লেখক:মাধৱদেৱ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
←লেখকৰ তালিকা | মাধৱদেৱ (১৪৮৯–১৫৯৬) |
![]() |
শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। ![]() | মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ
সাহিত্য ৰচনা[সম্পাদনা কৰক]
তেওঁ একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰ]) আদি ৰচনা কৰিছিল। মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে উপলভ্য। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে। তেওঁ সৰ্বমুঠ ১৫৭ টা বৰগীত ৰচনা কৰে জীৱন কালত, তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ’ল – তেজৰে কমলাপতি।
ৰচনা পুথি[সম্পাদনা কৰক]
- ভক্তি-ৰত্নাৱলী
- নামঘোষা
- দধিমথন
- জন্ম ৰহস্য
- চোৰধৰা,পিম্পৰা গুচোৱা
- ভোজন বিহাৰ
- ভূমি লুটিওৱা
- কোটোৰা খোলোৱা
- ৰাস ঝুমুৰা
নাটক[সম্পাদনা কৰক]
ভাঙনি[সম্পাদনা কৰক]
বৰগীত[সম্পাদনা কৰক]

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৩ চনত ১ জানুৱাৰী ১৯৬৩ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )