সমললৈ যাওক

গল্পাঞ্জলি

ৱিকিউৎসৰ পৰা


 

গল্পাঞ্জলি

 
 

শৰৎচন্দ্ৰ গোস্বামী

 

 প্ৰকাশক
 শ্ৰীমুনীন্দ্ৰনাৰায়ণ দত্ত বৰুৱা, এম-এ
 দত্ত বৰুৱা
 নলবাৰী



দ্বিতীয় প্ৰকাশ—১৯৫৫

মূল্য—১॥০




 মুদ্ৰাকৰ
 শ্ৰীতীৰ্থনাথ পাল
 নৱজীৱন প্ৰেছ
 ৬৬ গ্ৰে ষ্ট্ৰীট্, কলিকতা-৬

 

নিবেদন

 লিখকৰ দুটা এটা গল্প মাজে মাজে মাহিলি অলোচনী কেইখনত প্ৰকাশ হৈছিল। সেইবোৰৰপৰা এঘাৰটা গল্প বাছি কিতাপ আকাৰত প্ৰকাশ কৰা হ’ল। ই পাঠকসকলৰ তৃপ্তিপ্ৰদ হলেই লিখকৰ পৰিশ্ৰম সাৰ্থক হব।

শ্ৰীশৰৎচন্দ্ৰ গোস্বামী

 

 

সোদৰোপম

শ্ৰীযুক্ত কুলধৰ চলিহাৰ

 কৰকমলেষু।

 

 

সূচী

দেখাদেখি
তাৰা
ঘুনুচা ১৫
সুভা ২২
পখী ৩০
নৈৰ দাঁতিত ৩৫
সন্ন্যাসিনী ৪৪
অদৃষ্ট ৫১
পশুপতিৰ বিয়া ৫৮
পুনৰ্জন্ম ৬৪
মালিনী ৭১

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )