলা পৰি মাহিল। গতিকে, ব্রাহ্মণসকলৰ উপন্ডীবিকাৰ পথ ক্রমে হ্রাস হোৱাত ব্ৰাহ্মণসকলে মনত বিৰক্ত পাই ৰজাত জনাই শঙ্কৰৰ মত লোপ কৰিবলৈ কাৰবাৰ লগালে। । এদিন আচাৰ্য্য, কনলি, মিশ্র, উপাধ্যায়, ভাৰতী উপাধিধাৰী ব্ৰাহ্মণসকল মিল হৈ আহোম ৰঙ্গ চুহমুং স্বৰ্গদেউৰ চাঙলৈ গৈ এই বুলি গোচৰ দিলে যে শৱৰ নামে মূদ্র এজনে শ্ৰাদ্ধবিধি বৈদিক কাৰ্য ৰহিত কৰি

  • বৰদোৱাত পোৱা পকচৰিত্ৰ পুথি ।