সদস্য:Bishnu Saikia/বেটুপাত
|
সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল।
অসমীয়া ভাষাৰ ৱিকিউৎসত বৰ্তমান ৪,১০০ টা লেখা আৰু ৮৬০ খন পূৰ্ণাংগ গ্ৰন্থ আছে।
|
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
জুলাই মাহৰ নিৰ্বাচিত লেখা
আসাম বুৰঞ্জী গুণাভিৰাম বৰুৱা ৰচিত এখন গ্ৰন্থ। এই গ্ৰন্থখনত প্ৰাচীন কালৰ অসমৰ পৰা আৰম্ভ কৰি ইংৰাজৰ শাসন পৰ্যন্ত ঘটনাৱলী বৰ্ণিত হৈছে। ইয়াৰ ৰচনাৰীতি সৰল আৰু গাম্ভীৰ্যপূৰ্ণ। আসাম বুৰঞ্জী ১৮৮৪ চনত প্ৰকাশিত হৈছিল।

কাপ্তান ওৱালিশ সাহাব এই দেশলৈ অহাৰ পাছত বঙ্গালদেশে সইতে গমনাগমনৰ পথ উত্তমৰূপে মুকলি হ’ল। কমলেশ্বৰ ৰজাৰ দিনত কেঁয়া আৰু বঙ্গালী মানুহে এই দেশৰ কোনো কোনো ঠাইত দোকান কৰিলে। তাৰো সংখ্যা অতি কম। ভুতৰ পুতেকৰ খবৰৰ সময়ত যোড়হাট নগৰত তিনিখন দোকানহে আছিল। তাৰে দুখন পৰশুৰাম দুৱাৰীয়াৰ ঘৰৰ। গুৱালপাড়াৰ সিপাৰে হাদীৰা চকীক বঙ্গালহাট বুলিছিল। উজনি আৰু ভাটীৰ যাবতীয় বেপাৰৰ বস্তু তাতে একত্ৰিত হইছিল। আৰু তাৰে বস্তুবিশেষে কৰ গ্ৰহণ কৰা হইছিল। সেই কৰ প্ৰদান নকৰিলে ইফালে সিফালে বস্তু নিব নোৱাৰে এই দেশ ব্ৰিটিশ গবৰ্ণমেণ্টৰ অধীনলৈ অহাৰ পূৰ্ব্বে ই দেশলৈ লোণ, চেনি, যবক্ষাৰ, কাপোৰ, মণি প্ৰভৃতি বস্তু বঙ্গাল দেশৰ পৰা আহিছিল। আৰু এই দেশৰ পৰা হাতী দাঁত, মজাঠি, কপাহ, এড়ি, মুগা, পাট-সূতা প্ৰভৃতি বস্তু ভাটীৰ ফালে পঠোৱা হইছিল।
নতুন লেখাসমূহ
মাতৃ (লেখক:লক্ষেশ্বৰ শৰ্ম্মা)
নাগালেণ্ডৰ পৰ্য্যটন আৰু অন্যান্য (লেখক:তৰুণ লইং)
আসাম বুৰঞ্জী (লেখক:গুণাভিৰাম বৰুৱা)
কোঁৱৰ বিদ্ৰোহ (লেখক:সূৰ্য্যকুমাৰ ভূঞা)
ওমৰ তীৰ্থ (লেখক:যতীন্দ্ৰনাথ দুৱৰা)
দুৰ্গাবৰি গীতি ৰামায়ণ (লেখক:দুৰ্গাবৰ)
ত্ৰিপুৰা বুৰঞ্জী (ৰত্ন কন্দলী শৰ্ম্মা আৰু অৰ্জ্জুনদাস বৈৰাগী)
নাৰদ চৰিত্ৰ (লেখক:পদ্মনাথ অধিকাৰী)
সাহিত্য - ষষ্ঠ ভাগ (লেখক:সন্মিলিত)
গল্প-লহৰি (লেখক:কাশী নাথ বৰ্ম্মণ)
মাধমাৰ (লেখক:প্ৰেমনাৰায়ণ দত্ত)
কবিতা-পুথি (আগ-ছোৱা) (লেখক:মোহম্মদ সোলাইমান খাঁ)
গীতা-বোধ (লেখক:মোহনদাস কৰমচাঁদ গান্ধী)
সুৰভি (লেখক:লক্ষ্মীনাথ বেজবৰুৱা)
ৱিকিউৎসৰ বিষয়ে
ৱিকিউৎস বিচৰণ কৰক
ৱিকিউৎসৰ বাহিৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক মুক্ত প্ৰকল্প আছে।
ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা |
মুক্ত বিশ্বকোষ |
অভিধান আৰু সমাৰ্থক শব্দকোষ |
মুক্ত পাঠ্যপুথি আৰু হাতপুথি |
অংশীদাৰী মিডিয়া ভঁৰাল |
উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয় |
জীৱপ্ৰজাতি নিৰ্দেশিকা |
মুক্ত উৎসৰ বাতৰি |
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম |